পৃষ্ঠা:হেমকোষ.pdf/৭৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগতী ৭১৮ ভানুৰী মানুহ; ভাগ লওঁতা, a partnet, a sharehokler, a sharer, a kisman. ভাগীৰথী, স. শ. (সং. ভাগীৰথী-ভগীৰথ, গঙ্গাক স্বৰ্গৰ পৰা নমাই আনোতা) গঙ্গা, {]te Ganges, ভাগে, আ, অব্য. {সং. ভাগ, অংশ) সময়ৰ কানো এক ভাগত ( সময়ৰ অশ বুজোৱা আন এটা শব্দৰ পাচত থাকে; যেনে, পুৱা-ভাগে ভাগ কৰি বা কৰা হৈ (এটা সংখ্যা শব্দৰ পাচত থাকে ); যেনে, পাঁচ ভাগে ভগালে, at al»out, ()(" in parts. হ; যেনে, ৰজা গিল, to the lyrole, to flee from one's learth and home, to be desolate, (o be spent as money, to be dismissed from an oflice , ভাগতী, স. শ. (সং. ভাগৱত, এখন পুৰণ ) ভাগৱত পুথি ভাঙ্গি কওঁতা; এই দেশৰ প্ৰতি সন্ত্ৰত এই নামেৰে একো জন ভকত who expands the Bhugarul ভাগন, কৃদ, স. ( অণ, ভাগ, দুই বা অধিক পণ্ড ই) দুই বা অধিক খণ্ড হন, ফাটন, a braking, the state of tuing broken, breakage. ভাগৰু, অ. ধা, শ্ৰান্ত হ, কোনো কাম কৰি 2, to be tired, to be wearied. স, শ, শ্ৰান্তি, কোনো কাম অনেক বাৰ বা বহুত সময়লৈকে কৰি থাকোতে হোৱা ot, fatigne, weariness. ভাগৰণ, কদ, স, শান্ত হন, {the act of Ding fatigudel. ভাগৰা, স, ধ, ভাগৰ লগ, শান্তু , tv) tire, to weary. ভাৰ্গৰুৱা, বি. শা, ভাগৰ লগা, tirsil, fatiguel ভাগৱত, স. শ. (সং. ভাগৱত-ভগবৎ, ঈশ্বৰ ঈশ্বৰপৰায়ণ লোক, ভগৱন্তৰ ভক্ত; ঠখান মহাপুৰাণৰ এখনি। এই নামেৰে দুখান পুৰাণ গাছে, এখনৰ নাম শ্ৰীমদ্ভাগৱত, অনখানক দেৱী ভাগৱত বেলা যায়, কিন্তু কোনখান মহাপুৰাণ, কোনখান উপপুৰাণ, এই কথাত মতৰ মিল নাই, a devt. poison, one of the Puraux. ভাগিন, স. শ, (সং. ভাগিনেয়, ভগিনীৰ পুত্ৰ) বাই বা ভনীৰ পুতেক, a sister's ভাগ্য, স. শ. { স’, ভাগ্যভজ্ঞ, অংশ ক) কপাল, দশা; সুবাসনা, (festiny, for- tune, good luck ভাগ্যৱন্তু, বি. (সং. ভাগ্যৱৎ—-ভাগ্য, ভাগ্যৱা, সুবাসনা) সুকপলীয়া, সুখী, fortunate, prosperous. ভাঙ্গতি, বি. ( ভা, চাহ ক) ভঙ্গ, চাই ক; যেনে, ভাঙ্গতি মাটি, cultivated, ভাঙ্গী, “ভাঙ্গোত" চোৱা। ভঙ্গ, কদ, স. ভঙ্গ কাৰ্য্য, the act of Isreaking, &c. ভঙ্গি, স, শ. { স. ভঙ্গান, ব, ভাঙ্গন, এবিধ মাছ) এবিধ মাছ, a kirt of fish. ভাঙ্গন, স. শ. ( 4, তাং, গাঞ্জা } গধিক ST: 515443 $15, patel of Janu on which hemp grows. ভাঙ্গনিয়া, স. শ. (অং. ভা, ব্যয় কৰ) বৰকৈ ধন ভঙ্গ। লোক, a tasteful niani. son. ভাঙ্গনী, স. শ. ( অ, আ, ভগ্ন কৰ দি ) নৈয়ে অঙ্গ। গৰা; মন ভঙ্গ। তিৰোত; অনুবাদ, ভাষান্তৰ কৰি লেখা কাকত ৰা grat , at bank broken by the river, it wasteful woman, a tmnslation, ভাঙ্গি, স. শ. হোলল নাও খোলা বেঁকা stretats, a curred acze rises in excavating Assamese boats. ভকুৰী, স. শ{ অং. ডকুৱা শব্দৰ স্ত্ৰীলিঙ্গ) ভাগিনী, স, শ, বাই বা ভনীৰ জীয়েক, a sister's daughter. ভাগী, স, শ, (সং, গি-ভাগ, অংশ) অংশী, ভাগ পাওঁ; এতেকে একে শৰ