পৃষ্ঠা:হেমকোষ.pdf/৭৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলু। মিলু, অ, V. (হিং. মিলনা, প্ৰাপ্ত হ) পোৱ ই উপাজ্জিত হ; যেনে, আজি টকা কড়ি একো নিমিলিল, to le obtained to bo gained. . মিলু, স. শ. {স. মিল, লগ লাগ) ঐক্য, বন্ধুত; যেনে, সেই দুজনৰ মিল নাই; সাদৃশ্য, আকতিৰ সমতা, একে গঢ়ৰ বা একে গুণৰ হোৱা অৱস্থা; যেনে, দেউ নাগেৰী আখৰৰ বজল। আখৰেৰে মিল আছে; কুলিৰ মাতৰ কাউৰীৰ মাতেৰে মিল হয় নে? union, fellowship, in timacy, resemblance. মিলন, ক. স. মিলকাৰ্য, লগ লগন; উপাৰ্জন, প্ৰাপ্তি; যেনে, আজি কালি একো মিলন নাই, the act of being united, &c., gain. মিল, স. ধা. { হিং, মিলানা; বং, মিলান) লগ লগা, সঙ্গী কৰ; যেনে, দৰা কাক মিলাইছে; মিহলা, মিশ্ৰিত কৰ; যেনে, গুৱালে গাখীৰত পানী মিলায়; জোৰ লগ; যেনে, খুটাক চতিৰে মিলায়; পুনৰ মিল ক, দল ভাঙ্গি প্ৰতি কৰা; যেনে, সমজুৱাই গুচৰীয়া পদকীয়াক মিলালে; ৰিজা; যেনে, মহৰিয়ে নকল কাকত আচলেৰে মিলায়; একে প্ৰকাৰৰ বা তুল্য কৰ; যেনে, এটা মুঠ আনটোৰে মিলাব লাগে; প্ৰাপ্তি কৰা, লাভ কৰা; যেনে, হৰিয়ে জীৱিকা মিলায়, to uuite, to join, to reconcile, to compare, to Cause in tally, to cause to be gained. কৃদ, স মিলাওঁতা, { স্ত্ৰী) মিলাতী। মিলা, কদ, স. মিলোৱা কাৰ্য্য, the act of uniting, &c. মিলিত্ব, ক্ব. বি. মিল হোৱা, লগ গা, মোৰ খোৱা, মিশ্ৰিত, united, associa- ted, joined, mixed. মি-প্ৰীতি, শ, শ. ঐক্য আৰু স্নেহ, বন্ধু, concord, harmony. যিলুমিল, অ, ধ. অলপ পুষ্ট হ; গা কৰ; যেনে, অৰৰ পৰা উঠি লৰাটোৱে মিত্ৰ- futters to recover from emaciation, মন্ মিলমিলীয়া, বি. অলপ পুষ্ট হোৱা, অলপ মহ ধৰা; এতেকে অলপ উথহা, slightly tesliy, slightly swollen. মিশ, স. শ. (সং. মিশ্ৰ-মিশ্ৰ, মিহলা) মিহলি, মিহলোৱা বঙ; যেনে, এই সোণত মিশ্ৰ আছে; a mixture, a thing mixed or added. fi fue- লোৱা, লগ লগোৱা; যেনে, গাখীৰত পানী মিশ্ৰ কৰে, mixed. মিশ্ৰিত, কঙ্গ, বি. (সং) মিহলোৱা, মিহলি

    • , inixed.

মিষ্ট, বি. (সং. মিষ্ট-মি, ছটিয়া) মিঠা, সোৱাদ; সুখদায়ক, কৰ্কশ বা বেয়া নোহোৱা; যেনে, মিষ্ট বাক্য, sweet, agreeable. মিষ্টতা, গু. শ. (স.) মিঠা গুপ বা আস্বাদ, sweetness. মিহল, অ, ধা. (সং. মিশ্ৰণ, বং, মিশন, মিলোৱা কাৰ্য) মিশ্ৰিত হ, লগ লাগি, একে লগ হ; যেনে, গাখীৰত পানী FFICE, to be mixed or com. poundel, to be mingled. মিহল, স. ধা. মিশ্ৰ ক, লগ লগা, মিলা, to inix, lo compound. মিহলি, বি. মিশ্ৰিত, মিলোৱা; একে লগ কৰা; যেনে, তিতা মিঠা মিহলি, mixed. স, শ, মিশ্ৰ, এবিধেৰে মিহলোৱা আন এবিধৰ বস্তু; ভাজ; যেনে, ইংৰাজী সোণত মিহলি থাকে, a mixture, that which is mixed with another, an alloy. . মিহি, বি. (সং. মসৃণ, মৃদু; হিং. মিহীন, সূক্ষ ) মৃদু, কৰ্কশ বা খহটা নোহোৱা, নিমজ; যেনে, মিহি তুলাপাত; মৃন্ম, চৰীয়া নোহোৱা; যেনে, মিহি সূৰ ats, smootlı, fine, thin. মিহি, স. শ. (সৎ, মিহিৰ-মিং, নিক্ষেপ কৰ; দীপ্তি নিক্ষেপ কৰে পূৰ্য্য, the sun, মী, স. শ. (সং. মীন—মী, কুখ পা) মাহ; বাদশ ৰাশি, a fish, the sign Pisces.