পৃষ্ঠা:হেমকোষ.pdf/৭৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাত্মা ৭৫৫ মহামহিম। the fifth of the seven regions under the eartlı. মহাত্মা, স. শ. (সং, মহাত্মন্ মহা, শ্ৰেষ্ঠ। আত্ম, প্ৰাণ, যাৰ শ্ৰেষ্ঠ প্ৰাণ) মহৎ লোক, শ্ৰেষ্ঠ পুৰুষ, an illustrious of umiinent man. মহাত্মা, স. শ. (সং. মাহাত্ম্য, মহিমা) মহিম, Chauta fe, glory, divine lower. মহাদেৰ, স. শ. (সং. মহাদেৱ-মহ, শ্ৰেষ্ঠ +দেৱ, দেৱ শিৱ, a name of Sira. মহাদেৱী, স. শ. (সং. মহাদেৱী-মহা, শ্ৰেষ্ঠ +দেৱী, গোসানী, ৰজাৰ মহিষী) মহা- দেৱৰ ভাৰ্য্যা, দুৰ্গা; মহাৰাজাৰ ঘাই ভাৰ্য্য, পাটুমাদৈ, Durga, the chict qneen of a reigning monarch. মহাদৈ, স..শ. (সং. মহাদেৱী, ঘাই কুৱৰী। ৰাৰ ঘাই কুৰী, পাটমাদৈ, the principal queen of a king. মহান্, বি. (সং. মহৎ, শ্ৰেষ্ঠ ) শ্ৰেষ্ঠ; বৃহৎ, 6774, 75), great, vast, gran. মহানিদ্ৰা, স. *, (সং. মহানি-- মহা, বৃহৎ + নিদ্ৰা, টোপনি মৃত্যু, leatl.. মহানিম্, স. শ. {সং. মহানি, এবিধ গছ। এবিধ দৰব দিয়া ডি গছ, the true tree. “নিম” চোৱা। মহানিশা, স. শ. { সং. মহানিশা-মহ, বৃহৎ+নিশা, ৰাতি) মাজৰাতি, midnight. মহাপাত, স. শ. (সং. মহাপাতক, মহাপপি মহা, ভাঙ্গৰ - পাতক, পাপ, কুকৰ্ম। ডাঙ্গৰ পাপ, বৰ পাতক, শাস্ত্ৰৰ মতে ভাৰ সংখ্যা পাঁচ; ব্ৰহ্মবধ, বামুণৰ সোণ চুৰ কৰা, মদ খোবা, গুৰুৰ ভাৰ্যা হৰণ, আৰু তেনে কোনো কাৰ্য কৰা লোকেৰে সৈতে ব্যৱহাৰ কৰা, a sin of the highest degree. মহাপাতকী, স, শ, ভাঙ্গৰ পাপ, পাঁচ মহাপাপ, মহাপাতকৰ এটা বা অধিক prátot, a rinner in the highost degree. মহাপুৰা, “পুৰাণ” চোৱা। মহাপুৰু, স. শ(সং. মহাপুৰুষ-মহা, শ্ৰেষ্ঠ +পুৰুষ, লোক) জ্ঞানী আৰু ধাৰ্শ্বিক লোক; এই দেশৰ বৈষ্ণৱ ধৰ্ম্ম চলোৱা শঙ্কৰ দেৱ। তেওঁৰ শিষ্য মাধৱ দেৱ, an eminent man, a saint, Sankur Dera, and his disciple laulu Derre, the founders of the Vitirate religion in Assamn. মহাপুৰুষীয়া, বি. মহাপুৰুষৰ; দুজনা মহা- পুৰুষৰ মত চলা, relating to (or - lowing the doctrines of the Jahat purushins. মহাপ্ৰলয়, স. শ. (সং, মহাপ্ৰলয়-~-মহা, ঘাই+প্ৰলয়, নাশ) ধাই প্ৰলয়, এক পৰমেশ্বৰত বাজে সকলো দেৱতাৰ অৰ জগতৰ সম্পূৰ্ণ নাশ, a total destruction of the universe with the exception। of the Supreme Being. মহাবাহু, বি. {সং. মহাবাহু-মহা, ডাঙ্গ + বাহু, হাতৰ ঠাবি) বলৱান, পৰাক্ৰমী, inighty, . মহাবিদ্যা, স. শ. {সং. মহাবিদ্যা-মুহা, শ্ৰেষ্ঠ + বিদ্যা, দেৱী) দুৰ্গা দেৱী, la"!}t. মহাভাগ, স. শ. { স. মহাভাগ -মহা, শ্ৰেষ্ঠ + ভাগ, অংশ) সাধু পুৰুষ, ঈশ্বৰ- পৰায়ণ লোক; শ্ৰেষ্ঠ লোক, very virtuous or eminent man. মহাভাগৱ, স. শ. “ভাগৱত” চোৰ। মহাভাৰত, স. শ. ‘‘ভাৰত” চোৱা। মহামতি, স. শ. (সং. মহামতি-মহ, শ্ৰেষ্ঠ + মতি, আশয়) মহাশয়, শ্ৰেষ্ঠ লোক, at high-ninded or illustrious man, a gentleman. বি. ডাঙ্গৰ আশয়যুক্ত, শ্ৰেষ্ঠ, উচচমন, সম্ৰান্ত, magnanimous, noble. মহামতিত্ব, ৩. শ, উচ্চ মন-থকা গুণ বা অৱস্থা, ভাঙ্গৰ মন, magnanimity. মহামহিম, বি. (স, মহামহিম, মহা, শ্ৰেষ্ঠ মহিমন, গৌৰৱ ) অতিশয় গৌৰ- ৱাৰিত, বৰ মা, খ্যাতিমন্ত, moble, il- lustrious, honorable.