পৃষ্ঠা:হেমকোষ.pdf/৮০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

66 ৭৭৫ মুগা। নোচাৱাকৈ যুখেৰে মাতিব পৰা; যেনে, মানুহৰ শ্ৰেষ্ঠ, বৰ-মূৰীয়া, cloquent, chief, সেই শ্লোক মুখস্থ হৈছে, got by heart. principal, leading. মুখ-শুদ্ধি, স. শ. (সং. মুখশুদ্ধি-যুখ, মুখি, স. শ. (কাম) চমাৰ, চূণ পোৰা বদন+শুদ্ধি, পৰিষ্কাৰ কৰণ) ভোজনৰ মানুহ, one who lourns lime. অন্তত তামোল আদি চোৰাই মুখ পৰিষ্কাৰ মুখীয়া, বি. মুখযুক্ত, মুখ খকা, { আন এটা কৰা কাৰ্য্য; যেনে, “ভেজিনান্তে কৰে শব্দৰ পাচত যুক্ত হয়); যেনে, পাঁচ- মুখ-শুদ্ধি”; ভোজনৰ পাচত মুখৰ গন্ধ Tarixi, having a face. আৰু আস্বাদ গুচাবৰ কাৰণে চোবোৱ। মুখে, অবা, মুখৰ পৰা; যেনে, atera at, the act of chowing মুখে কথা শুন। প্ৰথমত," fro{ betel nuts or spices after eating, mouth of. betel-ımts or spices vliewed after মুখে-মুখে, ক্ৰি. বি. মুখৰ আগতে, সমুখত; eating. যেনে, ডাঙ্গৰ লোকৰ মুখে-মুখে উক্তৰ মুখ, স. শ. (বং মূখ, মুখত পিন্ধা ছো) কৰিব নেপায়; মুখলৈকে; যেনে, কলহ- আকৃতি সলাৰৰ নিমিত্তে পিন্ধিবলৈ সজ টোৰ মুখে-মুখে পানী হৈছে, face to T4, a mask. face, up to the brim. মুখাগ্নি, স. শ. (সং. মুখাগ্নি--মুখ, বদন। মূ-চতুৰ, বি. (সং. মুখচতুৰ, মুখ, বদন+ অগ্নি, জুই) চিতাত জুই লগোৱাৰ চতুৰ, নিপুণ ) ভালৰূপে বন্ধ খুৱাই কথা আগেয়ে শৱৰ মুখত জুই দিয়া কাৰ্য, কব পৰা, কথাত পৰ্গ, able in speak- the ceremony of putting fire on ing, having a ready tongac. the face of the corpse before light- মুখ-চেপ, বি. (মুখ+চেপ, ঠেক) মুখ বহুল ing the funeral pile. নোহাৱা,ঠেকমুখযুক্ত, uarownloutled. মুখাগ্নি কৰ, দাহ কৰিবৰ সময়ত শৱৰ মুখত মুখচোকা, বি. চোকা মুখযুক্ত, কৰ্কশ কথা en fo, to pnt fire on the face of (17), fonl-mouthcl. the corpse at the time of crona- মুখ-বলী, বি. (মুখ + বলী, বলৱন্ত) মুখ-চতুৰ, tion, . কথা কোৱাত পাৰ্গত, having a ready মুখ-আন্ধাৰি, স. শ. গধূলি বা পুৱাৰ মুখ tongue, eloquent. নেদেখা আন্ধাৰ, the twilight of মুখবহুল, বি. বহল মুখযুক্ত, wide mouthed. মুখ্য, বি. (সং. মুখ, প্ৰধান) প্ৰধান, শ্ৰেষ্ঠ, মুখামুখি, স. শএজনে আনজনলৈ মুখ কৰা Tati, principal, chief, leading, বা চোৱা কাৰ্য্য, সাক্ষাত; যেনে, দৰা মু-লে, স. শ. (অং. মুখ, বদন+লেখ, কন্যাৰ মুখামুখি হোল নাই; বাচাবাচ্যি, গণুনা) মৌখিক গণনা, মুখেৰে কৰা লেখ, বোলাবুলি, উতৰা-উতৰি; যেনে, গুচৰীয়া oral computation, mental arith পদকীয়াৰ মুখামুখি শাগিল, all inter- mctic. view, an encounter, an altercation মুগা, স, শ. (সং মুগ্ধ; সুন্দৰ, কপাহতকৈ or interchange of sharp words. তাৰ কাপোৰ ভাল এই দেখি) এবিধ বি. এজন বা এটা বস্তু আন এজন বা সূতা কৰা পলু আৰু তাৰ বাহ, the আন এটাৰ আগত উপস্থিত; যেনে, Muga silk, a Muga cocoon. দুজুম সেনা মুখামুখি হল, come face মুগ, বি, মুগাৰ নিচিনা বৰণযুক্ত, যুগা to face. বৰণীয়া, ঈষৎ পিঙ্গলীয়া, light-brown, মুখাল, বি. মুখ থকা, অৰ্থাৎ ভালৰূপে আৰু (স্ত্ৰী) মুগী। স. শ. মুগা বৰণ, অলপ মন লগাকৈ কথা কব পৰা; প্ৰধান, পিঙ্গলবণ, light-brown color. morning ot evening.