পৃষ্ঠা:হেমকোষ.pdf/৭৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভুনাথ। ভূপতি। + দয়া, কপা) সকলো জীয়া জন্তুৰ প্ৰতি স্নেহ, tenderness to all creatures, 'ভূত-নাথ, স. শ. (সৎ ভূতনাথ—ভূত, পিশাচ +নাথ, আৰ্মী; ভূতবিলাক তেওঁৰ পাৰিষদ, এতেকে) শিৰ, মহাদেৱ, a name of Siva. ভূতল, স. শ. (সং. ভূতল, পৃথিবী+ল, পৃষ্ঠ ভাগ ) পৃথিৱী, the earth. ভূভী, বি. অং.. ভূত, পিশাচ। ভূত, ভূত

      • , relating to an evil spirit.

স, শ, ভুত-পোহা মানুহ, "তক বশ কৰোত, a wizard. { স্ত্ৰী। ভুতীয়ানী। ভূতৃনী, স. শ. মাইকী ভূত, পিশাচী, a slu:- oblin. মূলা, স. শ. (সং. ভূত, পিশাচ + মূল, শি; তাৰ শিপা ভূতে পোৱাৰ ঔষধ- ৰূপে ব্যৱহৃত হয়, এতেকে) এবিধ দৰবৰ 55, a kind of medicinal plant. ভূধ, স. শ. { স’, ভূধৰ, পৃথিৱী + ধু, ধাৰণ কৰ; পৰ্বতে পৃথিৱীক হেঁচি ধৰি ছে, এতেকে পৰ্বত, a mountain ভূ. স. শ. {স. ভূপ—ভূ, পৃথিৱী+ পা, ৰক্ষা কৰ) ৰাজ), a king. ভূপতি, সু. শ. {সং. ভূপতি-ভূ, ঐ+ পতি, গৰাকী) ৰাজ. a king'. ভূমণ্ডল, স. শ. { সং. ভূগুল—ভূ, পৃথিৱী + মণ্ডল, গোলাকাৰ বস্তু) ঘূৰণীয়া পৃথিৱী, পৃথিৱী, the earth. ভূমি, স. শ, { সং. ভূমি---ভূ, পৃথিৱী। পৃথিৱী; মাটি, স্থান; আধাৰ, thre earth, land, a place ভূমিকম্প, স. শ. (সং. ভূমিকম্প-ভূমি, ঐ +কম্প, কঁপন, পৃথিৱীৰ কম্পন, ভূইপ, an earthquake. . ভূমিকা, স. শ. {সং. ভূমিকা-~-ভূমি, স্থান বা আধাৰ; সি পুথিৰ স্থানৰ আধাৰ নিচিনা) পুথিৰ পাতনি, কোনো পুথিৰ আৰম্ভতে সেই পুথিত লিখা বিষয়ৰ সংক্ষেপ বিবৰণ বা সেই বিষয়ত লেখকৰ প্ৰকাশ কৰা প্ৰবন্ধ, troduction, a preface. ভূমিষ্ঠ, বি. (সং. ভূমিষ্ঠ—ভূমি, মাটি+ স্থা, থা) মাটিত থকা বা পৰ; যেনে, মিষ্ঠ হৈ প্ৰণাম কৰিলে, falling on the earth. ভূমি-চম্পা, স. শ. (সং, ভূমিচম্পক এবিধ , a kind of Hower. ভূম, স. শ. (সং. ভূমুখ, পৃথিৱীৰ মুখ) মাটিৰ তলৰ পৰা পানী ওলোৱা বিন্ধা, পুং, 5, a spring, a crater. ভূ, স. শ. (সং. ভূৱঃ, পৃথিবী, পানীৰ ওপৰত মাটিখানৰ দৰে হয়, এতেক) ৱৰ দৰে চলাবৰ বা পানীত উটাই নিবৰ কাৰণে একে লগে বন্ধ। বাহ-কাঠ আদিৰ সমূহ, a raft, a float. ভূৰি, বি. (সং. ভূৰি---, হ} বহুত, অনেক, 81f4*, many, much. ভূজ্ঞ, স. শ. {সং. ভূ, পৃথিবী + ঊৰ্জ, শক্ত হ) এবিধ গছ, তাৰ পাতল ছালত কৱচ লিখা যায়; সেই ছালক ভূৰ্জপত্ৰ বোলে, a kind of birch. ৰ্ভং, স. শ. (স.. ভঙ্গ, জ্বৰ সঙ্কোচ, কোনো বিষয়লৈ বৰকৈ চাওঁতে জব কোচ খায়; এতেকে) অলপ মনোযোগ, উম- ঘাম; যেনে, তাক ইমান মাতিলো, তেও সি ভূৰ্ভ নকৰিলে, পাচত সদায় এটা না-পদ 27, a slight attention or notice. ভূ-লো, স. শ. ( সৎ, ভূলোক, পৃথিৱীভূঃ +লোক) এই জগৎ, পৃথিৱী, the earth; the world. ভূষণ, স. শ. (সং. ভূষণ-~-ভূ, ধুনীয়া কৰু ) অলঙ্কাৰ, ২ti orlainedit.. সৃষি, দ. বি. (স.) অলঙ্কা, শশাভিত, লগোৱা, সজোৱা, adorned, , decorated. ভূস্বামী, স. শ. (সং. ভূস্বামি-ভূ, মাটি + স্বামি, গৰাকী) মাটিৰ গৰাকী, জমীদাৰ, a landlord or landholder. ভূপতি, স. শ. (সং, ভূপতি-ভৃগু, এজনা ঋষি + পতি, গৰাকী; ভৃগুৰ বংশৰ সৰু লোছকৈ শ্ৰেষ্ঠ; এতেকে) পৰশুৰাম, ৯ Dame of Parasurama, an in-