পৃষ্ঠা:হেমকোষ.pdf/৭৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মীনকেতন্। ৭৭৩ মীকে, স, শ. (সৎ, মীনকেতন—মীন, +কেতন, জ, যাৰ ধ্বজত মাছৰ চিন আছে) কামদেৱ, the Indian Cityyid. মীমাংসুক, স. শ. (সং, মীমাংস-মীমাংসা, বিচাৰ) বিচাৰ কৰোগ, বিবেচনা কৰোতা, নিষ্পত্তি কৰোতা; মীমাংসা-দৰ্শন জমা Catta, one who considers and settles a disfrute, an arbitrator, une versul in the winstvenit philosophy. মীমাংসা, স. শ. (সং. মীমাংসা-মা, জ্ঞান- বিচাৰ) বিবাদৰ বিচাৰ আৰু নিস্পত্তি; কোনো বিষয় বিবেচনা কৰি কৰা সিদ্ধান্ত, investigation and decision of a dispute or a disputell quint. মীমাংসা-দৰ্শন, স, শ, {সং, মীমাংসাদৰ্শন -মীমাংসা, বিচাৰ কৰি কৰা সিদ্ধান্ত। দৰ্শন, জ্ঞানৰ শাস্ত্ৰছখন দৰ্শন শাস্ত্ৰৰ এখান, সি জৈমিনি-ঋষিৰ কৃত। ভাত বৈদিক কৰ্ম্মবিলাকৰ আৰু ধৰ্ম্ম, নীতি এবং সামাজিক বিধিৰ সম্বন্ধীয়া কথাবোৰৰ বিবেচনা কৰা হৈছে। ইয়াক পূৰ্ব্ব-মীমাংসা আৰু ব্যাস দেৱে কৰা বেদান্তক উত্তৰ- মীমাংসা বোলা যায়, one of tlic six philosophical systems, which was founded by Jewini. " *" এনেও হয়। মীমাংসিতু, কদ, বি. (সং.) বিচাৰিত, adjudged, investigated and decided. মুই, স. শ, (সং. মোহ, জ্ঞান নাশ) তামোলৰ ৰাগীৰ পৰা হোৱা মোহ, অধিক তামোল খোৱাত হোৱা মুখৰ ৰঙ্গা বৰণ আৰু মূৰ ফুৰণি, giadiness | faint- ing caused by excessive use of betel nuts. মুকলি, বি. (সৎ- যুকু, মুক্তাৱস্থা) মুক্ত, বন্ধন নথকা, নবন্ধা; যেনে, গাৱৰ গৰু সদায় মুকলি; বান্ধ থহা বা গুচা; যেনে, গৰুটো মুকলি হল; ফুলৰ পাহি মুকলি হয়; আঁৰ নথকা, টকিন নথকা; যেনে, মুকলি পথাৰ, free, unrestrained, loogened, freed, released, open, nnenclosed, uncovered. 4. 1871 আবৰণ নথকা ঠাই; যেনে, হাবিৰ পৰা মুকলিত ওলাইছে, an open place, মুকলি-মূৰ, স. শ. (অং. মুকলি, উদ+মূৰ, শিৰ ওপৰত কেও নথকা অৱস্থা, ওপ- ৰঞ্চিৰ অভাৱ, এতেকে স্বাধীনতা, iberty, freedom. বি. ওপৰঞ্চি নখকা, স্বাধীন, free, having no restraint. মুকলি-মূৰীয়া, বি. শুদা মূৰযুক্ত, উদংমূৰীয়া; মুক্ত, আবদ্ধ নোহোৱা, স্বাধীন, having au) covering on the head, free, not restrainal. মুকলি-মূৰে, ক্ৰি. বি. স্বাধীন ভাবে, আপোন ইচ্ছাৰ দৰে, আবদ্ধ নোহোৱাকৈ, freely, without restmint. মুকুট, স. শ. (সং. মুকুট—মকৃ, ভূষিত কৰ) ৰজা বা দেৱতাৰ মূৰৰ ভূষণ, কিৰীটি, CrOW!, a diadein, মুকুটি, স. শ. (অং মুখ, বদন+মুঠি, বন্ধ কৰা হাত } মুখত হাতৰ মুঠিৰে মৰা খুন, জপেপাৱা হাতেৰে গালত মৰা খুন্দা, a blow with the list on the face. সমতুকু, মুকুটি; ভুকুকৈ মুকুটি বেলেগ, ভুকু গাৰ যেই সেই ভাগত ওপৰৰ পৰা পৰে, মুকুটি কেৱল মুখত মৰা যায়। মুকুটিয়া, স, ধা. মুকুটি মা, মুঠিৰে মুখত

  • 1977, to strike with the fist on

tlie face of. মুকুতা, স, শ. (সং, মুক্তা, এবিধ মণি ) এবিধ শামুকৰ পৰা হোৱা মণি, a pearl. মুকুন্দ, স. শ. (সং. মুকুল-মুকু, মুক্তি+ দা, দান কৰ) মুক্তি দিওঁতা, বিষ্ণু, a name of Vislmu. মুকুৰ, স. শ. (সং. মুকুৰম, ভূষিত কৰু, তক চাই ধুন মৰা যায়, এতেকে) আৰ্চী, দৰ্পণ, a mirror. মুকুল, স. শ. (সং. মুকুল-মুছ, মুকলি কৰু)] মুকলি হবলৈ ধৰা ফুলৰ ফলি, চোপ Pfl, a flower bud about to open. মুক্ত, কৃ. বি. (সং, মুক্ত-মুছ, মুকলি কৰ) মুকলি, বন্ধন নথকা, আবদ্ধ নোহোৱা;