পৃষ্ঠা:হেমকোষ.pdf/৭৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভেলভেলা ৭৩২ ভেকোন্দা ভেলভেল, আ. ধা, দূৰতে নাকত লাঞ্চ, নাকক পীড়া দি; যেনে, মদৰ গন্ধে ভৈল- ভেলাইছে, to offend thu olfactory Tieren. , ভেলভেলীয়া, বি. বৰকৈ নাকক পীড়া দিয়া, দূৰতে কত ধৰা, offensive to the olfactory nerves. ভেলভেল কৰে, ক্ৰি. বি. দূৰতে নাকত ধৰি, নাকক পীড়! দি; যেনে, ভেলভেল কৰে (ti, ollending the sense of smell. ভেলেঙ্গা, বি, ভেলেকা চোৱ॥ ভেলেঙ্গী, স. শ. এবিধ ডাঙ্গৰ শৰ-পত্ৰ E, a female red cler, a luind. ভেষ, স. শ{স, ভেষজ-উষ, ৰোগ + জি, জি) ঔষধ, দৰব, a medicine, ভেহু, স. শ. এবিধ গছ, lind of tree. ভৈয়াই, স. শ. (হিং. ভৈয়া, ভাই) বৰ মৰম আৰু শোকেৰে মৰা মানুহৰ কথা কোৱাত ব্যৱহৃত শব্দ, বৰ প্ৰিয় মৃতক; যেনে, মোৰ তৈয়াই কলৈ গল? a teri user in affectionately anil sorrowfully speaking of a cluceasul person. ভৈয়াম, স. শ. {সং. ভৌম, পৃথিবী সম্বন্ধীয়? সমান মাটি, পৰ্বত নোঙ্গেৰ মাটি, সম- ft, level ground, a plain. ভৈৰৱ, বি. (সং. ভৈৰৱ-ভী, ভয় কৰ ) ভয়ানক, terrible. স, শ, সদাশিৱৰ nyany, an attendant of Siva. ৱৈী, স. শ. দুৰ্গা; বামাচাৰীবিলাকে hoy al fratey, Darga, a woman worshipped by the heterodox fol- lowers of the Tantra , ভৈৰৱী-চক্ৰ, স. শ. (সং. ভৈৰৱীচক্ৰ---ভৈৰৱী, বামাচাৰিণী-তিৰোতা+ চক্ৰ, মণ্ডল) বামা- চাৰীবিলাকব মদ খোৱা সভা { ভাত ভৈৰৱীৰ পূজা হয়, এতেকে ), an as- rembly of the heterodox followers of the Tantras, when they eat, drink, and worship a Bhairan. ভো, বি. (সতত, হে মহাশয়) ডাঙ্গৰ, শ্ৰেষ্ঠ ( পৰিহাসত খাটে); যেনে, তেওঁ (51 2759, eminent (ironically). তেভাৱা, অ. ধ. ভোঁ ভোঁ শব্দ কৰ, cotcatata la 719, to lium, to, buz. ভভভভাৱাই, ক্ৰি. বি. বেগাই, বৰ বেগেৰে { সোৱাত খটে }; যেনে, ভোলোৱাই গল, swiftly. ভোহ, স. শ. (সং. এ, ঘূৰ; বং, ভমৰা, বিন্ধন কাঠ আদি ফুটোৱা শলা, fway, an awl, at drill, হে, অ, ধi. { অং. ভোহৰ, ঐ } ফুটি পুঁজ ওল; যেনে, গাঁৰটো হৰিল; ফুটি নাড়ী-ভঁৰু ওলা; যেনে, পেট উঁহ- faa, tule picrecil or opened as il. buvil or the belly. ভেহব, স. বা. ফুটা, বিন্ধি পূজ উলিয়া; যেনে, খদুটো ভোহাৰিলে; ফালি নাড়ী- ‘ৰু উলিয়া; যেনে, পেট ভোহাৰিলে; এতেকে ব্যক্ত কৰ, প্ৰকাশিত কব, বাজ কৰ (গুপ্ত কথাত খাটে }; যেনে, পুৰণি কথা ভেঁহাৰিলে, to pierce or lyrank open, as a buil or the selly, to broach, to make publie. ভোক্, স. শ. (সং. ভুজ, ভেজন কৰ; হি. ভুথ, খাবৰ ইচ্ছা। ক্ষুধা, খবৰ ইচ্ছা, hunger. ভোক্ নাথ, ক্ষুধ। ই, থাবৰ ইচ্ছ। হ, t) hungry. ভো চব, বৰকৈ তোক লাগি দুৰ্বল কব, to faint with lunger. ভোকশি, স. শ. (অং. কে, ক্ষুধ+ দিহ, উপায়; তাত ভোক চাবৰ উপায় থাকে, এজেকে) মগনিয়াৰে ভিক্ষাৰ চাউল আদি লৈ ফুৰা জোলোঙ্গা, ৬ beggar's wallet. ভোকা, বি. ( অ.. ভোক, ক্ষুধা} ক্ষুধিত, তোক লগা, hungry. তোকোলা, বি. ( হিং, ভোকড়া, বব মোটা) মঙ্গহাল, চেপেটা আথচ বহল (মুখত খাটে); যেনে, ভোকোন্দা মুখ, very fat (said of the face).