পৃষ্ঠা:হেমকোষ.pdf/৭৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২৮ ভেট • মত-মাইকী বেলেগ নকৈ বেং জাতিৰ জন্তুক বুজালে এই শব্দ ব্যৱহাৰ কৰা যায়, a femalt frog, an animal of the frog kind. ভেঁকুলীয়, স. শ. গৰুৰ ডিঙ্গিৰ ভিতৰত হোৱা এবিধ ৰোগ, তাৰ আকৃতি ভেকো- লাৰ নিচিনা বুলি সেই নাম দিয়া হৈছে, a disease of the throat, peculiar to Cews. তৃঙ্গ, স. শ. {সং. ভূ-ভৃ, পালন কৰ } (Situal, a large black bee. ভূজ, স. শ. (সং, ভৃঙ্গজ--ঙ্গ, ভোমোৰা+ ৰাজ, দীপ্তি ক; তোমোৰাৰ দৰে কলা; এতেকে) এবিধ চৰাই, ভি- 779, a kind of shrike. ভৃঙ্গাৰ, স, শ, { সং. ভৃঙ্গাৰ, ধাৰণ কৰ) ৰজা বা দেৱতাক পানী দিয়া ৰূপৰ, সোপৰ বা তামৰ লা লগোৱা লোটা, ভেগঞ্জ, a water vessel of silver, gold or copper, with a spout. ভৃঙ্গী, স. শ. শিৱৰ এজনা পাৰিষদ, once of lhe attendants of Siva. তৃতা, স, শ, (স. ভূত--তৃ, পালন কৰ } লগুৱা, পৰিকৰ, বন্দী, a servant, ta slave. ভূতাৰ অৱস্থা, দাস, servitude. ভেউ, স. শ. এবিধ মাছ, a kind of fish. ভউ, অনুক, কুকুৰৰ মাতৰ নিচিনা শব্দ, an imitative sound used to express that of barking . ভে, অমুক, কান্দিবলৈ মুখ মোলোতে হোৱাৰ Faferi ate, an imitative sound LIBOCH to express that of crying. ভেকুৰ, অ. ধা. জেকা বা ৰদ-বতাহ নোপোৱা ঠাইত থকাৰ কাৰণে সেমেকি অতি মিহি ধূলিযুক্ত হ; অকামিলা হৈ পৰি থাক্‌, to mould, to lic useless. কুৰা, বি. ৰদ-বতাহ নলগা হেতু মিহি ধুলিযুক্ত হোৱা, mody. স. ধা: ভেঁকুৰা কৰ; যেনে, চাঙ্গৰ তলত পেলাই থৈ Bracata cégation, to make mould. ভেকুৰা লগা, বি. বদ-বতাহ নোপোৱাত সেমেকি মিহি ধূলিযুক্ত হোৱা, অকামিলা। হৈ পৰি থকা, mouldy, lying useless. ভেঁকুৰা লাগ, ভেকুৰ, এতেকে অকামিলা হৈ af eye, to lie mouldy, to lie useless. ভেকুবি, “ভেকুৰি চোৱা। লী, স. শ. ভেকোলা শব্দৰ স্ত্ৰীলিঙ্গ; ভেঁকো, বি. { হি. ভকৃআ; বৎ. ভেকুয়া, মূখ) মূখ, আপত্তি, একে নজনা, ভে, unll, stupid, foolislı. ভেকো-ভাৱনা, স. শ. (অং. ভেকোলা- ভাৱনা, ভাও দেখোৱা কাৰ্য; লৰাই বে? ধৰি মিছাকৈয়ে তাৰ বিয়া পাতে, তাৰে পৰা এই শব্দ } কোনে' কাৰ্যৰ আভাস মাথোন, নিচেই সংক্ষেপ বা অনুষ্টুপঁয়াকৈ কৰা কাম; যেনে, ই বিয়া 275 Corteta, a mere somllance of a ceremony, a sham ceremony. ভেকোলা, স. শ. ( সং. ভেক, বে) এবিধ বিচৰ জন্তু, বেং (তাৰ অনেক জাতি আছে ), a frog. ভেট, স. শ. { বং. ভেট, কুমুদৰ গুটি ) কুমুদ, এবিধ পানীত হোৱা লতাৰ নিচিনা গছ আৰু তাৰ ফুল, the water lily. ভেট, স. বা. (হি. ভেঁটুনা, ব. ভেট, সাক্ষাত হ} আগচি ধৰ, আওব; যেনে, সেই গৰুটো ভেট; নিৰোধ ক, বন্ধ কৰ; যেনে, বাট ভেটিলে; ভেটাৰ দ্বাৰা আবদ্ধ কৰ; যেনে, পানী ভেঁটিছে; সাক্ষাত হবলৈ যাওঁতে সম্মানেৰে দি, উপঢৌকন দি; যেনে, ডাঙ্গৰ লোকক 3% (st, to olstruct the way sof, to tlam up, to present ta), to make & present of', স. শ. দেখা দেখি, সাক্ষাত; যেনে, তেওঁৰে সৈতে বাটত ভেঁট হল, the aet of meeting, a interview. ভেটা, ৪. ধা. সাক্ষাত কৰা, ডাঙ্গৰ লোক আগ ক; যেনে, কটকীয়ে ৰা মানুহ