পৃষ্ঠা:হেমকোষ.pdf/৭৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মচমচ। a spathe or calix of the spadix of the plantain tree. মঙ্গল, স. শ. ( সং. মঙ্গল—ম, গতি ক) শুভ, কুশল, কল্যাণ; তৃতীয় গ্ৰহ; সপ্তাহৰ তৃতীয় দিন; শুভ আৰু অশুভ বুজিবৰ কৰণ কৰা গণনা, projpgrity, good fortune, the planet Mars, Tues- day, divination. মঙ্গল চা, শুভাশুভৰ গণনা কৰ, to calculate future events, to practice divinatiou. মঙ্গল মাৰ আগ ঠেঙ্গৰে মাটি আচোৰ। যেনে, মহটোৱে মঙ্গল মাৰিছে, to pay, to scrape with the fore-foot, মঙ্গলতি, স. শ. মঙ্গল চাওঁত, শুভাশুভৰ 574071 arstol, a diviner, one who practices divination. মঙ্গলৱন্ত, বি, ভাগৱান, prosperious. মঙ্গলৱা, (স্ত্ৰী) মঙ্গলব্ৰতী। মঙ্গলাচৰণ, স. শ. ( স. মঙ্গলাচৰণ-মঙ্গল, শুভ+আচৰণ, কৰণ) শুভ হবৰ নিমিত্তে কৰা কাম, কেননা কাৰ্য সিদ্ধ হবৰ কাৰণ তাৰ আৰস্তুত কৰা দেৱতাৰ স্তুতি, the act of invoking the bleasing of the gods for the happy terminatioa of au muertaking alont to be commenced. মঙ্গলবৰীয়া, বি. মঙ্গলবাৰে হোৱা বা জন্মা, born or produced on a Tuesday. মঙ্গল-পাঠ, স. শ. মগল আৰু পাঠানৰ ৰণৰ আৰ্হিৰে কৰা এটা খেল, বঙ্গালীত ভাৰ নাম মগল-পাঠান, a kind of anne played by two persons. মঙ্গলবাৰু, স. শ. মঙ্গল-হে ভোগ কৰা দিন, তৃতীয় ধাৰ, Tuesday. মঙ্গ স. শ. (সং, মাংস, গাৰ কোমল ভাগ) জন্তুৰ হাঃ কি থকা কোমল বস্তু; ফলৰ কোমল ভাগ, flesh, muscle, the pulp of a fruit মঙ্গহাত, বি. মহুযুক্ত, পুষ্ট, নোখোকা, fleshy, stout. মহুগঠি, স. শ, (সং. মাৎসছি, গাঁঠিৰ দৰে গোট খোৱা মঙ্গহ) শৰীৰৰ কোনো কোনো ভাগত সৰু ঘিলা বা কড়ি নিচিনা আকৃতি ধৰা মহ থোকা, তাৰ দ্বাৰা তেজৰ লগত মিহলি হৈ থকা গা- মিলা ৰস পৃথক হয়, a gland. ম, স, ধ· ( স. মাৰ্জন, বং. মোচন, মাজন) মা, মোহাৰি চা (জলীয়া বস্তুত খাটে ); যেনে, চকুৰ পানী মচে, লিপ; যেনে, ঘৰ মচে, to wipe, to ruh, to plaster, মতো, ক্ৰি. বি. অং. সঁচু, বীজ বা কঠীয়া + ও, যোজক অব্য.) সঁচতল, গভতে, এতেকে এই জগতে; যেনে, সি তেতিয়া মচতো নাছিল, evel in the womb or you, even in existence. “মচত” এনেও হয়। মচ, কদ. স. মচা বা মজা কাৰ্য, the st of wiping or rubbing. মচলমান, “মুছলমা ” চোৱ॥ (স্ত্ৰী) মচলমাননী। মচ মচকুটি, নানা বিধৰ দৰব, পাব পৰা সকলো বিধৰ দৰব; যেনে, মচ মচকুটি 16, all sailable medicines, মচলা, স. শ. { যা.. মচালা, বাখৰ } বাখৰ, দৰবত বা আঙ্গত দিয়া সুগন্ধি গুটি, ছাল ইত্যাদি, spice. মচা, স. ধা, আনৰ দ্বাৰা মাৰ্জন কৰা; লিপা, to cause to be wiped, ribbeil or plastered . মচাকঁচা, বি. ( অ. মা, মাৰ্জন কৰা+কঁচা, অনুৰূ.) সাৰি মচি পৰিষ্কাৰ কৰা, eleanet and plastered over. মচি, শ, শ. ( যা, মজিদ) মছলমানৰ 2779-79, a mosque. চু, স. শ. (সং. মসূৰ, এবিধ মাহ) এবিধ সৰু ৰচীয়া মাহ, lentil. মচোৱা, } স, শ, (সং মেচক, কলা মচোৱা গোম, + অং গোম, বিশাল সাপ) এবিধ কলা ফেট নথকা বিশাল সাপ, ৯ kind of black snake. মচম, অমুক, কেঁচা পাত আদি মোহাবিলে 84