পৃষ্ঠা:হেমকোষ.pdf/৭৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মচমচনি মজিলাৰ, হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that pl'n- duced by green leaves, &c., wlien crushed. মচমচনি, স. শ. কেঁচা পাত আদি মোহ- ৰেতে উঠা শব্দ, the sound protteel by something crisp when crushed or broken. মচমচা, ম. ধ. মচমচ্ শব্দ কব, চনকা বস্তু ভগাৰ দৰে শব্দ কৰ, tt sound as rec) leaves when crushed. মৰ্মচীয়া, বি. মমম্ শব্দ কৰি ভগা, চনকা, brittle. মচমচ্‌ কৰে, কি. বি. মমম্ শব্দ কৰি, with short quick sounds. মছন্দৰী, স, শ. (সং. মৎস্যোদৰী, মাছৰ নিচিন পেট বা গা-যুক্তা, মাছৰ জাকত থকা ডাঙ্গৰ মাছৰ আকৃতিৰ এবিধ পিশাচী, a slo-devil supposed to be like a larsye fish. মছন্দৰী, স. শ. (ব. মছন্দৰী, এবিধ গছ ) দুৰ্গন্ধ মাৰিবৰ কাৰণে গেল মাছৰ আঞ্জাত দিয়া এবিধ শাকৰ নিচিনা গছ, a kind of shrub. মুছলমা, স, শ, { যা’, গৰীয়া, কোৰাণৰ মত প্ৰবৰ্তী মানুহ, a Musulman. (স্ত্ৰী) মছলমাননী। মুছলমানী, বি. মছলমান সম্বন্ধীয়, relating to Mussulmans. মছুৱা, বি. ( অ, মাছ, মৎ) মাছযুক্ত, মাছৰ সম্পৰ্কীয়, মাছৰ, relating to fish. ম, স. শ. এবিধ গছ, a kind of tree. মজ, অ, ধা: (সং. মঞ্জু, বু) মন মগ্ন বা মোহিত হ, বৰকৈ মন লগ; যেনে, গীতত মজিছে, to be charmect, to be mentally absorbed, to be intent. মজু, অ. বা. (সং. মজ্জা, নিচেই ভিতৰৰ ভাগ ) ভিতৰলৈকে সি, ভালকৈ সিদ্ধ হ, বসাল বস্তু ভিতৰলৈ যোমাই ভালৰূপে কোমল হ; যেনে, তবিলাক মজা মাই, আচাৰ মজিলেহে খাবলৈ ভাল হয়, to be thoroughly boiled or cooked, to be softened to the core. মজা, স. শ. {স, মজ্জ, ভিতৰৰ ভাগ) এবিধ ভিতৰে পেল। খাগৰি, এবিধ ভিতৰে টনি কেকেৰীয়া কুঁহিয়াৰ, a kind of reed, a kind of hard sugarcane. মজলীয়, বি. (আ. মজি; হি, মঝল; বং মাঝাৰী, মধ্যম) মধ্যম, বৰ ডাঙ্গৰ বা সৰু captat, middling মজা, স. শ. {স. মজ্জা, সাৰ কোনো বস্তুৰ ভিতৰৰ ভাগ, সাৰ; শাহ, the core or inner part of anything, the kernel of fruit, &c. মজা, স. . (অৎ, মাজ, ঘঁহ) আনৰ দ্বাৰা ঘহ কাৰ্য কৰা, to cause to be rubbed. মজাঠি, স. শ. (সং. মঞ্জিষ্ঠ, এবিধ লল) এবিধ ৰঙ্গা বৰণী। লতা, তাৰ ৰসৰ দ্বাৰা বস্তু বোলোৱা যায়, the Indian Bundiler. . মজা ঠিকুলীয়া, বি. মজাঠিৰে বোলোৱা, মজাঠি বৰণীয়া, lyed with the Indian madhler. মজাজি, বি. ( অং. মা, মধ্য ) মাজে মাজে হোৱা, অবিচ্ছেদ নোহোৱা; যেনে, 041 2494, (ecurring now and tien, occasional. মজামজিকৈ, ক্ৰি. বি. মাজে মাজে, কোন কোনো সময়ত, now alid then, , occasionally. মঙ্গালি, স. শ. এবিধ ৰঙ্গচুৱা পৰুৱা, তাৰ নেজৰ ফালে এডাল ভুল থাকে তাৰে ফুটালে বৰকৈ বিষে ধৰে, a kind of venomous aut. মজিদাৰ, স, শ, (যাং. মজুমদাৰ, কাকত- ভৰালী) ৰজাৰ আজ্ঞাৰে আন দেশৰ ৰজালৈ চিঠি লেখা আৰু বিদেশৰ পৰা অহা কাকত ৰজাক মাতি শুনোৱা এজন বিষয়া, তেওঁকে মজিন্দাৰ বৰুৱাও বোলা গৈছিল। গুৱাহাটীয়া বৰফুকনৰ তেনে এজনা বিষয়া আছিল, a secretary