পৃষ্ঠা:হেমকোষ.pdf/৭৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২৯ ভেটায়; তেঁটা মৰা, ভেটাৰে পানী বন্ধ কৰা; যেনে, পানী ভেটাইছে; আগচি ধৰা, আগুৰা; যেনে, গৰু ভেটালে, নিৰুদ্ধ বা বন্ধ কৰ; যেনে, বাট তেঁটালে, to present or introxlice, to cause to be dan med or obstructed. ভেটাই দি, ডাঙ্গৰ লোকৰ গ কৰ, to present to a man of a higli position. ভেঁটা, স. শ. পানী বন্ধ কৰি ৰাখিবলৈ বন্ধ। 61,991, a lam, a fence. টোই, স. শ. এবিধ বগা ফুল হোৱা গছ 57475 Tia , a kind of plant and its flower. ভটা-ভেটি, স. শ. এজনে আন এজনক বস্তু ভেট কাষ্য; পৰম্পৰ সাক্ষাত হোৱা DÍT, HE, the act of exchanging prosents, an interview টি. স. শ. ( স’ ভিত্তি, মাটিৰ বা ইটাৰ বাৰ; বং ভিটা, ঘৰৰ স্থান) কোনো কাৰ্যৰ নিমিত্তে মাটি দি ওখ কৰা ঠাই; যেনে, ঘৰৰ ভেটি, a raised byed of earth. ভেটি ম, উচ্ছন্ন হ, সৰিয়ালে মধূ, to log extinct, as a family, ভেটিম, বি. ভেটি উচ্ছন্ন হোৱা, কোনো নথকা; যেনে, সেই ঘৰ মানুহ ভেটিমৰ হল (কামৰূ, }, txtinct, as a family. ভেটী, স. শ. {বং ভেঁটী, ভেট, সাক্ষাত হ; উপঢৌকন } উপঢৌকন, সাক্ষাত হওঁতে ডোঙ্গৰ লোকক সন্মান কৰি দিয়া বস্তু; কোনো উপকাৰ পাবৰ আশাৰে ৰা উচিত বিচাৰৰ বিপৰীত কৰিবলৈ দিয়া ধন বা , a present, a brile. ভেটী খা, অনুচিত বিচাৰ বা উপকাৰ কৰিবৰ আশা দি ধন বা বস্তু ল, to talk a bribe . ভেটি দি, অনুচিত বিচাৰৰ বা উপকাৰৰ আশাতে ধন বা বস্তু দি, to tribe. সমা---ডেটু, ভৈটী দি; ভেট ভাল অৰ্ধত, ভেটা দি বেয়া অৰ্থত খাটে; যেনে, প্ৰজাই বস্তু ভেট, পাচৰ জিকিবলৈ ভেটী দিয়ে। ভেঁটুৱা, বি. ভেটীস্বৰূপে পোৱা, ভেটীবলৈ forsty, receivel as a present, intended to be presented ভেট-গুটি, বি. ভেঁটব গুটিৰ দৰে ক্ষুদ্ৰ, সৰু; সেনে, ভেট-গুটি লব, small. ভেটুচকুৱা, বি. বেগতে মনিব নোৱৰা, হোজা, (571 Catto, dull-sightet, simple. ভেড়া, স. শ. (সং. ভেড়, হিং. বং ভেঁৰা, ভেড়া, এবিধ জন্তু) এবিধ বৰ নোমাল ছাগৰ নিছিনা কিন্তু দীঘল নেৰ্জীয়া জন্তু, তাৰ নোমৰ পৰা কাপৰ হয়, a slee]). (স্ত্ৰী) ভেড়ী বা তেৰী। ভৈক, স, শ.. (সং. ভেক---ভী, ভয় কৰু } বে, ভেকোলঃ, a. fros. (স্ত্ৰী) ভৈী। ভেকাহি, স. শ, হকি, বৰ খঙ্গেৰে ডাঙ্গবকৈ উচ্চাৰণ কৰি দিয়া ডাবি; যেনে, কাৰ আৰম্ভ কৰোঁতেই ভেকাহি মাৰি দিলে, a few angry words uttere quickly and loudly to intimidate. "off" চোৱা। ভেকাহি মা, ডাবি মা, হকি মাৰ, to utter short augry words quickly and loudly to intimidate. . ভেকুৰি, স. শ. তিতা গুটি ধৰা এবিধ বেঙ্গে- ya fa f674 95, a kind of plant. ভেকভে কৰে, ক্ৰি. বি. (আং, ভেভেকু, হাঁহেতে হোৱাৰ নিচিনা শব্দ) উচ্চ শব্দেৰে, ভেক-ভেক কৰি (ইহাত খাটে), with a loud noise (said of laughing). ভেঙুচালি, স. শ. {ব. ভেৎচান, মুখৰ ভঙ্গি কৰি উপহাস কৰা) মুখৰ ভঙ্গি কৰি কৰা ইতিকিং; হাতৰ আৰু যুগৰ ভঙ্গি কৰি Featy (1432 ste, mocking, mak- ing faces, buffoonery, fun. ভেঙ্গ, স, শ, ভাজ, বক্ৰতা, a benef. ভেঙ্গু, বি. (স”. ভঙ্গু, বেঁকা। বেঁকা, crooker, ভেকুৰা-ভৈঙ্গুৰি, বি. অনেক ভাজ থকা, বেঁকা fas, zigzag.