পৃষ্ঠা:হেমকোষ.pdf/৭৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কালি ৭১৫ কমিছে; ভাৰ বা বোজ কৰি অনা বস্তু। যেন, তিনি ভৰা পৰি, burleri, a load. ভৰি, স. শ. এবাৰ বৈ অনা বস্তু, এবাৰত নিব পৰা বস্তু, ভৰ; যেনে, যা তিনি ভৰি Wei, an lael, as mw of any. thing is can be carried at se time. সম. ••• ভৰ আৰু ভৰিৰ একে অৰ্থ, কিন্তু “ভাব” শব্দে বোজাই সুবুজায়; এতেকে এই নাৱৰ ভৰি কমিছে এনেকৈ বুলিব নোৱাৰি। ভৰি, স. শ. { গ. ভৰ, ভাৰ, গাৰ ভাৰ ৰ ওপৰত থাকে, এন্তেকে; বং. ভইড়। পদ, চৰণ, সৰু গাঠিৰ তলৰ চপেট। ভাগ, it font ভৰকালি, ও শ, ভৰকল মানুহৰ গুণ বা স্বভাৱ, ভুৰক, ai kais. ভৰ, কদ, স. (অ. ভৰ, ভিতৰলৈ সুম। ভৰ কাৰ্য্য; বায়ু শান্ত কৰিবৰ কাৰণে মূৰত দিয়া দৰৰ, the act of jutting ini, a cold application to the lica). ভৰণি, স. শ. { অং. ভৰ, অপব্যয় কৰ। অকাৰণত ধন দিয়া কাৰ্যা; নিৰ্গক ব্যয়, বাধিত হৈ দিয়া ধন, ক্ষতি; যেনে, ওচৰীয়াৰ ভৰণি পদকীয়াই দিব, u tom- pulsory parment, loss, clamagr. বি. হানি পূৰাবলৈ দিয়া, নিৰ্থক খৰচ হোৱ; যেনে, এশ টক। ভণি হল, pail to make up a deficieny or in satisfaction of an injilst demanul. ঘ. স. শ. {সং. অৰণী, প্ৰতিপাল 4) fon*, the second lunar mansion. ভৰণপোষণ, স. শ. (সং.. ভৰণপোষণ .. তৰণ, প্ৰতিপাল + পেষণ, ঐ প্ৰতিপাল কৰা কাৰ্য; যেনে, পুই পিকক ভৰণ- পাস কৰে; পোহপাল; অব পিন্ধিব। উপায়, জীবিকা; যেনে, গৃহস্থে পৰিয়ালক ভৰণপোষণ দিব লাগে, {leaf of so porting, maintenance, ভৰ, স. শ. ৰামৰ ভাষেক; শকুন্তলাৰ পৰা হোৰা দুষ্মন্ত বজাৰ এজনা পুতে, যাৰ পৰা ভাৰতবৰ্ষ নাম, tlif laint (of a brother of Ravia, als that of 1 prince of the lunar mer. ভৰা, স. বা. (অং. ভব, ভিতৰলৈ সুম } পূৰ্ণ কৰ, পূৰা; যেনে, তেলেৰে কলহ ভৰাইছে; আনৰ দ্বাৰা ভিতৰলৈ মোৰ, প্ৰবেশ কৰা; যেনে, লগুৱাৰ হতুৱাই পানী ভৰালো; নিৰ্গক আনক খৰচত পেলা, লোকৰ ধন ভঙ্গা; যেনে, ভাক sayt, to fill, to cause to be j'uti in, to put to unnecessary expense, ভৰা, স. শ. (গৎ. ভৰ, গধূৰতা) নাৱত ভৰা বস্তু, বোজাই; যেনে, নাৱৰ ভৰা ভৰি পৰ, গোটেই পূৰ হ, ভিতৰত ঠাই নখকা হ; যেনে, মানুহেৰে ঘৰ ভৰি ACG, to be filled to overllewing. উৰুণু, বি. { অং. ভৰ, পূৰ হ) লৰা ছোৱা- লী আদিৰে সম্পূৰ্ণ; যেনে, তৰুণ ঘৰ; 'ত ফল বা ফুলেৰে পূৰ্ণ; যেনে, ভক্ষণ গছ; পূৰ্ণ অৱস্থা পোয়; যেনে, ভকণ বয়স, fu{}, favall vit: fruits, low's or leaves, matul. ভাৰ্ছ, অ. - ( সৎ ভৎ, গালি পাৰ) মলত্যাগ কৰ, শৌচ কৰ; যেনে, “গৃহত ভৰ্ল্ডিয়া পলাই যান্ত বনমালী,” to visit excrement. ভৰ্তা, স. শ. {সং. তণ্ডু, ভূ, পালন ক

    • 39; satil, a luxand, :1 master,

ভৰপূৰ, বি. গোটেই পূৰ, কোনো বিষয় কমতি নথকা, পৰিপূৰ্ণ, fitr full, liaving no deticiency. ভৎসনা, স. শ. (সং. ভৎসনা---ভৎস, গালি পা) তিৰস্কাৰ, গালি, reprosun, abuse- ভল, আ. ধা. তাপ পাই মেচ ল, সঙ্কোচিত হ, মা খাল হ; যেনে, পাট চটা ৰদত f127, to warr, as a hoard. ভল, স. শ, (সং. ভল্লাতক, এবিধ গছ }" afar 95, the marking out. Sense- carpus Anwardinu. (Gamble).