পৃষ্ঠা:হেমকোষ.pdf/৭৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মঠ। ৭৪১ মণ্ডপ। মই ধৰ, মঠু জোৰ, মই পাহ, ঠেহ পাই, খং কৰি কোনো কাৰ্য কৰিবলৈ অস্বীকাৰ

  • , to be pettish, to refuse to do a

thiring out of anger. মঠ, বি. (হিং, বং, মোটা, জঙ্গৰ) ৰ আৰু কঠিন, stout and rough, coarse. মঠঙ্গাশালি, স. শ. (অ. মঠঙ্গা, ঐ+শালি, এবিধ ধান মঠা চাউল হোৱা এবিধ

  • ta, a kind of paddy producing

coarse rice. মঠা, বি. (হি. বং, মোটা, ডাঙ্গৰ) শকত আৰু কৰ্কশ (চাউলও মাথোন খাটে ), coarse (said of rice). মঠা ডাং, স. শ. (অং, মঠা, ঐ + ডাঙ্গৰ, শকত) এবিধ মঠা চাউল হোৱা ধান, a kind of paddy producing coarse rice. মঠাল, স. ধা. ভালৰূপে মিহি কৰাৰ আগেয়ে ওপৰৰ অসমান ভাগ চাচি সমান কৰ; যেনে, বাঢ়ৈয়ে কাঠ মঠালি লৈ পাচে মিহিকৈ চাচে; মৰিয়াই ভাঙ্গি গুড়ি কৰ ( দলিত খাটে }; যেনে, চহোৱা মাটিৰ দলিবোৰ মালিছে, to make even by cutting off the outer surface before planing or smoothing, to break as clods. মঠীয়া, স. শ. (অং. মটীয়া, মাটিৰ) ডাঙ্গৰ ডেগ, ডিঙ্গি চুটি পেট বহল মাটিৰ পাত্ৰ, a large earthen jar. মড়, স, শ. (স মণ্ডল, গোলাকাৰ) বিয়াত পানী ভোলা ঘট খবৰ কাৰণে বিবিধ বৰণীয়া গুড়িৰে সজা চক্ৰ; চন্দ্ৰ সূৰ্যৰ চাৰিও ফালে ওলোৱ ৰখিৰ গোলাকৃতি, a circular diagram marked on the earth upon which is placed the water pot in the bathing ceremony at a marriage, ahalo round the sun or noon. মড়লী,সশ. (সৎ মণ্ডলী, এবিধ ভাঙ্গৰ সাপ) গাত ধুয়া ফুল থকা এবিধ বিশাল Tyt, a kind of poisonous snake. মণি, স. শ. (সং. মণি-মন, শব্দ কৰ) ৰত্ন, বাধ, মুকুতা; এতেকে (অসমীয়াত) সোণ, পোৱাল, ৰূপ ইত্যাদিৰে কৰা ডিঙ্গিৰ অলঙ্কাৰ; যেনে, সোণৰ মণি, পোৱাল-মণি; কোমণি; চকুৰ পুতলী, a gem, a jewel, a precious stone, a pearl, a bead or a string of beads, the pupil of the eye. মণিকণিকা, স, শ. স, মণিকৰ্ণিকা-মণি, ৰত্ন+কৰ্ণ, কাৰ) কাশীত গঙ্গাৰ এটা ডুবি, ভাত দেবীৰ কাণৰ ৰত্ন খহি পৰিছিল, এতেকে সি বৰ পবিত্ৰ, loly bathing place in the Ganges at Benares. মণিকূট, স. শ. (সং. মণি, ৰত্ন+কূট, ঘব। নাম-ঘৰৰ এমূৰত লগাই সজা মূৰ্তি, ভাগ- ত আৰু আন পবিত্ৰ বস্তু থোৱা সৰু ঘৰ, & vestry, a room attached to a Hindu elapel, in which the idol and other sacred things are kept. মণিছাল, স. শ. (অ. মণি, ডিজিৰ অলঙ্কাৰ +ছাল, বাকলি) হাইঠা গুটিৰ ছাল, তাৰে তিৰোতাৰ কোত-মণি ধোৱা যায়, এতেকে সেই নাম, the rind of soap-nut. মণি-জী, স. শ. (অং. মণি, ঐ+জৰী, বটিয়া) মণি-সিয়া বটিয়া, a string for beads. মণিপুৰীয়া, বি. মণিপুৰত হোৱা ৰা থকা, born or produced in Manipur. *. *. মণিপুৰৰ মানুহ, a Manipuri, মণি-মালা, স. শ. (সং. মণিমালামণি, ৰত্ন+মালা, জৰীৰে গা ফুল) জৰীৰে গাঁথি ফুলৰ মালাৰ দৰে পিন্ধা ৰত্নৰ সমূহ, মাল-মণি, ওলমা মণি, a necklace. মণিৰাজু, স. শ. (সং. মপি, ৰত্ন+ৰাজ, জা) এবিধ ফুল (কুলম্বৰূপ ৰত্নৰ প্ৰধান), a kind of flower. মঙ, স. শ. (সং, মণ্ড -- মড়, শোভিত কৰ) ভাত নাইবা সিজোৱা চিৰা বা আধৈ affs FT! 17, rice gruel. মণ্ডপ, স. শ, (সং. মণ্ডপগু, অলঙ্কাৰ +পা, ৰক্ষা কৰ; মালা আদিৰে শোভিত