পৃষ্ঠা:হেমকোষ.pdf/৭৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মান। ৭৬৪ মানৱন্। mankind. বি. মনুষ্যৰ, মানপ; যেনে, মানী, বি. (সং, মান, জোখ) সমান জোখৰ, মনিৰ জন্ম, human. (স্ত্ৰী) মাৰ্নৱী। দীঘৰ সমানে বহল আৰু ওখ, well- মান, বি. (সং, মানস—মন, মন) মনৰ proportioned. . মন সম্বন্ধীয়, মনৰ পৰা উৎপন্ন; যেনে, মানুই, স. শ. {সং. মানুষ, মনুষ্য) মনুষ্য, শিৱৰ মানস পুত, mentat. স. শ. ইচ্ছা, মনুষ্য জাতিৰ জন্তু, man, mankind. বাঞ্ছা; যেনে, এই কাম কৰিবৰ মানস মানুহলি, শু. শ. মনুষ্যত্ব, মানুহৰ গুণ বা আছে (মনত উৎপন্ন হয়, এতেকে), ৫ 7074, the state or quality of a desire, a wish. man, humanity, manliness. মান কৰ, ইচ্ছা কৰু, বাঞ্ছা কৰ. to desire. মানুহ-মুৱা, বি. ( ২. মানুহ + মুখ; মানুহৰ মানসিক, বি. মন, মন সম্বন্ধীয়, mental. মুখৰ নিচিনা মুখযুক্ত) মানুহৰ নিচিনা মানসূ-সৰোব (-), স. শ. (সং. মানস- আকৃতি পোৱা, অত্যন্ত কৃশ অৱস্থাৰ পৰা সৰোৰ-~-মানস, এখন বিলৰ নাম + অলপ চিকোণ হোৱা; যেনে, জৰ পৰি সৰৰৱৰ, ডাঙ্গৰ পুখুৰি। হিমালয় পৰ্বত সি খৰিডাল যেন হৈছিল, এতিয়াহে carta ulo fa, the lake Junusa in মানুহ-মুৱা হৈছে; নিচেই দুখীয়া ব্যৱস্থাৰ the Himalayas. (Dowson). পৰা অলপ চহকী হোৱা; যেনে, অমুক মান, স. শ. (বং মানা, নিষেধ) নিষেধ, লৰাকেইটাই গা দিবৰ পৰা সি মানুহমু। atry, prohibition. (R25, recovered from cnaviation, মানিনী, স. শ. (সৎ, মানিন্ শব্দৰ স্ত্ৰীলিঙ্গ) risen from poverty to a well-to-do অহঙ্কাৰিণ, আপোনাৰ ৰূপ-যৌবনৰ গৰ্ব্ব state. কৰা তিৰোতা; যেনে, “মানিনীৰ দৰ্প মানে, ক্ৰি. বি. (সং. মান, পৰিমাণ) পৰিমিতে, কৰিয়া চুৰ। জানাই কৃষ্ণ গৈল কতো কোনো এক সময়লৈকে; যেনে, মই দূৰ।” ৰোহ পভা তিৰোত, a trouf মাহে মানে, তই ইয়াত থাকৃ; পৰিমাণে, woman, a woman in a pet. যিমান হব পাৰে; যেনে, ৰা মানে মানি-মুনি, স. শ. এবিধ দৰবত দিয়া বন, দুখীয়াক মৰম কৰিবা, until, as much as. a kind of medicinal herts. মামান্তি, বি. (অং. মান্তি, সৈমান। এজন মানিমুনি দুবিধ; এবিধৰ পাতবোৰ আন জনৰ কথাত সৈমান বা সম্মত, বহল, তাক বৰ মানিমুনি আৰু সৰু দুজন মিলা, mutually agreed. পাতেৰে বিধক সৰু মানিমুনি বোলে। মাস্তি, বি. (সং. মানু, সন্মান কৰ} সম্মত, মানী, বি. (সং, মানি—মান; সৎকাৰ+ সৈমান; যেনে, ওচৰীয়া পদকীয়াৰ কথাত ইন্} মান থকা, মৰ্যদাস্ত, সম্ভম পোৱা; মাস্তি হৈছে, rtued. স. শ. সম্মতি, যেনে, atat cap, respectel, honored. স্বীকাৰ, মন কাৰ্য্য; যেনে, সেই কথাত স, শ, সম্মান পোৱা ব্যক্তি, সম্ভ্ৰান্ত মানুহ; Cat4 778, consent, agreement. ষেনে, মানীৰ মনি, a respected or মান্ত, বি. (সং. মা, সৎকাৰ কৰ) সন্মানৰ honored person. মোগা, পূজনীয়'; বিশ্বাস যোগ্য, সমা—মাননীয়, মা, মনী; প্ৰথম l'espectable, honorable, credible. দুটা মান পাবৰ বোগ অৰ্থাৎ যি গুণ মাখবৰ, বি. (সং. মান্যৱৰ--মান্য, মান- পাকিলে লোকে আনৰ পৰা সৎকাৰ নীয় + বৰ, শ্ৰেষ্ঠ) অতিশয় মা, শ্ৰে, পোৱা উচিত ভেনে গুণ থকা মানুহত very honorable or venerable. খাটে; শেষৰটোৱে কেৱল লোকে সম্মান মাগৱন্ত, বি. মান পোৱা, সম্ৰম পোৱা, কৰা মানুহক বুজায়; এতেকে কোনো মান্তৱা, মানী, মৰ্যদাস্ত, respected, মানুহ মাননীয় নহলেও মানী হব পাৰে। honored, {} মান্যৱতী।