পৃষ্ঠা:হেমকোষ.pdf/৭৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভণিতা।

  • )

ভণিত, স, শ, (ব. ভণিতা, গন্থ কৰ্তাৰ নাম প্ৰকাশ} পদ পুথি কৰোতাই আধাৰ অন্তত দিয়া আপোনাৰ নাম আদি; ধেনে, “কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। বোল হৰি হৰি সমস্ত জনে।' the name, title, &c., of the utfor written by him at the end of a chapter of a poem, tlie colophon. ভণ্ড, স. শ. ( সৎ, ভট্ট, বঞ্চনা কবঞ্চক; মিছীয়া, ছলাহ মানুহ, u lective, a cheat, a mogu ভাৰ, স. শ. স. ভাঙাগৰ; হিং. তাৰ; বং. ভাণ্ডাৰ, ভঁৰাল ) ভৰাল; ধান, ধন বা তন মৰণ বস্তু থোৱা 79, a kloro-room, a grabiary or barn. তণ্ডাৰ, স, শ, ভঁৰালী, তৰালত বস্তু সামৰি থওঁত, a storc-keeper. 'ভতৰা, স. শ.। সং. ভা, স্বামী; সি গাই পামী হয়, এতেকে নবন্ধোৰক বুখ। 2015, a bul). ভ, স. ধ'-অং. ভাত, সিজো চাউল। সিজাই ভাতৰ নিচিন কৰা বানেৰে মাড় লগ, হোন দি, t; size the warp for weaving . তিজা, স. শ. { সং. প্ৰাতৃজ, ভাইৰ পুতেক। ককাইৰ বা ভাইৰ লৰা, a brother's son. (স্ত্ৰী) ভাতিজী। বি. ককাইৰ বা ভাইৰ পৰা জন্ম পো। স্ত্ৰী, পু); যেন, ভতিজা পো বা ভতিজা জী, bc- gotten by a brother. ভতুৱা, স. শ. ( পৃৎ বস্তুভ; ২. বেতে, এবিধ শাক ) জিলমিল শাক, এt kind of potherl. ভতুৱা, বি. { অং. ভাত, সিজোৱা চাউল ) ভাত-ভাৰী, অকামিলা, চতুৰ বা চোকা নোহোৱ; যেনে, ভতুৱা মানুহ, ভতুৱা কুকুৰ; ভাত সম্বন্ধীয়, ভাত কৰিবৰ যোগ্য; যেনে, ভতুৱা চাউল, (orthless, un- skilful, fit to be turneri into that or cooked rice. ভদৰকলী, স. শ. {স. ভদ্ৰ, খঞ্জৰী। প্ৰায় খৰীৰ নিচিনা আৰু তাৰ দৰে বগা আৰু কলা বৰণযুক্ত এবিধ সৰু চৰাই, a small bird, দীয়া, বি. ভাদত উৎপন্ন বা ওপজা, lworn or produced in the month of Burg, স, শ, ভাদত ওপজা মানুহৰ 21a, the name of a nian horn in {Attr৫. { স্ত্ৰী। ভাদৈ! ভদ্ৰ, বি. (সং. ভদ্ৰ-ভদ, সুখী হ} উত্তম, শ্ৰেষ্ঠ, তাল, liest, creellent. ম. শ. মঙ্গল, কুশল, সুখ সন্তোষ; যেনে, ভদ্ৰ চিন্তা, happiness, Presguerity. ভদ্ৰকালী, স. শ. (সং. ভদকালী -- শ্ৰেষ্ঠ + কালী, ভগৱতী) দুৰ্গাৰ এক ৰূপ, one of the forms of Durga. ভদ্ৰলোেক, স. শ. উচ্চ বংশৰ লোক, ভাল (914, a gentleman. ভাকাংক্ষী, বি. (সৎ, ভদ্ৰাকাংক্ষিন---ভঞ্জ, মঙ্গল + আকাংক্ষা, বাঞ্ছা + ইন্) মঙ্গল কাম কৰা, কুশল বাঞ্ছা কৰা, wishing will, frietitlly. স. শ. কুশল বাঞ্ছা কৰা y, a well-wisher. ভদাস, স, শ, {স, ভদ্ৰাসন--ভদ্ৰ, উত্তম +সন, বৃহ। বস্তু) সিংহাসন, ৯ theorie. ভদ্ৰাক্ষ, স, শ. ( স. ভদ্ৰাক্ষভদ্ৰ, শিৱ + অক্ষি, চকু ৰুদ্ৰাৰ নিচিনা কিন্তু তাতকৈ সৰু এবিধ গুটি ৰে অপৰ মালা আৰু তাক লোশৰে বন্ধাই ডিঙ্গিৰ মণি 1937, a kind of tree and its mx which is user rosaries levkluces, ভনী, স. শ. (সং. ভগিনী, কনিষ্ঠা ছোৱালী। Pfare stati), a younger sister. ভনী-জোৱাই, স:শ. (অং.. ভনী,ঐ + জোৱাই, জামাতা। দুৰ্নীৰ গিৰীয়েক (প্ৰায়ে ভিৰোতাই বোলে }, the husband of a younger sister (mostly used by females . তম্ভন, অমুক, মাখিৰ শৰৰ নিচিনা মা, ALS 01