পৃষ্ঠা:হেমকোষ.pdf/৭৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

of the Assam Raja and his Viceroy at Gauhati. মজিয়া, স. শ. (অং. মাজ, মধ্য; ব. মেকিয়া, ঘৰৰ মাজৰ মাটি ) ঘৰৰ মাজৰ মাটি; ঘাইকৈ ভাত খোৱা কোঠালীৰ Ats, the floor of a room, especially that of a dining room. মজ্জা, স. শ. (সং. মজ্জামঞ্জু,+ পানীত বু) সাৰ, মাজ ভাগ; হাড়ৰ মগজু, marrow, the innermost part of anything. মজ্জাগত, বি. (সং, মজ্জাগতমজ্জা, মগজু +গম, গন্ধি কৰ) হাড়ৰ মগজুত সোমোৱা, হাড়ৰ মাজত থকা; যেনে, মজ্জাগত প্ৰাণ, centered in the marrow. মঞ্চ, স. শ. (সং. মঞ্চ-মচ, ওখ হ} চা, কাঠ বা বাঁহেৰে সজা চাঙ্গৰ নিচিনা stata, a platform, a scaffold. মৰু, অ, ধা{সং. মঞ্জৰী, গজালি) অঞ্চুৰিত হ, কুঁহিপাত ধৰ, to sprout, to bud. মঞ্জবি, স, শ. {সং. মঙ্গৰি, মঞ্জৰী—- মঞ্জৰী, } মঞ্জু, সুন্দৰ ফুলৰ বা ফলৰ ঠাৰি, গজালি, অঙ্কুৰ, a shoot. মটু, অমুক, কোনো টান বস্তুত আঘাত পৰি হোৱাৰ নিচিনা শব্দ, all imitative sound used to express that produced by a blow on a hard body. মটক, স. শ. মোৱামৰীয়া, মৰাণ, অসম দেশৰ এজাতি হিন্দু-ধৰ্ম্ম লোৱা আদিবাসী মানুহ; সিহঁত লক্ষ্মীনাথ সিংহ আৰু গৌৰীনাথ সিংহ ৰজাৰ দিনত বিদ্ৰোহী হৈ নিষ্ঠুৰৰূপে অনেক মানুহক বধ কৰিলে, এতেকে মটক, মোৱামৰীয়া বা মৰাণ শব্দে বৰ নিৰ মানুহক বুজায়, a race in Upper Assam, said to be very cruel, hence cruel. মটৰু, অনুক, কোনো বস্তু ছিগোতে বা তাগোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of snapping or breaking: : মটৰ, গ. শ. {হিং. বং, মটৰ, এবিধ মটৰ-মাহ, মাহ) এবিধ বিদেশী মাহ, a pea. মটৰাই, ক্ৰি. বি. মটৰ শব্দ কৰি, মটৰ কৰে, ঠনই; যেনে, হাড়-ডাল মটৰাই ভাগিল, with a quick sharp sound as of snapping. মটহা, বি. (অং. মটু, অনুক,) কঠিন, কৰ্কশ, টান, লাৱণ্য মোহোৱা; যেনে, মহা হাত, hard, ruff and stiff. মটীয়া, বি. (অং. মাটি, মৃত্তিকা) মাটিযুক্ত, মাটিৰ নিচিনা, মাটি বৰণীয়া, mixed with carth, like carth, carth-coloured. মুটুম, অনুক, টান অথচ পাতল অৰ্থাৎ ডাঠ তুলাপাতৰ নিচিনা বন্ধু মোকো- টাওঁতে বা মোহাৰোতে হোৱাৰ নিচিনা

  • 7, an imitative sound used to

express that produccd by a hard or stiff body when bent or crumpledł. মটুমটনি, স, শ, ভাঠ তুলাপাতৰ নিচিনা বন্ধু মোকোটোৱাত বা মোহৰাত হোৱা শব্দ; এতেকে আপোনাৰ বলৰ বা ক্ষমতাৰ কথা কৈ কৰা অহঙ্কাৰ, a acl. ling sound, boasting of one's strength or power, মটুমটা, অ, ধ. মটুমটু শব্দ কৰু, ডাঠ ভুল- পাতৰ নিচিনা বন্ধু মোকোটোৱাৰ নিচিনা শব্দ কৰ; আপোনাৰ বল বা ক্ষমতাৰ কথা কৈ গপ মাৰ, to crackle, to boast of one's strength or power'. মটুমটীয়া, বি. মোকোটাওঁতে মটুমটু শব্দ কৰা, ডাঠ, making a crackling sound, strong, crisp. মটুমট্‌ কৰে, ক্ৰি. বি. মটমট শব্দ কৰি, with a crackling sound. মঠু, স. শ{সং, মঠ-মঠু, ৰাস ক) দল, দেৱালয়, দেৱতাৰ পকি ঘৰ, a temple, a pagoda. মই, স. শ. (সৎ, মটটি, অহঙ্কা প্ৰকাশ) গপ, ঠেহ, খং কৰি কোনো কাৰ্য্য কৰি বলৈ কৰা অস্বীকাৰ; যেনে, লৰাই ভাত centate * *67sulkiness, pettish- ness, obstinate, refusal, to do a thing out of anger.