পৃষ্ঠা:হেমকোষ.pdf/৭৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন্তকতত্ত্বজ্ঞ। ৭৫৪ মহাত। মকতজ্ঞ, স. শ. মকত্ব জানোতা, phronologist. মস্তিষ্ক, স. শ. (সং. মস্তিষ্ক--মস্তি, প্ৰাপ্ত হ) মূৰৰ ঘিউ, the }brain. মঙুল, স. শ. (হিং. মল; ৰ. মাস্তুল, নাৱৰ খুঁটা বিশেষ) নাৰ পাল-তৰা খুঁটা, a mast. মহ্, স. শ. ( স. মশ, এবিধ ভেজ পিয়া কীট) এবিধ তেজ পিয়া কীট, a nost[hito. মহু, স. শ. (সং. মহিষ, এবিধ স্থ) এবিধ শিঙ্গাল জন্তু, buffalo, মহঙ্গা. বি. (সং. মহাৰ্ঘ; বৎ. মাহাঙ্গা, মৰগ) Tast , high-priced, clear. মই টিয়া, স, ধা. {স. মম্, নাশ কৰ) ভৰিৰে মোহাৰ, গচকি পকাই নষ্ট কৰ; যেনে, গৰুৱে ধানবিলাক মহটিয়ালে, to trample, to tread down. মহত্ত্ব, বি. (সং. মহৎ-মহু, পূজা কৰ } ভাঙ্গৰ, বৃহৎ; শ্ৰেষ্ঠ, প্ৰধান, এrreat, hist, excellent, magnanimous. (1) মহলি, গু. শ. বৰাই, কেমলি, a slow of greatness, ostentation, pride. মহলি, গু. শ. মহৎ লোকৰ গুণ বা স্বভাৱ, কেমতালি, বৰাই, marnamity, greatness. মহ, ও. শ. (সং. মহৎ, ডাঙ্গৰ) শ্ৰেষ্ঠত, 1944, greatness, scellence, magnanimity. মহ, স. শ. “বাইলুং" চোৱা। মহন্ত, স, শ. (সং. মহৎ, শ্ৰেষ্ঠ; হিং. মহস্ত, সন্নাসী} মহাজন, ঈশ্বৰপৰায়ণ লোক; যেনে, “ মহন্তৰ মুখে কথা শুনা প্ৰথমত। তেবেশে প{ইবা ভকতিৰ ত?” এই দেশৰ সৰ গোসাই, ২. saint, religious instructor. মহম্মদ, স. শ. মছলমানবিলাকৰ ধৰ্ম্মচলাওঁ, মহলা পাত, গোপনে আলচ কৰু, to hold a secret consultation. . মহলীয়া, স. শ. ( যাৎ, মহাল, গ্ৰামসমূহ) গাৱঁৰ পৰা সাধাৰণ বস্তু আনি নগৰত থাউকতে বেচেঁতা, a wholesale dealer of country produce. মহলোক্, স, শ. (সং. মহলোক, সাত স্বৰ্গৰ এক) সভা লোকৰ তলৰ এখান স্বৰ্গ, one of the seven regions ahove. মহ, বি. (সং, মহৎ, মহান, শ্ৰেষ্ঠ) ভাঙ্গৰ, বৃহৎ, প্ৰধান, শ্ৰেষ্ঠ; প্ৰবল, reat, rhicl, exoellent, grand, violent. মহা, স. শ. (সং. মাস, টকাৰ চাৰি ভাগৰ এভাগ। এটকাৰ চাৰি ভাগৰ এভাগ, এক f4f4 54, onc-fourtlı of a rupice. মহ, স. শ. { হিং. মৌসা, মাহীৰ স্বামী) আইৰ ভনীয়েকৰ স্বামী, 1 others sister's lusland. মহ, বি. (অং. মহ, এবিধ কীট) মহৰ বৰণীয়া, অলপ কলা মুগা, dark-brown. মহাকাব্য, স. শ. (সং. মহাকাব্য—মহা, শ্ৰেষ্ঠ+কাবা, ছন্দবে লেখা পুথি) বৰবীৰ বা শ্ৰেষ্ঠ লোকৰ কাৰ্য্য ছন্দ লগাই বৰ্ণনা fall it, an epic poem. মহাকাল, স. শ. (সং. মহাকাল---মহা, বৃহৎ + কাল, মৃত্যু শিৱৰ সংৰক মূৰ্তি, সি কৃষ্ণবৰ্ণ আৰু ভয়ঙ্কৰ, a form of Sizz in his character of destroying deity. (স্ত্ৰী) মহাকালী। মহাজন, স. শ. (সং. মহাজন—মহা, শ্ৰেষ্ঠ + জন, মানুহ) সাধু বা জ্ঞানী পুৰুষ; ডাঙ্গৰ বেপাৰী; বাঢ়ি লগাই ধন ধাৰে দিওঁতা; অসম দেশৰ তলৰ শ্ৰেণীৰ মহন্ত, a sage, a virtuous and wise man, a merchant, a money-lender, a religious instructor of an inferior class in Assain. মহাজনীয়, বি. মহাজন সম্বন্ধীয়, relating to the above. , মহাভল, স. শ. (সং. মহাতল—মহা, বৃহৎ+ তল, গভীৰতা) সাত পাতালৰ পঞ্চম খলপ, a মহৰি, স. শ. (যাং. মহৰে, লেখক) কাকী, কাকত লিখো, a writer. মহলা, স, শ, বিদ্যাৰ পৰীক্ষা, আলচ, an examination, secret counsel.