পৃষ্ঠা:হেমকোষ.pdf/৭৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মনুষ্য। 984 মঞ্জ। হয়। এতিয়া সপ্তম মনু বৈবস্বত ৰাজ মনোযোগ, স. শ. (সংমনোযোগ--মনস্, কৰিছে, মনু নামেৰে যি এখন স্মৃতি-শাৰ মন+যোগ, লগোৱা) কোনো বিষয় আছে, সি স্বায়ৱ মনুৰ কৃত বুলি খ্যাত, মনৰ সংযোগ, চেষ্টা, attention, a son of Brahma and progenitor মনোৰধ, স. শ. (সং. মনোৰথমন, of mankind, there were fourteen মন+ৰথ, এবিধ যান; ৰথৰ দৰে বেগাই such Mams. (Dowson). চলে, এতেকে) বাঞ্ছা, ইচ্ছা, কামনা, মনুষ্য, স, শ, (সং. মনুষ্য—ম, মানুহৰ wish, desire. আদি পুৰুষ ) মানুহ, man, mankind. মনোৰম্, স. শ. {স মনোৰম---মনস্, মনুষ্যত্ব, গু. শ. মনুষ্যৰ গুণ বা সভাৰ, মন + ৰ, আনন্দিত কৰ মনত ৰ” humanity, manliness. লগোৱা, এতেকে উত্তম, সুন্দৰ, মনোজ্ঞ, মনুষ্য-বৰ্গ, স. শ. (সং. মনুষ্যৱৰ্গ -মনুষ্য, pluasing', agrecalole, lovely, your মানুহ + ৱৰ্গ, সমূহ) মানুহবিলাক, lauman মনোবা, স. শ. (সং. মনস্, মন, মনে ভাল beings, mankind. পোৱা) হেলী, এবিধ পানীত হোৰ। মনুহৰ, স. শ. {স. মনোহৰ, মনক মোহ, feel Ty7, a kind of aquatic plant. উত্তম) এবিধ কলা, a kind of plantain. মনোহ, বি. (সং. মনোহব- মন, মন মনে মনে, ক্ৰি. বি. (সং, মেনি, নীৰৱ +, হৰণ কৰ) মনক হৰণ কৰা, মন + মৌন, আগৰটো শব্দৰ পুনৰুক্তি) মোহা, উত্তম, সুন্দৰ, মনোৰম, charm- মোন হৈ, মমতাকৈ, কথা নোকোৱাকৈ; ing, pleasing, lovely, goot. যেনে, মনে মনে পাক; গুপ্ত ভাৱে, মনোহাৰী, বি. (সং. মনোহাৰি-মনস্ প্ৰকাশ নকৰাকৈ; যেনে, মনে মনে + হৃ, হৰণ কৰ + } মনক হৰণ কৰা, Foto fafc5, quietly, without speak- To Cate1, 7*74, charming, lovely. ing, secretly. (স্ত্ৰী) মনোৰি। মনে-মুখে, ক্ৰি. বি. মন গাৰু বাৰে। মঠ, বি. (অঃ, মন, চিত্ত + ডাঠ, দৃঢ় ) মনোগ, ক. বি. (সং. মনোগড়—মন, দৃঢ়-মনা, স্থিৰ-মনা, স্থিৰ মনযুক্ত; সাহসী, মন+গত, গতি কৰা) মনত থকা, মনত fac, steady-minded, resolute, উৎপন্ন হোৱা, মনৰ; যেনে, মনোগত courageons. 5t, formed in the mind, internal. মন্ত্ৰ, স, শ, (সং. মন্ত্ৰ --মত্ৰ, আলচ কৰু ) মনোক্ত, বি. (সং. মনোজ্জ-মন মন+ দেৱতাক আৰাধনা বা প্ৰাৰ্থনা কৰা বচন জা, জান। মনেৰে ভাল পোৱ, মনত বা শ্লোক; যেনে, ঋগ্বেদৰ মন্ত্ৰ; কোনো সন্তোষ লগোৱা; যেনে, এই বস্তু মোৰ দেৱতাৰ নাম বা গুণ বুজোৱা এক বা মনোজ্ঞ হৈছে; এতেকে সুন্দৰ, উত্তম। অধিক শব্দ বা আখৰ; যেনে, নমো যেনে, মনোঞ্জ বস্তু, agreeable, gratify- নাৰায়ণায়, ও, হ্ৰীং ইত্যাদি। এতেকে ivg, satisfactory, lansome, good. কোনো দেৱতা, উপদেৱতা বা মানুহক মনোনীত, কদ, বি. (সং. মনোনীত -মন, বশ কৰা বাক্য; ৰোগ বা আন পড়া মন+নী, লৈ যা; মনলৈ যোৱা) বাছি ভাল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা বাক্য; লোৱা, ভাল বুলি গ্ৰহণ কৰা, chosen, যেনে, “উড়ি গল শগুনী পৰি গল পাৰ্থি” selected. ustfu, a lyinu, a prayer in verse, মনোম, বি. (সং. মনোময়-মনস, মন+ one or more words or syllables ময়, স্বৰূপ) ইচ্ছাৰ দৰে চলিব পৰা; implying the name or attributes স্বেচ্ছাধীন; যেনে, মনোমৰ গতি, un- of a particular deity, an incanta- restrained, independent. tion, a charm.