পৃষ্ঠা:হেমকোষ.pdf/৭৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৱনা। ৭২২ ভাৱনা, স. শ. (সং. ভাৱনা-ভু, যিহলা) পুনঃ পুনঃ ৰাতি দৰবত কোনো বস্তুৰ ৰস মিহলাই দিনত শুকোৱা কাৰ্য্য; যেনে, বেজে দৰবত ভাৱনা দিয়ে, the let of epeatedly steeping a medicine in some juice or fluid at night at drying it by day. ভাৱনা, স. শ. ( অং. ভাও, আনৰ কাৰ্য্যৰ অনুকৰণ ) তাও দেখোৱা কাৰ্য, অৰ্ধ পৈশাচী নাটকৰ অভিনয়, ৫ (dramati performance . ভাৱবোধক, বি. মনৰ ভাৱ বুজোৱা, indicat- ing a sentiment or passion. ভাৱৰীয়া, স. শ. ভাও দেখাওঁতা, নাটকৰ কোনো অংশৰ অভিনয় কৰো; বহুৱা, an actor on the staye, a buffoon. ভাৱাৰ্থ, স. শ. ( সং, ভাৱ, অভিপ্ৰায় + অৰ্থ, শব্দে যাক বুজায়) কওঁতা বা লিখেতাৰ মনৰ ভাব প্ৰকাশ কৰা অখ, তাৎপৰ্যা, অনেক লেখৰি শব্দাৰ্থ বুজিলেও ভাৱাৰ্থ বুজা টান, iliomatical meaning, purport. ভাৱে, ক্ৰি. বি. প্ৰকাৰে, ৰূপে; যেনে, এই ভাৱ, এনে ভাৰে; এটা বিশেষণ বা সংজ্ঞা শব্দৰ পাচত লগ লাগি তবে এক পদ হয়; যেনে, গুপ্তভাৱে, শক্ৰভাৱে, “বৈৰভাৱে চিস্তিবাহা মোক, in a certain mainer, as, like, in the same mamer as, (used in composition as the last member of a word). ভাৱে পৰ, নম্ৰ হ, নম্ৰতা দেখা, বিনয় কৰু; যেনে, ভাৱে পৰিলে শক্ৰকো ক্ষমিবা, to humble one's self, to supplizate with humility. ভাষণ, কদ, স. (সৎ, ভাষণ-~-ভা, কথা ক} কথা কোৱা কাৰ্য, কথন, the act of speaking. . ভাষা, স. শ. (সং. ভাষা-ভা, ঐ কোনো এক দেশৰ বা ৰাতিৰ মানুহবিলাকে ব্যৱহাৰ কৰা মাত, a language. ভাষা-তত্ব, ব শ (সং. ভাবাত্ব- ভাষা, ঐ+ তত্ত্ব, মৰ্ম্ম ) ভাষাৰ মূল আৰু কিৰূপে দি পৰিবৰ্তিত হয় তাৰ জ্ঞান, philology. ভাষা-তত্বজ্ঞ, বি. ভাষাৰ তত্ত্ব জনা, ভাষাৰ মূল, পৰিবৰ্তন আৰু অলঙ্কাদি জনা, vorsed in pliilology. 7. *. Etatak জমা লোক, a jhilologist. ভাষ্য, স. শ. টীকা, টিপনী, ৮ commentary. ভস্, স. শসদাচাব; শুচি অশুচিৰ বিচাৰ বা বোধ : যেনে, আজিকালি কাৰৰ ভাস 118, sense of religious purity, ceremonial cleanliness. ভাস্কৰ, স. শ. ( সং, ভাস্কৰ-~-ভা, দীপ্তি+ক, ক ) সূৰ্যা, the stu. ভিক, বি. (সং. ভিক্ষু, মগনীয়। দৰিদ্ৰ, দুখীয়া, নিছল! ( উপহাসৰ মাত , itti- sent, reedy a term of contempt). ভিকাচ ভাং, মোৱাৰ মা, লাতৰ মূল বা উপায় নষ্ট কৰ; যেনে, সি কামটে। এৰি ভাত খাৰৰো ভিকাচন ভাঙ্গিলে, to lose wucans a l'escorce. ভিকাচ ভাগ, লাভৰ মূল বা উপায় নষ্ট , to he lost, as incans or resoure. ভিখাৰী, স. শ. (সং. ভিক্ষা, মাগি অন। বস্তু; হিং. বং, ভিখাৰী, মগনিয়াৰ) মগনিয়াৰ, at eggar. ভিজু, , ধ, (হি. ভিজনা, বৎ. ভিজ, আ হোৱা তিত, আৰ্দু হ, to lose wet. ভিজা, স, যা তিয়া, আৰ্দ কৰ, to rust to he wet . ভিণ্ডাকাৰ, বি. ( হিং..ভাকাৰ, বৰ থালীৰ নিচিনা) উখহি ডাঙ্গৰ হোৱা; ওফন্দি বৃহৎ হোৱা; যেনে, পেটটো ভিকাৰ হৈছে, swollen, puffed out. “তীম- দল” চোৱা। ভিতৰ, স. শ. {সং. অভ্যন্তৰ, হিং. ভীতৰ; ব, ভিতৰ, মধ্য } যা, কোনো বন্ধৰ মাজৰ গুপ্ত ভাগ; যেনে, ঘৰৰ ভিতৰ, the middle, inside. ভিতৰি, ক্ৰি. বি. মনে মনে, গুপ্তভাৱে, তলে তলে; যেনে, এই কথা তেওঁক ভিতৰি Fay, secretly, privately.