পৃষ্ঠা:হেমকোষ.pdf/৭৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিটা। 990 মিতাহাৰী মিল হ; যেনে, ওচৰীয়া পদকীয়া মিটিল; জো ভগ, লেঠাৰ অন্ত পৰ; যেনে, লোটো মিটিল, to be compromised, to be made my, as a quarrel, to be reconciled, to be settled. মিটা, স. দা. { অং. মিটু, ঐ) দুই বিবাদীক মিলাই নিষ্পত্তি কৰ (দত খাটে); যেনে, সমজুৱাই গোচৰ মিটালে; দল ভাঙ্গি মিল কবু, পুনৰ মিলা; যেনে, গুচৰীয়া পদকীয়াক মিটাই দিয়া; নিষ্পত্তি কৰ, শেষ কৰ (জোড় খাটে); যেনে, লেঠা মিটালে, to cause to be settled amically, to cause to be reconciled, to settle. মিটিকিয়া, অ, ধা- “মিচিকিয়া” চোৱা। মিটিৰাই, ক্ৰি. বি. মিটিৰ শব্দ কৰি, মিটি কৰে, সৰু খাগৰি খৰি ভগাৰ দৰে

      • #fa, with a low, short sound.

মিটুমিটু, অনুক, শুকান ডালি বা ক্ষুদ্ৰ খাগৰি আদি গোতে হোৱাৰ নিচিনা

      • an imitative sound used to

express that caused by breaking small and dry twigs, &e. মিটুমিটনি, স, শ, শুকান ভালি আদি ভাৰ শব্দ, the sound of breaking amall and dry twigs, &c. মিটমিটা, অ, ধ, যিটুমিট শব্দ কৰ, শুকান ডালি আদি ভগাৰ দৰে শৰ্শ কৰ, to make wounds as of breaking small dry twigs, &c. মিটুমিটীয়া, অ, ধ, মিটুমিট শব্দ কৰি ভাগ; যেনে, মিটুমিটীয় খাগৰি, breaking with short, low sounds. মিঠা, বি. (সং, মিষ্ট; হিং. মীঠা; বং মিঠা, সোৱাদ) মধুৰ, সোদ; যেনে, মিঠা আম; মনোম, দুখজনক, কাণ, নাক বা ছালক সন্তোষ দিয়া; যেনে, মিঠা কথা, মিঠা গন্ধ, মিঠা বতাহ, sweet, agreeable, pleasant." 7. . মিষ্টতা, , সোৱা, মিঠা ঋণ; যেনে, এইটো আমত মিঠা নাই; যিঠা বস্তু; যেনে, অধিক মিঠা খালে পিত্ত বাঢ়ে, sweet- ness, a sweet thing. মিঠা-বৰ, স. শ. বৰ বগা আৰু কলা নোহোৱা বৰণ, শাওঁ বৰণ, a moderately dark complexion. মিঠা-বৰণীয়া, বি. বৰ বগা বা কলা নোহোৱা, শাওঁ বৰণীয়া, of a moderately dark complexion. মিঠা-মৰা, “মৰা-শাক” চোৱা। মিঠা-মৰি, স. শ. পকিলে বৰ মিঠা হোৱা afar Gori, a kind of fruit. ff. মনোৰম, সুখজনক, কৰ্কশ নোহোৱা; মনত বা গাত দুখ নিদিয়া; যেনে, মিঠা- মৰি মাত, sweet, agreeable, not harsh or unpleasant. মিঠৈ, স. শ. ( অং. মিঠা, বং. হিং. মিঠাই, মিষ্ট খাদ্য গুড়, গাখীৰ আৰু পিঠা গুড়িৰে বন্ধু লাড়ু; ঘূৰীয়া বস্তু; গুড়; fatty etus, a ball of sweetrieals cou- sisting of gur or raw sugar, milk and ground rice, a ball, gur or raw sugar, a sweetmcat of any kind. মিঠ বান্ধু, লাড় কৰ, to make balls of sweet meat. . মিঠমামলা, স. শ. (অং. মিটু, মিল হ+ যা.. মামলা, মকদ্দমা) বিবাদ এৰি মিল হওন; যেমে, দুই ডায়েকে মিঠমামলা কৰিলে, reconciliation. মি, “মিত কটাৰী” চোৱা। মিতব্যয়ী, বি. সং. মিতৱায়িন-মিত, পৰিমি +ৱয়, খৰচ) যিমান ধন আছে, তালৈ চাই খৰচ কৰা; অধিক ব্যয় নকৰা, frigzal, , মিতা, স. শ. ( সং. মিল, হি. মীল; বং, মিতা, বন্ধু বন্ধু; কোনো লোকৰ নিজ নামে যোৱা মানুহ, a friend, a name- sake. মিহাৰী, বি. (সং. মিজাহাৰি-মিত, পৰিমিত + আহাৰি, ভোজন কৰা পৰি মাণ কৰি ভোজন কৰা, অতিৰিক্ত আহাৰ নকৰা, temperate it eating. স. শ.