পৃষ্ঠা:হেমকোষ.pdf/৭৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিহিনী ৭৭১ মিল মিন্তী;. পৰিমাণ অনুসাৰে খোৱা বা অতিৰিক্ত ভোজন নকৰা পুৰুষ, a temperate man. (স্ত্ৰী) মিতাহাৰিী। মিনি, স. শ. মিতাৰ ঘৈণী , তিৰোতা বন্ধু, a wife of a fool, a female frieud. মিতি, স. শ. (সং. মিত্ৰ, বন্ধু বন্ধু; বিয়াৰ দ্বাৰা সম্বন্ধ লগ। লোক, frienl, atn ally, a marriage connection. মিতিৰালি, গু. শ. মিত্ৰতা, মিতিৰৰ নিচিনা আচৰণ, friendship, alliance. মিতৃকটাৰী, স. শ, (সং. মি, পীড়া কৰ+ কটাৰী, সৰু কটা অন্ত্ৰ। তৰোৱালৰ দৰে আগ জোঙ্গা এবিধ কটাৰী, a sniatt sharp-pointed knife. মি-দা, স. শ. এবিধ আগ জোঙ্গা দা, a dagger or poniard. মিত্ৰ, স. শ. (সং. মিত্ৰ-মিদ, স্নেহ কৰ) বন্ধু, বান্ধৱ; বিয়াৰ দ্বাৰা সম্বন্ধ লগা (, a friend, an ally, a marriage connection. মিত্ৰতা, ও. শ. (সং) বন্ধু, মিতিৰালি; yenyat-efe, friendship, alliance. মি-দ্ৰোহ, স. শ. { সং. মিত্ৰদ্ৰোহ-মিত্ৰ, বাৰুৱ+দ্ৰোহ, অপকাৰ মিত্ৰৰ প্ৰতি কৰা অপকাৰ, মিতিৰক কৰা হিংসা, al injury doue to a friend or ally. মিত্ৰ-দ্ৰোহী, বি. {সং. মিত্ৰদ্ৰোহিন-মিত্ৰ- দ্ৰোহ + ইন্) মিতিৰৰ অপকাৰী, মিতিৰক for $41, injuring a friend or all;. স, শ, মিতিৰ অপকাৰ কৰা লোক, one who injures his friend or ally. মিত্ৰবাঙ্গা, স. শ(সং. মিত্ৰৰাজন-মিত্ৰ, ইষ্ট+ৰাৱা, দেশৰ গৰাকী) আন কোনো ৰাৰে মিলেৰে থকা ৰজা, ali allied prince. . মিথী, স, শ, (সৎ, হিং, মে, এবিধ শাক) এবিধ শাক আৰু তাৰ সুগন্ধি গুটি, a kind of plant and its aromatic seed much used in curries. মিথুন, স. শ. {সং, মিথুন-মিথ, সংযোগ ক) মী, পুৰুষ দুজন। তৃতীয় ৰাশি,। a couple a male and a female), the sign Gemini. মিথ্যা, বি. (সং. মিথ্য-মিথ, হিংসা কৰ } অসত্য, মিছা, false, an!rate. মিথ্যাত্ব, ৩. শ. (স.) হাসত্যতা, falsehood. মিথ্যাবাদী, বি. (সং. নি থাৱা-ি-মিথ্যা, মিছ। + ৰাদিন, কওঁত মিছা কোৱা, Finantay, lying, utruthful. *. 4. মিছা কথা কোৱা পুৰুষ, a liar. (স্ত্ৰী) মিথ্যাবাদিনী। মিনতি, স. শ. (সং. বিনতি, নম্ৰতা; হিং. বং. মিনতি, কাকুতি) বিনয়, কাকুতি, বৰ নষভাৱে কৰা প্ৰাৰ্থনা, supplication, humble solicitation. মিন, স. শ. (যাং, মিনা, সোণৰূপ বৰণ দিয়া দ্ৰব্য) সোণৰূপৰ অলঙ্কাৰ বৰণ লগোৱা এবিধ নানা বৰণীয়া কাৰ farray 7, enamel. মিনা কৰু, মিনা লগা, মিনাৰে বৰণ দি, to enamel. মিনা-কৰা, বি. মিনালগোৱা; যেনে, মিনা 744 , enamelled. মিৰি, স. শ. বহুকাল ভৈয়ামত বাস কৰা এজাতি পৰ্বতীয়া মানুহ, all avoriginal tribe originally resident in the hills, but now inhabiting the plains of Upper Assam. (স্ত্ৰী) মিৰিয়নী। মিৰিকা-টেঙ্গা, স. শ, এবিধ টেঙ্গা কল; তাৰ 701, a kind of acid fruit. its plant. মিৰিকা-মাছ, স, শ, (ব, মিৰগেল মাছ। বৌ মাছৰ নিচিনা এবিধ মাছ, a kind of fish. “মিৰিকা এনেও হয়। মিল, অ, ধ. (সং. মিল, লগ লাগ} লগ লাগ, সঙ্গী হ; যেনে, ডাঙ্গৰ ডাঙ্গৰেৰে মিলে; দোয়া খা, খাই ধৰ; যেনে, জোৰাটো নিমিলিল; বেলেগাব নোৱৰা- কৈ মিহলি হ; যেনে, পানী গাখীৰেৰে মিলে; একে তুলা ২ ( অঞ্চত খাটে); যেনে, দুটা অঙ্ক মিলিব লাগে, to be united, to be associated, to fity to be mixed, to tally.