পৃষ্ঠা:হেমকোষ.pdf/৭৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন্ত্ৰ। 981 মা। । 1 দুৰ্বল) ডাঠ মনযুক্ত নোহোৰ, অখি- Haty; 55, irresolute, timid. মন্-বঢ়া, বি. ( অৎ, মন, ঐ+ বঢ়া, বৃদ্ধি পোৰা) ভেওপৰা, অলপ কথাতে বিবাদ কৰা, কালৈও ভয় নকৰ, wayward, rash, quarrelsome. মম্মথ, স. শ. (সং. মম্মথ-মন, চিত্ত+ম, সঞ্চালিত কৰ) কামদেৱ, the god of love. যন্ত্ৰণা, স, শ. (সং. মন্ত্ৰণা—মত্ৰ, আল) গুপ্ত পৰামৰ্শ বা আলট, & secret counsel, মন্ত্ৰী, স. শ. (সং. মন্ত্ৰি-মন্ত্ৰ+ইন) পৰামৰ্শ দিওঁতা; ৰজাক ৰাজ্যশাসনৰ কথাত আলচ দিয়া বিষয়া; মন্ত্ৰণাত পাৰ্গত 117, a counsellor, a royal minister. মন্থন, কদ, ২, (সং, মন্থন--মন্থ, সঞ্চালন ক) মথ বা ঘোঁটা কাৰ্য, the act of stirring or churning, . মন্দ, বি. (সং. মলম, ধীৰ হ) বেগী নোহাৱা, লেহেম; যেনে, মন গতি; নীচ, অধম, বেয়া, তীব্ৰ উ বা চোকা নোহোৱা; যেনে, অগ্নি মন্দ হলে আহাৰ often catatu, slow, bad, vile, not keen, lull. মন্দমতি, বি. (সং. মন্দমতি-মন্দ, বেয়া+ মতি, বুদ্ধি ) ভাল বুদ্ধি নথকা, নিৰ্বোধ, stupid, dull, মন্দৰ, স. শ. মথনী পৰ্বত, এটা পৰ্বত যাৰ দ্বাৰা দেৱতা আৰু অসুৰবিলাকে সাগৰ মধি অনেক ৰত্ন বাহিৰ কৰিলে, a moun- tain with which the ocean is said to have been churned by the gods and demons. মন্দাকিনী, স. শ. (সং. মন্দাকিনী-মন্দ, ধীৰে+ অকৃ, গতি কৰ) স্বৰ্গৰ গঙ্গা, গঙ্গা নদীৰ স্বৰ্গত থকা ভগ, the Ganges of Hlcaven. (Dowson). মন্দাগ্নি, স. শ. (সৎ, মন্দাগ্নি-মন্দ, নিস্তেজ + অগ্নি, আহাৰ জীণ নিয়া শক্তি। অপাক, অৰ্জীৰ্ণতা, আহাৰ ক্ৰীণ নিয়া শক্তিৰ হাৰ, indigestion, মন্দাৰ, স. শ. (সং. মন্দাৰ-ম, আনন্দিত কৰ স্বৰ্গৰ পাৰিজাত গছ; মদাৰ গছ, a tree in the garden of Indra, the coral tree. See মদাৰ। মন্দিৰ, সশ. (সং, মন্দিৰম, শয়ন ক) ঘূৰ; দেৱতাৰ ঘৰ, মঠ, a house, a temple. মন্-পাল, বি. (অ. মন, হৃদয়+ পাল, ম-মৰা, বি. (অৎ মন+ মৰা, মৃত) নিৰানন, বিমৰ্ষ, sad, cheerless, ম্য, স, শ, (সং. মম, জাত হ) অসন্তোষ, থং; অপমান, displeasure, anger, insult. মম্বস্ত, স, শ. (সং. মস্তৰ-মধু, মনুষ্যৰ আদি পুৰুষ+ অন্তৰ, মাজৰ কাল ) এজনা মনুৰে ৰাজত্ব কৰা কাল, দেৱবিলাকৰ ১ যুগ অৰ্থাৎ মানুহৰ ৩৭,৬৭,২৭,০০০ বছৰ, the reign of a Manu or 306,720,000 years. মম, স. শ. (ইজিপট মোম; ফা. মোমি; হিং, বং, মোম, মৌশিটা) মৌশিটা, bee's wax. মমতু, স. শ. ‘মমতা” শব্দৰ অপভ্ৰংশ। মমতা, ও শ. {সং. মমতা-মম, মোৰ, মোব এনে ভাব) স্নেহ, মম, দয়া, affcction, compassion. ম-ময়া, বি. (সং. মমতা, চেনেহী চেনে পোৱা, মিল, ভালৰি; যেনে, ভাঙ্গৰীয়াৰ মময়া খাটনিয়াৰ, favourite, esteemed, friendly. , মমবাতি, স. শ. (হি. বং. মোম, মৌশিটা + বাতি, প্ৰদীপ) প্ৰদীপ আলিবলৈ যুগুত কৰা মৌশিটা; মৌশিটাৰে লগোৱা biff, wax candle. ময়ুৰু, স. শ. (সং. ময়ুৰ—মহী, পৃথিৱী+ক, শৰ কৰ) মতা মৈৰা চৰাই, a peacock. (স্ত্ৰী) ময়ুৰী। মৰু, অবা. (সং , হি. মৰণা, প্ৰাণ এ) প্ৰাণ এৰ, ইক্ত হ; শুকাই যা (গছ আদি), নাশ পা, পোপ পা; আয়