পৃষ্ঠা:হেমকোষ.pdf/৭৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ্ৰাতৃবধী। ৭৩ ভ্ৰাতৃবধী, স, শ, {সং. ভ্ৰাতৃবধি-ভ্ৰাতৃ, ভাই + বধি, বধা--বধূ +ই} ভ্ৰাতৃ- হন্তা, আপোনাৰ ভায়েকক বধো; কোনো এজনৰ ভায়েকক বধ কৰোতা COTTF, a fratricidle, the murderer of (ong's profiler. অসমীয়াত ভাতৃ- বধী" এনেও হয়। ভ্ৰান্ত, বি. (সং. ভ্ৰান্ত-প্ৰ, দূৰ। বিস্মৃত, পাহৰা, ভোল হোৱা, blmdering, le- luded, forgetful. ভ্ৰান্তি, স. শ. (স.) ভ্ৰম, বিস্মৰণ, পাহৰণ, mistake, error, blander, forget fulness. কুটি, স. শ. { সং. কুটি, চেলাউৰি + কুট, বেঁকা ক) ঋঙ্গত হোৱা কপাল গাঠিৰ ধোপ, ক্ৰোধ-দৃষ্টি, কপাল সঙ্কো- চিত কৰা দৃষ্টি, a frown. কুটি” এনেও হয়। কুটি-কুটিল, বি. (স. কুটিকুটিল-কুটি, ঐ + কুটিল, বেঁকা) খঙ্গেৰে কপালৰ গাঁঠি থোপা কৰাত বিকটা হোৱা, frowning. জণ-হত্যা, স. শ. (সং. ণহত্যা----ণ, গভত থকা সন্তান+হতা, বধ } গত পক সন্তানৰ বধ, গৰ্ত নষ্ট কৰণ, the act of causing an abortion, futicide. জ, স. শ. (সং. জৱ-~~, চেলাউৰি ) Catofa, an cyo-brow. জভঙ্গ, স. শ. (সৎ, ভঙ্গ - ঐ, চেলাউৰি + ভঙ্গ, সঙ্কোচ) কটাক্ষ, ঈষৎ-দৃষ্টি, চেলাউৰি বেঁকাকৈ কৰা দৰ্শন, a glance, a slight look. ক্ৰক্ষেপ, স. শ. ( স. ক্ষেপ-ভ, চেলা- উৰি + ক্ষিপ, নিক্ষেপ কৰ অলপ দৃষ্টি, 95%, a glance, a slight look. মক-কুগুল মৈ; বণ. মুই) কোনো লোকৰ আপো- নাক বুজোৱা মাত, I, myself. মই, স. শ. কেঁাটক, a kind of tree and its fruit. মইন, স. শ. ( হিং. মৈনা; বং, ময়না, এবিধ চৰাই মানুহৰ মাত লোৱা এবিধ

  • 4f@7sy offer ott, a kind of hird,

the mainit. মইমতু, বি. ( আ. মই, ঐ + মত, ইচ্ছা। আপোনাৰ ইচ্ছাৰ দৰে চলা, লোকৰ কথা নুশুনা; দাম্ভিক, self-villed, obstinate, proud. মইমতলি, ও. শআপোনাৰ ইচ্ছাৰ দৰে চলা গুণ, লোকৰ পৰামৰ্শলৈ আহেলা; , olostinacy; self-conceit. মৰ্কটীয়া, স. শ. এবিধ সৰু বহুত ডাল পকা senyaveit kind of bamboo. মক, স. শ. { স. মৰম, ন + ঈ, কৰ; সি মানুহৰ ভাল বা বেয়া নকৰে, এতেকে } জলহস্তী, মগৰ, হাতীৰ নিচিন। শুড় আৰু মাছৰ নিচিনা গাৰে এবিধ সাগৰৰ জন্তু; প্ৰায় তদ্ৰুপ, এতেকে ঘঁৰি য়াল; দশম ৰাশি, sea-eleplant, a crocodile, the sign Capricorn. মক-কেতু, স, . ( সং, মকৰকে, মক-জ, মৰধ্বজ--মক, মগৰ + কেতু, প্ৰজ, পতাকা; যাৰ ধ্বজত মকৰৰ আকৃতি আছে) কামদেৰ, মদন, one

  • »f the names of know, the Indiau

Cupic. মকব, স. শ. (সং. মকৰন্দ- মকৰ, কাম- দেৱৰ পতাকাৰ চি + দ দান কৰ; কামশক্তি দান কৰে বা বঢ়ায়, এতেকে।

  • 747 ca), flower lwney.

মকৰা, স. শ. { স. মৰ্কট; বৎ মাকড়; হিং. মকড়ী, এবিধ জন্তু) এবিধ মুখৰ পৰা সূতা উলিয়াই জাল কৰা থোক, a spider. মক-জাল, স. শ. মকৰাই কৰা জাল, a spider's web, a cobweh. মকৰ-কুণ্ডল, স. শ. { অং. মকৰা, এবিধ ক্ষুদ্ৰ ম, অসমীয়া বৰ্ণমালাৰ ব্যঞ্জনবিলাকৰ পঁচিশ

  • 2*747 744, the twenty-fifth con-

sonant of the Assamese alphabet. মই, ব্য, সৰ্ব. (সং. ময়ী, মোত; হিং,