পৃষ্ঠা:হেমকোষ.pdf/৭৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Coulmn 1 Head Word


Word 1, Meanings

মাছ, সং.শ.(সং. মৎস্য, প্ৰাং. মচ্ছ, এবিধ জল-জন্তু) এবিধ সকলোৱে চিনা পানীৰ জন্তু মৎস্য, a fish.

ক: গাল-পাখি; খ: বুকু-পাখি; গ: নাই-পাখি; ঘ: ফান্ বা ফিচা; ঙ: ফানৰ গুড়িৰ পাখি; চ: পিঠি-পাখি

Coulmn 2 Head Word


Word 3, Meanings

Word 4, Meanings






জ্যেষ্ঠ এজন কনিষ্ঠ থকা, মাজতীয়, bor জ,


মাষী-প্তমী আসে সয়ে। এই মাহৰ পূৰ্ণিমা মঘা নক্ষত্ৰত হয়, 1 মাজ, স, শ, {সং. মধ্য, বং, মাক, চিৰ) এতেক) দহ সংখ্যাৰ মাহ, January ভিতৰ, অভাঙৰ; যেনে, মুঠিৰ মাজত। February , মধ্যস্থল, চাৰিও ফালৰ পৰা সমানে দূৰ মাঘী-সপ্তমী, স. শ. মাঘ মাহৰ শুক্লা সপ্তমী, ঠাই; যেনে, ৰখৰ ঘিলাৰ মাজৰ বিষ, a bathing festival in the month the middle, inside, centre. fq. 4ta, of Magh. মাজত থকা; যেনে, মা ঠাই, mid- মাছিয়া, স. শ. (স. মঞ্চ, চাং; হিং. বং. dle, central. মাচিয়া, এবিধ তাসন) চকী, এবিধ শাসন, মাজতীয়, বি, মাজত উৎপ, মাজৰ, mid- a chair. dlo, millmost. মাচুল, স. শ. (যাং.) দান, খুত; ডাকত মাজালী, বি. মাজৰ; যেনে, মাজালী ভাগ; বা জাহাজত বস্তু নিয়াৰ বেচ, a con)- কেইও ফালে পানীৰে আবৃত হৈ থকা; mission, duty or toll, postage or যেনে, মাজাশী চাপৰি, central, mid- freiglit. most, surrounded by water.

between two, middlc, midmost. “ মা ” এনেকৈও কোনোৱে বোলে। মাজী, স. শ. (হিং কং, মাজী, গুৰিয়াল) atau faxt, one who kteers a boat, a stecrsman. মাজুলী, স. শ. মাজালী চাপৰি, কেইও ফালে পানীৰে আবৃত ঠাই, উপদ্বীপ, an island. বি, পানীৰে আবৃত, মাজালী, surrounded by water. ক, গাল-পাখি; খ, বুকু-পাখি; গ, নাই- মাজে, আনু. অ, ভিতৰে, মধ্যে; যেনে, পাখি; ঘ, ফান্ বা ফিচা; ঙ, ফানৰ সমাজৰ মাজে যাব নেপায়, through গুড়িৰ পাখি; চ, পিঠি-পাখি। the middle of. মাছতিয়াৰ, স. শ. মাছ ধৰাত পাৰ্গত মাজে-মাজে, ক্ৰি. বি. মাজে দি এমূৰৰ পৰা মাছুৱৈ, cate, a man who is skil- আন মূবলৈকে। ful in fishing. (I মাজে মাজে দোতোথৰ হল। কোনো মাছমৰীয়া, বি. মাছ মৰা; যেনে, মাছ মৰীয়া কোনো সময়ত, মজামজিকৈ; যেনে, মানুহ, tisliing, স. শ. মাছ মৰা মানুহ, মাজে মাজে বৰষুণ হৈছে, oecasionally, a fishermat. . through the centre. . মাছৰীয়া, বি. (অং মাছ, মৎস্য+ সৎ মাঞ্জে-খুধে, ক্ৰি. বি. (অং, মাজ, মধ্য ভাগ ৰাশি, সমূহ) অধিককৈ মাছ ধৰিব পৰা, + মূধ, উা ভাগ ) আগ-গুৰি মছাকৈ, মাছ ধৰাত পাৰ্গত, expert at catch- বিশেষ নকৰাকৈ, থোপ গোপে; যেনে, মাখে-মুখে কোৱা কথা বুজিব নোৱাৰি; মাছুৰোকা, স. শ. (সৎ মৎস্য; বং, মাছ- এতেকে অনিশ্চিতকপে, without parti- বাঙ্গা, এবিধ চৰাই) এবিধ ওপৰৰ পৰা cularising, in a vague manuer. থাপ মাৰি মাছ ধৰি খোৱা চৰাই, হনুমস্তা, মাজে সময়ে, ক্ৰি. বি. মামখিকৈ, কেতিয়া the kingfisher (Alcedo espida). Cofetal, now and then. ing fish.