পৃষ্ঠা:হেমকোষ.pdf/৭৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুক্তকণ্ঠে। ৭৭৪ এতেকে জনম, মৰণৰ দুখৰ হাত সৰা, মুখ ক, মুখ ঘুৰাই চা; যেনে, পূবলৈ মুখ For (972), liberated, freed, libc- pái, to turn the face to, to look. rated from corporeal cxistence. মুখ চা বা মুখলৈ চা, পুতৌ কৰ; যেনে, (স্ত্ৰী) মুক্তা। দুখীয়াৰ মুখলৈ চাওঁতা নাই, to play. মুক্তকণ্ঠে, ক্ৰি. বি. (সং. যুক্তকণ্ঠ, যুকলি মুথ থেকেচা খা, হাথুৰি খ, তললৈ মুখ ডিঙ্গি; মুক্ত, ঐ+ কণ্ঠ, ডিঙ্গি } ডিঙ্গি Ff4 49, to fall heavily on the faco. মেলি, উচ্চ স্বৰেৰে, চিঞৰি, loudly. মুখ দি, কোনো বস্তুত মুখ লগা বা স্থাপিত মুক্তা, স. শ. (সং. মুক্তা - মুচু, মুকলি কৰ, Pa, to place the face upon. তাক শামুকৰ পট কালি বাহিৰ কৰা মুস্থ বজা, দুজনৰ দন্দত এজনৰ ফালে কথা যায়; এতেকে। মুকুতা, a cant, ক; যেনে, লোকৰ দন্দত মুখ নবজাব, মুক্তাৱলী, স. শ. (সং. মুক্তাৱলী-- মুক্তা, to take sides in a quarrel or মুকুতা +আৱলী, শাৰী; মুকুতাৰ মালা) wrangling . এবিধ অসমীয়া ছন্দ, a kind of measure মুখ ভা, মুখ লগাৰ দোষ গুচা, to remove of Assamese verse. the effect of the evil eye. মুক্তাৱস্থা, স. শ. ( সৎ, মুক্তাৱস্থা-মুক্ত, মুখ ভেঙ্গেচিয়া, মুখ ভেঙ্গুচিয়া, মুখ বিকটাই মুকলি + অৱস্থা, দশা। স্বাধীনতা, মুকলি- ইতিকিং কৰু, to make faces. মুৰ, freedom, liberty. মুখ মৰ, নিমাত হ, মৌন হ, to be silent. মুক্তি, স. শ. (স.) বান্ধৰ পৰা মুকলি মুখ মাৰ, নিমাত কৰ, to put to silence. হোৱা অৱস্থা, কষ্টৰ পৰা উদ্ধাৰ; যেনে, মুখ খু, কোনো এজনে খটা কাৰ্য্য কৰিবৰ দুখৰ পৰা মুক্তি পালে; মোক্ষ, আত্মাৰ ইচ্ছা নথকাতো কৰিম বোল, to promise সম্পতি, জনম মৰণৰ হাত সাৰি পৰকালত lo confer a favour upon someone সুখৰ স্থান পোৱা অৱস্থা, deliverance, without intending to fulfil the release, final bcatitude, salvation. promise. মুক্তিয়া, স. শ. ( য”. } লোক প্ৰতিনিধি মুখ লাগ, আনৰ লোভ লগাৰ পৰা পড়া হ; হৈ কাম কৰোতা, an agent, যেনে, কোনো বস্তু খাওঁতে বেয়া মানুহে attorney. . দেখিলে মুখ লাগে, to be affected মুখু, স. শ. ( স. যু—খন, গৰ্ত কৰ; by " the evil eye." গাঁতৰ নিচিনা, এতেকে) জীৱ জন্তুৰ মুখ লি, আনে কোৱা কথা লিখি ৰাখ, পেটলৈ আহাৰ জোৱা আৰু মাত ওলোৱা to reduce to writing an oral state- বাট; মানুহ বা জন্তুৰ নাক, চকু, ওঁঠ, ment. গাল আৰু কপাল থকা ভাগ; এতেকে মুখ হৰ, খাটনি ধৰা কাৰ্য কৰিবলৈ বা আগ ফাল; গতৰ বা তাৰ নিচিন। দ খোজা বও দিবলৈ পোনেই অমান্তি হৈ বঙ্কৰ ওপৰ ভাগ; এক নৈ আন নৈত লাজ দি; আগতে কৰ্কশ কথা কৈ কষ্ট পৰা ঠাই; শত্ৰৰ ধাৰ থকা কাল; শুনি- Fi, to put to shame by harshly বৰ মোগ্যকৈ আৰু দৃঢ়ৰূপে কথা কবৰ rejecting a request or using harsh শক্তি; যেনে, মুখ থকা মানুহে সম্মান words. পায়, the mouth, the face, front, মূখৰ, স, শ, (সং. মুখ-মুখ, বদন+ৰা, briin, an entrance, a river's mouth, দান কৰ) কটু কথা কোৱা, মুখ চোকা, the power of speaking with force fou-mouthed, uncivil. (স্ত্ৰী) মুখ। and effect, the edge of a cutting যুখস্থ, বি. (সং. মুখস্থ-মুখ, বদন + স্থা, instrument. , থা) মুখত থকা, মুখে অহা, পুথি an