পৃষ্ঠা:হেমকোষ.pdf/৭৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা-খাল, বি. মাজত খাল খকা, মাজ ভাগ

  1. COT), having a hollow or depres-

nion in the midille. মাজ-ডাঙ্গৰ, বি. ডাঙ্গৰ মধ্যভাগযুক্ত; ডাঙ্গ

  • tore, having a thick waist

(or middle. (স্ত্ৰী) মাডাঙ্গৰী। মাঙ্গ-পা, স. শ. মূধ আৰু পানীপাচৰ মাজৰ ভাগ, ঘৰৰ চালৰ চতিৰ মূৰত লগ ভাগ, কুম, the portion of a sloping roof midway between the ridgepole and the eases. মাটি, ম. শ. ( স. মৃত্তিকা; হিৎ, বৎ. মাটা, ভূমি) পৃথিবী, ভূমি; খানি পৃথক কৰা পৃথিবীৰ অংশ; যেনে, মাটিৰ পাত্ৰ, the earth, land, snil, ground. মাটি-পানী ল, প্ৰভাৱ ৰা মলত্যাগ কৰি মাটি ঘঁহি হাত ভৰি যে, to wash the hands and feet with earth and water after evacuating the bowels. মাটিকঁঠাল, . শ. (অং, মাটি, ভূমি+ কঁঠাল, এবিধ কল) কেতেকী কঁঠাল, এবিধ ফল ( মি সৰু গছত লাগে আৰু তাৰ গা কঁঠালৰ দৰে অসমান), the pineapple. মাটিগৰি, স. শ. এবিধ ক্ষুদ্ৰ বন-শাক, 1 ***, a kind of patleri. মাটিটো, স, শ, এবিধ মটীয়া বৰণৰ ফট থকা সাপ, তাৰ বিষ চকৰী ফেটিৰে সমান, কিন্তু কেঁটত চকৰ নাই, a kint of cobra. মাটিমা, স. শ. এবিধ মটীয়া বৰণৰ সকলোৱে for attes, a kind of prise (Phascolus radiatus ). মাটিমাহী, স. শ. এবিধ মটীয়া বৰণৰ সৰু sata, a kind of small bird, মাটোটোকা, স, শ, এবিধ দৰবৰ লতা, a kind of croeping plant. মাটোৰ, অনুক, গছৰ শুকান ডাল বা ভাৰ নিচিনা বন্ধু ভাগোতে হোৱাৰ নিচিনা te, an imitative sound used to express that caused by the break- ing of a dry stick. গাণিকিমধুৰি। মাটোই,। ক্ৰি. বি. মাটোৰ শব্দ কৰি, মাটোৰ কৰে, with the alxyve sound মাই, বি. (সং. মৃত্ব, চোকা নোহোৱা; হিং. মঠা, মেদা} চোক নোহোৱা, তোতা; যেনে, খুৰৰ ধাৰ মাঠ হৈছে; মাঠ বুদ্ধিৰে লৰাই শীঘ্ৰে শিকিব নোৱাৰে; লেহেম, ধীৰে চলা, শীঘ্ৰ নোহোৱা, মেদ; যেনে, এই কমাৰৰ হাত মাঠ, উগ্ৰ মোহোৱা ( তাপ); যেনে, ৰদ মাঠ হৈছে, not sliars, blunt, milj, slow, মাঠ, স. ধ. মাঠনীৰে ধীৰে ধীৰে কোবাই মিহি ক; যেনে, সোণাৰিয়ে বিৰি মাঠে, হতোৱাহেৰে ওপৰে ওপৰে চাচি মিহি কৰ; যেনে, বাঢ়ৈয়ে পাট মাঠে, to kiooth by lightly striking with a small hammer or aclze. মাঠনী, স, শ, অলঙ্কাৰ আদি নিম কৰা 59 toa, a small hammer. মাঠি, স. শ. (অং মাটি, মৃত্তিকা } এবিধ মাটিৰ গাগৰী, মঠীয়া, a large earthei jar. বঙ্গালী আৰু হিন্দীৰ “মুটুকী, ” অসমীয়াৰ মাঠি। মাইকা, স. শ. “মাটোটোকা’ চোৱা। মাড়, স. শ. ( স. মঙ, সিজোৱা চাউল আদি খচি কৰা জোল } তত ভাহোন দিবলৈ ধান বা চাউল সিজাই কৰা এবিধ আঠা; চাউল মাটিমাহ ইত্যাদিত থকা আঠা; যেনে, ন চাউলত অধিক মাড় 117, a size made by boiling rice and applied to the warp in wear- "ing, stareh. মাণিক, স. শ. {সং. মাণিক্য, এবিধ ৰঙ্গা বাখৰ এবিধ বহুমূলীয়া বা বাখৰ, ten otetty, a superior kind of muby. মাণিকিমধুৰি, স. শ. ( অং. মাণিক, মাণিক নিচিনা উত্তম + মধুৰি, সোদ। অতি উত্তম বিধৰ অহা ধান; তাৰ চাউল নিচেই সৰু আৰু সুগন্ধি আৰু আস্বাদে। উত্তম, the lvest kind of tree is Asram.