পৃষ্ঠা:হেমকোষ.pdf/৭৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

as soo]h as, মাতৃভক্তি ৭২ মালী। une's mother's enemy, one who ক্ৰি. বি. মাখোন, মুঠে, সকলোৱে মুলি; injures one's own mother, যেনে, এটকা মাত্ৰ পাইছে; তেতিয়াই, মাতৃ-ভক্তি, স. শ. (সৎ মাতৃভক্তি-মাতৃ সেই ফণতে (এটা কৃদন্ত ভাববাচাৰ মাত+ ভক্তি, সম্মান) মাতৃক চেনেহেৰে পদৰ পাচত থাকে ); যেনে, তেওঁ অহা কৰা সম্মান, affectionate regard for মাত্ৰ যাম, only, merely, as soon as. one's own motlier. মাত্ৰকে, ক্ৰি. বি. তৎক্ষণাৎ, এফেৰিও পলম মাতৃ হস্তা, স. শ. (সং, মাতৃহপ্ত-মাত, নকৰাকৈ; যেনে, পৰা মাত্ৰকে টোপনি আই + ইন, বধ ক) আপোনাৰ মাকক আহিল, as soon as, immediately. বধ কৰে; কোনো এজনৰ মাকক মাত্ৰা, স. শ. (সং. মা-মা) পৰিমাণ; বধ কৰা লোক, a matricide, the mur- যেনে, পূৰ্ণ মাত্ৰা; আখৰৰ মূৰৰ ৰেখা der of one's mother. (স্ত্ৰী) মাতৃহন্ত্ৰী। বা আঁক; যেনে, আখৰৰ মাত্ৰা সমান স. শ. (সং. মাতৃ, আই+ 54 atost, measure, quantity, the মাতৃহা যোগ, হ, বধ ক) লৰা বা horizontal line on the head of the ছোৱালীৰ জন্মৰ সময়ত কোনো কোনো Nagri and Bengali characters. . এহ আৰু নক্ষত্ৰৰ মিলন, যাৰ দ্বাৰা মাকৰ মাত্ৰেই, ক্লি, বি. মাত্ৰাকেই, তৎক্ষণাৎ, মৃত্যু হব পাৰে, a combination of এফেৰিও পলম নকৰাকৈ, inmecliately, certain stars at the birth of a child, considered to be fatal to its মাংসৰ্য্য, স. শ. {সং. মাৎসৰ্য~-মৎসৰ, mother. থিয়লীয়া) খিয়াল, পৰৰ ঐ দেখি হোৱা মাতৃহীন, বি. (সং. মাতৃহীন—মা, মাতা দুঃখ; হিংসা, envy, malice. +হীন, নথকা) মাতৃ নথকা, mother- মা, স. শ. (বৎ, মাথা, মূৰ মূৰ, মস্তক less. , শ, মাক নথকা লৰা, one who মাথা, { পদ্যত মাথোন ব্যৱস্বত), the has no mother. () fa. 4. *. head. মাতৃহীন। মাথোন, ক্ৰি. বি. (সং. মাত্ৰ, কেৱল ) মাছ-মাতে, ক্ৰি, বি, এটা মাত বা শব্দৰ মাত্ৰ, মুঠে, only, merely. সানি আন এটা দি, প্ৰত্যেক শব্দৰ অৰ্থ মাদক, বি. (সং. মাদক-মদ, বলিয়া কৰ) ভাঙ্গি; যেনে, মাতে মাতে ভঙ্গা পুথি ৰাগী লগোৱা, মত্ত কৰা, intoxicating 64aa7, word for word, literally. স, শ. মত্ত কৰা বা ৰাগী লগোৱা বস্তু, মাছ-কথা,। স. প. বাকা, অৰ্থবোধক all intoxicating thing. . মা-বোল, শব্দ; যেনে, নৰিয়াৰ মাত- মাদল, স. শ. (সং, মৰ্পল; বং, মাদল, কপা নাই; কথা-বাৰ্তা, আলাপ; যেনে, এবিধ মৃদঙ্গ) এবিধ ঢোল, a kind of মাত কথাৰ নিমিত্তে এটি মানুহ হলে ভাল, drum. speech, conversation. মাদলী, স. শ. (মাদল, ঐ; বং, মাদুলী, মাতৃ-কথা খা, বোল-মাত খ, গালি খা, to ডিঙ্গিৰ অশঙ্কাৰ বিশেষ) বিৰি, শোৰ be abused. নিমিত্তে মণিৰ মাজত গাঁখি নাইবা বোগ মান্ত, বি. {সং, মাত্ৰ-মা, মোখ। সকলে, বা আন আপদ নিবাৰণ কৰিবৰ কাৰণে সমুদায়, আটাই (এই বিশেষণ বিশেষ্যৰ কৱচ ভৰাই পিন্ধা এবিধ ক্ষুদ্ৰ ঢোল পাচত যুক্ত হৈ বিশেষ্যৰ বিভক্তি লয়; নিচিনা অলঙ্কাৰ, a drum-shaped orna- যেনে, প্ৰাণী মাত্ৰই মৰে, অৰ্ধা সকলে ment suspended to a chain which is প্ৰাণী), বঙ- মাকে ঈশ্বৰে অজিছে, অৰ্থাৎ wom round the neck or used 48 সমুদায় বন্ধ), all without exception. an amulet. ,