পৃষ্ঠা:হেমকোষ.pdf/৭৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১ ভ, স, ধা. (সং. ভজ, উপাসনা কৰ। উপাসনা কৰ, পূজা কৰ, আশ্ৰয় ল; যেনে, ঈশ্বৰক ভৰ্তা; সামীৰূপে বা সহায়ৰূপে গ্ৰহণ ক; যেনে, ভিৰোতাই পতি ভজে, to adore, to worship to serve, to take as a husband or helper, &c. তনু, কদ, স. উপাসনা কৰণ, পূজন, the act of adoring. জ, সশ. উপাসনা, পূঞ্জ, adoration, worship . জা, স, ধা. দেৱতাৰ উপাসনাৰ ক্ৰম শিকা; শৰণ লগা, হৰি সমুখ ক; যেনে, গোসাঁয়ে foro costu, to disciple, to initiate into the mode of worshipping Vishnu or other deities. তজা, স, ধ. (অং. ভাজ, শুকানে পাক ক) আনৰ দ্বাৰা শুকানে নাইবা ঘিউ বা তেলত পাক কৰা; যেনে, চিৰ ভজায়, MF Certy, to cause to be frien, 7. শ. এবিধ গছ, পোজাৰ (তাক বিশ্বকৰ্মাই ভাজিছিল, এতেকে }, a kind of tree. ভঞ্জ, কদ, স. ( স. গুঞ্জন-ভজ্ঞ, ভা) ভাঙ্গন,নাশ কৰণ; ভাঙ্গাতা, নাশ কৰোতা, the act of breaking or lestroying, a breaker or destroyer. ভটং, অনুক, কোনো গোটা বস্তু পানীত পৰাৰ নিচিনা শব্দ, an imitative sound used to express that produced by the fall of some solid body into water. ট, তমুক, জৰী ছিগোতে হোৱাৰ নিচিনা

      • , an imitative sound used to

express that produced by a string or rope breaking . ভটৰাই, ক্ৰি. বি. ভটৰ শব্দ কৰি; যেনে, জৰীডাল ভটৰাই ছিগিল, with a slrort enapping sound. ভটা, স. শ(হিং. ভট্টা, পুৰিবলৈ কৰা ইটাৰ দম) পুৰিবৰ কাৰণে দমোৰা ইটা বা চূণ শিলৰ দম, a kin. ভটা, স. শ. { সৎ ভট, ধৰু) টাং-গুটি খেলৰ ভণি। মাৰি। তাৰ নিচিনা আন খেলৰ মাৰি, a bat used in a game similar to cricket, a ene. ভটা-৩টি, স. শ. { সৎ ভটাকী, জেনা; ভাৰ নিচিনা ঘূৰণীয়া, একে) সেই খেলৰ ৩টি, টাং-৬টি; এটাৰ পাচত আনটো ওপৰলৈ দলিয়াই ধেমালি কৰা দুটা কাঠৰ গুটিৰ এটা, a wooden all for the above game. ভটিমা, স. শ. (হি. ভটই, গুণ বৰ্ণনা ) মাধৱ দেউৱে ৰচনা কৰা শঙ্কৰ দেৱৰ গুণ- ay aye, a series of prayers to Sankar Dev, the founder of the Mahapurusia sect, by bis disciple Madhav. ভটীয়নি, স, শ, ( অং, ভয়, নৈৰ তলৰ ফাললৈ যা নৈৰ নামনি ফাল, নো বৈ (1 ata, down stream, the lower part of a stream. ভটীয়া, তা. বা. { অং, ভাটী, নৈৰ নামনি। নৈৰ নামনি ফাললৈ যা; এতেকে দেশৰ পশ্চিম কাললৈ যা; শষ্যাৰ ভৰিব ফাললৈ IKP, to go down stream, to go towards thu lower part of a coun- try, to move towards the foot of a hed. বি. ভাটা ফাললৈ বৈ যোৱা; যেনে, ভটীয়া পানী; ভটীয়াই বা ভাটা ফাললৈ গতি কৰা; যেনে, ভটীয়া নাও, flowing downwards, proceediug down stiaa). ভট্টাচাৰ্য্য, স. শ. (সং. ভট্টাচাৰ্য-ভট্ট, পণ্ডিত-+ আচাৰ্য, শিক্ষক। বৰ পণ্ডিত, জ্ঞানী লোক; বামুণৰ এটা উপাধি, a scholar, a Brahmanical title. ভণু, স, ধা. {সং. ভণু, কথা ক) লিখ, ৰচনা কৰ, to write, as a book, to compose. ভণন, কদ, স, বচনা কৰণ, the act of writing or composing. ভণি, পৃ. বি. লেখা, ৰচিত, written or composed .