পৃষ্ঠা:হেমকোষ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশৌচ অষ্টদিশ - শুৱনি। অলঙ্কাৰ-আদিৰ দ্বাৰা দেখিবলৈ ভাল নকৰা, মৃতাৰত যেনে তেনেই থকা, unadorned. আঁশৌছ, স. শ. (সং. অশৌচ, শুচি নহয় + শৌচ, শুচিব) সন্তানৰ জন্মৰ সম্বন্ধীয়া মানুহৰ মৰণৰ বাবে City ofbel, cerenovial defile- ment occasioned by the birth or death of a relative, আঁশৌচীয়া, বি. অশৌচ-লগ, lefifol lay the above. অশ্ৰদ্ধা, স, শ, (সং. অশ্ৰদ্ধা, শ্ৰদ্ধাহীনতা —অ, নাই+শ্ৰদ্ধা, বিশ্বাস অসঙ্গত, অবিশ্বাস; আওহেলা, অসম্মান, absence of faith; unbelief, inattention, disrespect. অশ্ৰু, স. শ. {সং. অশ্ৰু, লোক..অ, ন +শি, সেৱা কৰ চকুৰ ললে, লোক, a tear. অশ্ৰু, বি, (সং. অশ্ৰুত, নুশুনা--অ, নহয় + শ্ৰুত, শুনা) মুশুনা, unleart]. শ্ৰেয়, বি. (সং. অশ্ৰেয়স্, অভদ্ৰ—অ, নহয় +শ্ৰেয়স্, ভাল মন্দ, বেয়া, অভয়, worthless, inferior. অশ্ৰেষ্ঠ, বি. (সং. অশ্ৰেষ্ঠ, মন্দ---অ, ন- হয়+শ্ৰেষ্ঠ, উত্তম) অ, মন্দ, নীচ, had, vile. অশ্লীলু, বি. (সং. অশ্লীল, অধম~-অ, ন- হয় +শ্লীল, উত্তম) লাজ-লগোৰ; যেনে, অশ্লীল বাক্য, coaisc, valgar, obscene. অশ্লেষা, স, শ. (সৎ, অশ্লেষা, এটা নক্ষত্ৰ। পাঁচোটা ভযুক্ত নৱম নক্ষত্ৰ, tle ninth lunar mansion consisting of five stars. অখ, স. শ. { সৎ, অশ্ব, ঘোঁৰা-অশ্য, ব্যাপ) ঘোঁৰা, a large, a pony. অশ্বকান্তু, স, শ. (স.) গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এটা পৰ্ব্ব- ভৰ ওপৰত বিযুৰ এক তীৰ্থ, a slivine sacred to Vishnu situated on a hill on lle north bank of the Brahmaputra near Gruzkāti. অশ্বখ, স. শ. {সং. অশ্বথ, আঁহত-গছ --অ, নহয় -+ শ্ব, ভবিষ্যত+ স্থা, থাক; বহু কাল-নথকা) আঁহত গছ, this popul tree (Ficus religiosa ). অশ্বথামা, স, অশ্বত্থাম, ষ্ট্ৰোণৰ পুত্ৰ--অশ্ব, ঘোঁৰা+ স্থা, স্থিত হ) দ্ৰোণাচাৰ্যাৰ পুতেক, the son of Drona. অশ্বমেধূ, স. শ. (সং.. অশ্বমেধ, এক যন্ত্ৰ অশ্ব, ঘোঁৰা + মেধ, যজ্ঞ) ঘোঁৰাৰ মহেৰে হোম-দিয়া যজ্ঞ, the horse sacrifice of the old fshatriya Rījas. অশ্বিনী, স. শ. {সং. অশ্বিনী, এটা নক্ষত্ৰ


অশ্বিন, ঘেঁৰা-থকা+স্ত্ৰীলিঙ্গ ঈ।

সাইচটা নক্ষত্ৰৰ প্ৰথমটো; ঘুবী, the first lunar mansion; a name. অশ্বিনীকুমাৰ, স. শ. (সং. অশ্বিনী- কুমাৰ, স্বৰ্গৰ বৈদা—অশ্বিনী, ঘুৰী+ কুমাৰ, সন্তান) দেবিলাকব বৈদ্য; অশ্বিনীকুমাৰ যুঁজা; সূৰ্য্য আৰু তেওঁৰ ভাৰ্য্যা ছায়াই ঘোঁৰা আৰু ঘুমীৰ ৰূপ ধবি তেওঁবিলাকৰ জন্ম দিছিল বুলি

          • faery 105, the twip sons

of Surya or the sun by his wifo Chaya who was said to have been transformed into a mare; they are supposed to be the plıysicians of the gods. অষ্ট, সংখ্যা (সং. অষ্ট, আঠ) আঠ, eiglit. অষ্টকোণ, বি. (সং. অষ্টকোণ-অষ্ট, আঠ +কোণ, চুক) আঠ-চুকীয়া, cyctangular. অষ্টদিশ, স. শ. (সৎ, অষ্টদিশ-অষ্ট, আঠ+ দিশ, কাল ) পৃথিবীৰ আঠ কাল, অৰ্থাৎ পূব, পচিম, উতৰ, দখিণ, এই চাৰি দিশ, আৰু এই চাৰিৰ মাজৰ চাৰি চুক বা বিদিশ; যেনে, আগ্নেয় (দক্ষিণ- পূৰ্ব }, নৈঋত (দক্ষিণ-পশ্চিম), বায়ব্য, (উত্তৰ-পশ্চিম), ঈশা (উত্তৰ-পূৰ্ব ),