পৃষ্ঠা:হেমকোষ.pdf/৭৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাহে মাহে। নিট। মাহে মাহে, ক্ৰি. বি. প্ৰতি যাহত, মাহে- পতি, every month. মাহতলী, স. শ. (অং. মাহ, মঙ আদি। তলী,খেতি কৰা মাটি) মাহ খেতি কৰা মাটি, land in which pulse is cultivated. মাহতিতা, স. শ(সং. মহাভি, এবিধ লতা) এবিধ দৰবত দিয়া তিতা লতা, a kind of bitter creeper. মিকিৰ, স. শকছাৰীবিলাকৰ নিচিনা এক পৰ্বতীয়া জাতি, an aboriginal tribe of Assamı. মিচিকিয়া, অ. . (সং. স্মিত; বৎ. মুচক, অলপকৈ ছা) তালপকৈ ইহু, মিটিকিয়া, ঙ্গেৰে অলপকৈ ত 'উলিয়া; অলপকৈ ইহাৰ দৰে দাত উলিয়াই উপহাস কৰু, to smile, to snecr. মিচিকিয়া-হাঁহি, স. শ. { অং, মিচিকিওৱা, অলপকৈ ত উলিওৱা + ঘঁহি, হাস্য) আনন্দ প্ৰকাশ কৰিবৰ নিমিত্তে অলপকৈ গত উলিওৱা হি, a smile. মিচিমি, স. শ. অসম দেশৰ উত্তৰ-পূব কালৰ পৰ্বতত থকা এজাতি মানুহ, a lill trlie inhabiting the hills to the north- east of Assain. (স্ত্ৰী) মিচিমিয়নী। মিচিমি-তিতা, স. শ.। অং. মিচিমি, ঐ। তিত, তিতা বন্ধু ) মিচিমিবিলাকে অনা এবিষ তিতা শিপা, a medicinal bitter root brought down by the Mislimis. Coptis Pela. (Watt). মিছলীয়া, বি. { অং. মিছা, অসতা কথা) অসত্য-ভাষী, মিছা কথা কোৱা, lying, untruthful. স. শ. মিছা কথা কওঁতা, মিছা কথা কোৱা লোক, a liar. মিছ, বি. (সৎ, মিথ্যা, অসত্য) অসত্য, সঁচাৰ বিপৰীত; যেনে, মিছা সম্বাদ; নিৰ্ধক, নিস্ফল; যেনে, সকলো পৰিশ্ৰম মিছা হল; অচিৰস্থায়ী; যেনে, “জীৱন, যৌবন, সকলে মিছা” false, unreal, fruitless, transitory, transient. 7. শ, অসত্য কথা; যেনে, সি মিছা কয়; বেয়া বা অকামিলা বস্তু; যেনে, মিছ från fars, a falsehood, a lie, a thing of no value. মিছা মা, আসৈ কৰু, to deay. মিছা, স. শ, { অং. মিঠা, সোৱাদ) চুটিকৈ কাটি কুঁহিয়াৰৰ পকা ৰহিত জুবুৰিওৱা utafi, a piece of crushed sugarcane dipped in hot juice of the plant and itsod as a sweet meat. মিছাই, ক্ৰি. বি. মিছাকৈ, অসত্যৰূপে; যেনে, মিছাই কয়; নিৰ্ধকতে নিস্ফল- ৰূপে, গুদাতে; যেনে, মিছাই ইয়ালৈ strera, falsely, fruitlessly, মিছা-মাছ, স. শ. { অং. মিছা, শসন্তা+মাছ, মৎস্য; মাছ নহয় তথাপি মাছ বোলা যায়, এতেকে) এবিধ পানীৰ পোক। তাৰ দুজাতি, এজাতি নিচেই সক তাক প্ৰায় ফৰিঙ্গৰ দৰে দেখা যায়, ভাগৰ জাভিও পেই, কিন্তু ফৰিঙ্গতকৈ বহুত ডাঙ্গৰ আৰু খাবলৈও বৰ ভাল, a shrimp, a prawn. ‘মিছা” এনেকৈও বোলা যায়। মিছালি, গু. শ. অসত্যতা, মিছা কথা কোৱা গুণ বা স্বভাৱ; যেনে, মিছালিত প্ৰবৃত্তিব Cast, untruthfulness, মিছিৰী, স. শ. ( বং. মিছৰী, ডুখৰীয়া চেনি) পৰিত আৰু গোটা মৰা চেনি, sugar- candy. মিজিৎ-মাজা, বি. মাহিমু, পাকৈত বা

  • Calceta, slow, not active and

sharp. স. শ, শীঘ্ৰে কাম কৰিব নোৱৰ আৰু “কৰিম কৰিম কৰি সময় নিয়া কাৰ্য; যেনে, মিজিং মাজাং কৰোতেই fra wty, slowness, sluggishneas, inactivity. “মাহিমুহা” চোৰী। মিজি, বি. চুটি চাপৰ আৰু দুৰ্বল, কঁচীয়া লাগি থকা আৰু গা কৰিব নোেৱৰা (ল), dwarfed and weak, as a child. মিটু, অ, ধ, হিং, মিটনা, লোপ পা; বং, মিটন, নিষ্পন্ন বা শেষ হ} বিবাদ ভা, দল গুচ্‌; যেনে, দুই ভায়েকৰ বিবাদ মিটিল; দল এৰি মিত্ৰ, পুনৰায়