পৃষ্ঠা:হেমকোষ.pdf/৭৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

483 মতান্ত, sumn কৰা যায়, এতেকে) দেৱভাৰ ঘৰ, দেৱালয়, a temple. মণ্ডল, স. শ. (সং. গুলম, শশাভিত হ) চক, গোলাকৃতি; যেনে, ভূমণ্ডল; চন্দ্ৰ আৰু সূৰ্যৰ চাৰিও ফালে থকা ৰশ্মিৰ বেৰ; যেনে, চন্দ্ৰ মণ্ডল; কেননা ধৰ্ম্ম কাৰ্যাৰ নিমিত্তে অনেক বৰণীয়া গুছিৰে সজা চক্ৰ, মঙল; কোনো এজন বিশেষ কাৰ্যকাৰকৰ অধীন এক খণ্ড দেশ, একে লগে থক সাভোটা ভৰাৰ pol, a circle, an orb, the ilisk of the Ormoon, a mystical diagram, a division of a country under a particular officer, the Plrimrx. মণ্ডল, স. শ. (সং. মণ্ডলী, দেশৰ কোনো এভাগৰ অধিকাৰ; বং, মণ্ডল, গাৱৰ ঘই বিষয়ামৌজাদাৰৰ তলে মৌজাৰ কোনো এভাগৰ ৰাজহৰ কাম কৰা বিষয়, an nffieer subordinate to a Monza- dlar and in fiscal charge of a part of a fouza. মলাকাৰ, বি. (সং. মণ্ডল, চ + মগুলাকৃতি, আকাৰ, আকৃতি, গঢ় ) catata, man, round, circular. মণ্ডলী, স. শ. মুৰীয়া হৈ বহু মানুহৰ সমুহ; এতেকে সভা, সমাজ ও মেল; কোনো এক বিশেষ ধৰ্ম্মাৱলীবিলাকৰ সমূহ, ধৰ্ম্ম-সমাজ; যেনে, খ্ৰীষ্টীয়ান- Tom), an assembly, a meeting, the Iords of the believers in a parti. cular religion, a curelt. মণ্ডা, স. শ. {স. মণ্ডল; বং, মা, এবিধ মিষ্ট খাদ্য। চেনি আৰু ছানাৰে কৰা এবিধ মিঠৈ, সন্দেশ, a kind of sweet- meat made of curd and sugar. মণ্ডি, কদ, বি. (সং. মতি—মড, ভূষিত ক) ভূষিত, ধুন লগোৱা, attorned, decorated. মণ্ডুক, স. শ. (সং. মকড়, ধন লগা ) ভেকোলা, বে, a frog, মত্, স. শ. (সৎ মত--মম্, ইচ্ছা কৰ) মন, বাস্থ, অভিপ্ৰায়; যেনে, মন্ত্ৰীয়ে ৰাৰ মত বুজি কাম কৰে। ব্যৱস্থা, বিধি, বিধান, উপদেশ। যেনে, হিন্দুশাৰ মত; কোনো এক বিশেষ লোকে স্থাপিত কৰা ধৰ্মৰ বা সমাজৰ সম্পৰ্কে আচৰণৰ নিয়ম, পথ; যেনে, শৰাচাৰ্যৰ মত, inid, intention, purpose, opinion, doctrine, tenet. মণ্ডা, স, শ, (সং. মন্ত্ৰণা, গোপনে কৰা আলচ) লোকৰ মন্দ কৰিবলৈ গোপনে কৰা আলচ, বেয়া কামৰ নিমিত্তে কৰা মন্ত্ৰণা, কুপৰামৰ্শ, a stret cutsel for mist:lief, bad ulvire. (571) 1 মতভেদ, স. (সং মতভেদ -মত, অভিপ্ৰায়+ভেদ, বিভিন্নতা অভিপ্ৰায়ৰ বিভিন্নতা, মনৰ অমিল, different tvf opinion. মৰী, বি. {স, মন্ত্ৰ, মানুহ বা দেৱতাক বশ কৰিবলৈ বিশেষৰূপে উচ্চাৰিত শব্দ- সমূহ) পুৰুষক বশ কৰিবলৈ মন্ত্ৰ বা ঔষধ ব্যৱহাৰ কৰা (স্ত্ৰী}; এতেকে দুষ্টা; সেনে, মতী তিৰোতা, wicked, uncliaste said of a woman). মতলীয়া, বি. (সং. মত্ত, হিং. মতোৱাল; বং.. মাতাল, ৰাগীৰ দ্বাৰা উন্মত্ত বাগী লগা বস্তু খাই হোৱা বলিয়া, link, intoxicated. মত, স. শ. ( . ম, বংমা, পুৰুষ) পুৰুষ ( জন্তু আৰু মানুহ ), male. ম’, স. শ. {যাং, মতাৱ – খাৰৰ মহত, বাজী) যখাৰ গন্ধকাদি মিলাই কৰা জুই লগালে মীল বা ৰঙ্গ দীপ্তি দিয়া এবিধ বস্তু, a kind of firework giving a blue or red light. মতা, স. ধ্য- (অং. মাত্, পঢ়, নিমন্ত্ৰণ কৰ। আনৰ দ্বাৰা কথা কোৱা বা পাঠ কৰা; fa! **), to cause to be real or recited, to cause to speak. মতান্ত, স, শ, {সং, মতান্তৰ-মত, অছি- প্ৰায়+অন্তৰ, পৃথক ) মতৰ ভেদ, বিধানৰ