পৃষ্ঠা:হেমকোষ.pdf/৭৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃবৈৰী। i মাত্, স, শ. (হি. মাতৃ, শব্দৰ স্বৰ) মানুহৰ ভিৰি পৰ; যেনে, ভিৰোতাৰ মাত কোমল; শব্দ, ধ্বনি; যেনে, ঢোলৰ মাত : বাকা, কথা; যেনে, মুখত মাত নাই; ভাযা; যে, অসমীয়া মা, voice, koud, spreceh, language. মা কাঢ়, শব্দ কৰ, ধ্বনি ক; যেনে, চৰায়ে মাত কাঢ়িছে, to make a soul. মাতৃ দি, উত্তৰ দি কথা ক; যেনে, মাতিলে ao fa fact, to reply, to speak. মা ফুট, কথা ওলা; সেনে, লৰাৰ মত fors, to communir, to articulate, to lisp. মা মৰু, অমই ই, কথা কব নোৱৰা , to be able fxpak, to be silent. মা মা, কথা ক; যেনে, মাত মাতিলেই 1, to speak. মাতৃ মাৰ, কথা কব নোৱৰা কৰ, নিৰুৰ

  • 4, to put to silace.

মাতৃ ল, মানুহৰ দৰে কথা কবলৈ শিক; যেনে, ভাটোৱে মাতিছে, to imitate the human specch. মাত লগা, সম্বোধন ক, 10 Feak to, to accust. মাহ, অ, ধ. শব্দ ক; যেনে, মৰাই মাতিছে; কথা ক; যেনে, মূৰ্গে মাভিলেই C0074 2075t, to make a sound, to speali. স. ধ. আবাহন কৰ, নিমন্ত্ৰণ কৰ; যেনে, সবাহলৈ ভকত মাতা; ক্ষমা মাগ, দোষ এৰিবলৈ বিনয় কৰ; যেনে, তোমাক হাতত ধৰি মাতিছে; পাঠ কৰু, পঢ়; যেনে, কাকতখান মাতা; সহবাস কৰু, শৃহাৰ কৰ; যেনে, এই তিৰোভাক কোনেও মত নাই, to invite, to call, to beg pardon of, to read, to have sexnal intercourse with a woman). মঙ্গ, স, শ. { সৎ, মাতঙ্গম, উন্মত্ত হ)

    • 01, a male elephant. ($)

মাভঙ্গী। মাত, কদ, স, মতা কাৰ্য, কথা কোৱা বা আবাহন কৰা কাৰ্য্য, the act of speak- ing, calling, &c. মাতলি, স. শ. ইৰ সাৰথি, the letes of Indra. মাত, স. শ. {সং. মাতৃ-মাত. যাই। জননী, আই, : htter. মাতামহ, স. শ. {স, মাতামহ-~-মাতা, আই) আইৰ বাপেক, a notless father. (স্ত্ৰী) মাতামহী। মাভী, স. শ. { যা. মদিন; বং, মাদী, মাইকী মাইকী জন্তু, a female animal. মাতুল, স. শ, ( স. মাতুল-~-মাতৃ, আই মোমাই, a munterual unele. (9) মাতুলানী। মাতৃ, স. শ. ( স. মাতৃ-মা, সৎকাৰ ক} মাতা, আই; মানুহবিলাকৰ মাতৃ স্বৰূপা ব্ৰাহ্মী আদি কাঠ না বা গৌৰী আদি ঘোল জন্ম দেৱীৰ এজন}, 1 mother, any one of a group of cight or of another of sixteen gol- tlasses regarded as the divine mothers of mankind. মাতৃগামী, স. শ. (সং. মাতৃগামি, মাতৃ, আই + গম, গতি ক) আপোনাৰ মাকক অভিগমন কৰোতা, a man who has criminal intercourse with his own mother, মাতৃবধী, স. শ. { সৎ মাতৃবধি-মা, আই+ বুধি, বধোলা, বধ + ইন মা হন্তা, আপোনাৰ মাকক বধ কৰোতা; কোনোৰ মাক মৰা লোক, a matricide, the murderer of one's mother. মাতৃবন্ধু, স. শ. (সৎ, মাতৃবন্ধু-- মাতৃ, মাতা বন্ধু, বান্ধৱ) মাৰ ফালৰ নিলগীয়া মিত্ৰ; যেনে, মাতামহৰ বা মাতামহীৰ ভায়েকৰ বা ভনীয়েকৰ সন্তান, a. remote king inan on the mother's side. মাতৃবৈৰী, স... {সং. মাতৃৱৈৰি—মা, আই +ৱৈৰি, শ} কোনোৰ মাতৃৰ আপোনাৰ মাকক হিংসোতা,