পৃষ্ঠা:হেমকোষ.pdf/৭৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মলীপাক ৭৫০ মৰিচা। মৰলী-পাক, স. শ. { অং. মৰল, গোল ) বৰকৈ ঘূৰা পাক, a quick turn or revolutiou. মহু, অ, ধ, { অং. অৰু, মৃত হ বা শুকা) বৰকৈ শুকাই জীৰ্ণ হ, বৰকৈ শুকাই Kan>, to dry so as to crumble, to decay. মৰ, স. শ. ( সং. ময়ুন, এবিধ চৰাইৰ এবিধ সকলোৱে চিনা চৰাই; পৰৰ চালৰ দুই মূৰে সূধৰ মাৰলীত মৰা চৰাইৰ নেজৰ দৰে ওলমাই বন্ধা খেৰ, a. peacock or peahen, 1 tuft of grass bound (3) either end of the riduze-ple of a house. মৰা, স. শ. ( ত. ম, প্ৰাণ এৰ ) মৃতক, মৃত মানুই; যেনে, মৰাৰ শৰাধ, a deceast person. মৰা, স. বা. (অ. মা, আঘাত ক) লোকৰ দ্বাৰা আঘাত কৰা, শস্য সৰোবা; যেনে, ধান মৰাইছে, to cause to be beaten or thrasheri. মৰ', “মৰ শাক চোৱা। মৰা-গুটিয়া, বি. মৰা শাকৰ শুটিৰ নিচিনা, resembling the seed of the above. মৰাণু, স. শ. {সং. মৰণ, মৃত্যু) মটক, মোৱামৰীয়া; ( এই জাতি মানুহে গৌৰী- নাথ সিংহৰ দিনত বিদ্ৰোহী হৈ বৰ নিৰ ৰূপে বিস্তৰ মানুহ মাৰিলে, এই কাৰণ ইহঁতৰ নাম মৰাণ হল; এতেকে) নিষ্ঠুৰ 173, a tribe in Assam, said to he very (Tue), hence it comes to incan cruel. মৰ-আদা, স, শ. (সং, মাৰণ, বধ কৰণ, মৰণ-আদা, বৰ জলা, এতেকে) এবিধ বৰ জলা আদা, a kind of ginger, মৰা-পাটু, স. শ. {ম, এবিধ ক্ষুদ্ৰ গছ+ পাট, পাট-সূতা) তিত মৰা গছৰ আঁহ, তাক পাট-সূতাৰ নিচিন দেখা যায়, jute or hemp. Corchurux Capsu- laris. (Ganille). মৰা পিটা কৰ এজনে আন এজনক দিব লগীয়া ধনৰ ধাৰ সেই জনৰ পৰা পাব লগীয়া ধনেৰে শুজ, পাব লগীয়া ধন দিব লগীয়া ধনত মাৰ, to set off one delyt against another. . মৰামৰি, স. শ. { অং. মাৰ, আঘাত কৰ) ইজনে সি জনক আঘাত কৰা কাৰ্য, a mutnal bcating . মমুৱা, বি, { অং. মৰা, মৃত। মুখ, বদন) মুখত আনন্দৰ চিন নথকা, বিমৰ্ষ, বিমন, wa-zat xad, cheerless. মৰমুৱাকৈ, ক্ৰি. বি. { অং. মৰা, মৃত+ মৰামুৱে,। মুৰ, শিৰ মৰা মানুহৰ মুৰ থোৱা ফাললৈ, অৰ্থাৎ পশ্চিম বা উত্তৰ ফাললৈ মুৰ থৈ, with the head to- wards the north or wert. মৰা-শ, স. শ, শয়, মৰ জন্তুৰ শৰীৰ, a corpse, a dual body: মৰা শা, স. শ. {অং. সৰা, এজাতি ক্ষুদ্ৰ গছ + সং. শাক, ৰান্ধি খোৱা তৃণ) এজাতি ক্ষুদ্ৰ গছ। তাৰ দুটা উপজাতি আছে; এটাৰ পাতবিলাক তিত, তাক তিতা-মা বোলা যায়, আৰু তাৰ ছালৰ পৰা মৰা- পাট হয়। সিটোৰ নাম মিঠা-মৰা। দুয়ো বিধৰ কোমল পাতবোৰ শাকৰ দৰে ব্যৱ-- হৃত হয়, E, the jute plant., Corchurus Cirpxuluris. মৰা-হাতী, স. শ. মখনা, সঁাত নথকা মতা 813, a tuskless male clephart, a wkhna. মৰি,। স. শ. { অং. মধুৰি, মিঠা। মৰি টেঙ্গা, টেঙ্গা, অন্ন ফল। এজাতি পকিলে বৰ মিঠা হোৱা টেঙ্গা ফল। তাৰ অনেক উপজাতি আছে; যেনে, পানীমৰি, হোলোঙ্গ মৰি ইত্যাদি, a general name of several kinds of sweet lemon, মৰি, স. শ. (সং. মৰিচ, জালুক, মা, বৰ জলা, এতেক) জলকীয়া; তাৰ গছ, a chilli, its plant. মৰিচা, স. শ. এবিধ বাৰিষা হোৱা শাক, a kind of potherh.