পৃষ্ঠা:হেমকোষ.pdf/৭৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গীয় মাঈলীয়া, স. শ. (অৎ, মালী, বিৰি) stay cats, the goitre. মাদি, স. শ. গাখীৰৰ কলহ, an eartije jai contajuing card or milk. মাহুৰি, স. শ. {বং মাদুৰ-কাঠী, এবিধ কঠ-বোৱা বন) চাপৰিত হোৱা তৰোৰালৰ আকৃতিৰ পাত আৰু ৰঙ্গা ডিল মেলা এবিধ বন, a kinal of grass. মা-দৈ, স. শ. “মহাদৈ” চোৱা।

  • মাধ-মা, স. . ঙ্গৰ প্ৰহাৰ, a sevcle

beating. (মৌখিক)। মাধৰ, স. শ. (সং. মাধব-মা, লক্ষ্মী+ধৱ, পতি। লক্ষ্মীৰ স্বামী; বিষ্ণু, এতেকে কৃষ্ণ, a name of Tisha or Arishna, মাধৱী, স, শ, ( সং, মাধৱী-মাধৱ, মাধৱী-লতা, বসন্তকাল } বসন্ত কালত অতি সুগন্ধি ফুল বৰা এবিধ বনৰীয়া লতা, মাধৈ লতা, a creeper bearing white, fragrant flowers. Grerinera racemosa. Gamble). মাধুৰী, গু. শ. (সং, মাধুৰী—মধুৰ, মিঠা) মধুৰ গুণ, মধুৰতা, sweetness. মাধুৰ্য, গু. শ. মধুৰত, মধুৰ গুণ, sweetness. মাধৈ লতা, স. শ. মাধৱী” চো। মানু, স, ধ, (সং. মা, সম্মান কৰ) সম্ৰম ক, বশ ই; যেনে, পিতৃ মাতৃক মানিব লাগে; পালন কৰ; যেনে, অধিকাৰৰ আত্মা মানিবা; বিশ্বাস কৰ; যেনে, নাস্তিকে পৰকল নেমানে; স্বীকাৰ কৰ; যেনে, উপকাৰ মানিছে, to respcet, to reverc, to obey, to believe in. স. শ. বিশ্বাস, মনৰ ভাব, বোধ; যেনে, জমাৰ মানত নজনা তুচ্ছ, belief, opinion. শা, স. শ. (সং. মান~-মা, জোখু) পৰি- মণ, জোখ; গধূৰতা; জোতিষৰ মতে চন্দ্ৰ-সূৰ্যৰ গতিৰ গণনাবিশেষ; যেনে, চান্দ্ৰ মান, সৌৰ মান; সন্ত্ৰম, সম্মান, মৰ্য্যদা; অহঙ্কাৰ; ৰোহ, ঠেহ, measure, size, weight, a computation of the duration of a year, respect, dignity, pride, a pet. 74. 71. প্ৰায়; যেনে, কুৰি টকা মান; সমান; যেনে, লোৰ মান দুষ্ট বস্তু নাই, nearly, about, equal to. মান শব্দ, ই, সি, কি, যি, এই কেইটা বিশেষণ সৰ্ব্বনামেৰে যুক্ত হৈ বিশেষণ সৰ্বনাশ হয়; যেনে, ইমান ধন। মান, স. শ. ব্ৰহ্ম দেশৰ মানুহ, a Burmese. মান, কদ, স, { অং.. মান, সম্মান বা বিশ্বাস কৰ মন কাৰ্য্য, the act of respecting or believing. মাননি, স. শ. {সং. মান, সম্ভম) তীৰ্থ বা দেৱতাক দিয়া বা দিবলৈ আগ কৰা বস্তু; যেনে, কামাখ্যালৈ মননি দিছিল, anything offered to a duity or it shrine as a token of religious hom- ag৩. ক ৭. আগ কৰা বা দেৱতাক দিবলৈ মন কৰা কাৰ্য্য; যেনে, কাঙ্গীলৈ ছাগ মাননি কৰিছে, the act of offer- ing to a god, &e. মাননী, স. শ. মানৰ ভিৰোতা, a Burmese Wonian. মাননীয়, বি. (সৎ মান, সন্ত্ৰম কৰ) সমৰ যোগ্য, মান্থ; যেনে, মাননীয় লোেক; বিশ্বাসৰ যোগা; যেনে, এই কথা মাননীয় নহয়, respeetable, credible. “মানী’ চোৱা। মানা, স. শ. মানেতি, সন্ত্ৰম কৰোতা; যেনে, মানস্তাৰ গুৰু গোসাই, one who respects or obeys. . মানপ, বি. (সং, মানৱ, মানুহৰ মানুহৰ, মধ্য সম্বন্ধীয়; যেনে, মানপ নম, human. মান-মণ্ডল, স, শ, (সং. মানমণ্ডল--মান, পৰিমাণ+মণ্ডল, গোলাকাৰ বস্তু; গোলা- কাৰ গ্ৰহ নক্ষত্ৰৰ পৰিমাণ কৰা যায়, এতেকে গ্ৰহ নক্ষত্ৰৰ পৰিমাণ আৰু গভি নিশ্চয় কৰিবলৈ যন্ত্ৰ থোৱা ওখ ঘৰ বা ঠাই, an observatory. মানৱ, স, শ, (স. মানৱ-মনু, মানুহৰ আদি পুৰুষ। মানুহ, মনুষ্য জাতি, man,