পৃষ্ঠা:হেমকোষ.pdf/৭৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যতিক্ৰম ব্যশন। ব্যতিক্ৰম, স. শ. (সৎ ব্যতিক্ৰম-ৱি, উপস, •+ ক্ৰম, গতি ক। অন্যথা, লোটা বা লৰচৰ হোৱা অৱস্থা, বৈপৰীতা; যেনে, এই নিয়মৰ ব্যতিক্ৰম নহয়, contrariety, reverre. ব্যতিৰেকৈ, অ- অব্য. { সং. ৰাভিৰেক, অভাৱ } অভাৱে; বিনা, বাজে; যেনে, তোমত ব্যতিৰেকে বন্ধু নাই, snve, , excopt, without. ব্যথা, স. শ{ স”.. থাৰখ, বেদনা ‘প বেদন, পীড়া, বিষ; দুখ; যেনে, 141971, pain, distress. থি, কুদ, বি. (সং, ঐ) পীড়িত, বেদনা cabai; was. pinedd, alilieled. ব্যভিচাৰ, স. শ. ( সং. ব্লভিচাৰ-বি, অভি, উপস. + চৰ, গতি ক) কোনেও বিয়া কৰ বালোকে বিয়া কৰ তিৰোতা বা 162 4*477, incontinence, lewat Tirss, adultery, fornication. ব্যভিচাৰী, বি. {সং. ব্যভিচাৰি-ব্যভি চাৰ + ইন্} ব্যাভিচাৰত ৰত, কোনোৱে বিয়া নকৰা বা গানে বিয়া কৰা তিৰাৰে সহবাস কৰা, ineratiuchit, Jess. (স্ত্ৰী) ব্যভিচাৰিণী। ব্য, স. শ. {সং. ষ---ৱায়, খৰচ কৰ) খৰচ, ব্যৱহাৰ কৰি ঢুকোৱা কাৰ্য্য, x- se, expenditure. f. 75 pfa ঢুকোৱা, নথকা হোৱা; যেনে, সেই ধন 478 , expended. বাষশীল, বি. (সং, ব্যয়শীল-ব্যয়, খৰচ +শীল, সংযুক্ত) খৰচী, বৰকৈ ধন ভঙ্গ, ধুৱা খুলীয়া, ]virodigal, wasteful. ব্যৰ্থ, বি. (সং. ব্য~~-ৱি, গুচা + অৰ্থ, উশে। উদ্দেশ সিদ্ধ নোহোৱা, নিষ্কল, 301, vain, fruitless. ব্যৰ্থতা, ও, শ. (সং. } ব্যৰ্থ হোৱা অৱস্থা, fara1, fruitlessness, uselessness. ব্যৱধান, স. শ. (সং. ৱাৱধানৱি, অৱ, উপস. + ধ, ধৰণ কৰ} দুটা বস্তুৰ মাজৰ শূন্য ঠাই, বিচ্ছেদ; দুটাৰ মাজত থকা কোনো বস্তু; যেনে, সেই দুটা ঘৰৰ মাজত 45 বৱিধান নাই, intervention, space, that which intervenes. ব্যৱসায়, স. শ. (সং. ব্যৱসায়—বি, অৱ, উপস. + ষষা, নাশ কৰ} জীৱিকাৰ কাৰণ নিয়ম মতে কৰা কাৰ্য্য, বৃত্তি; যেনে, সোণাৰিৰ বাসায়; কাৰ্য, কৰ্ম্ম, কাম; যেনে, ঘৰত বাসায় আছে, calling, profession, business. বাৱসায়ী, বি. (সং. ব্যবসায়িন---ব্যৱসায়। ইন্) ব্যৱসায় কৰা, জীৱিকা অৰ্জা কামত faro, engaged in business, pro- fessional. ব্যৱস্থ, স. শ. সং. ব্যৱস্থা - ৱি, অৰ, উপস, + স্থা, থাক ) বিধান, পণ্ডিতে দিয়া শাৰ m, a principle of law, exjxminded by a pulit or lawyer. বাৰস্থা-শাস্ত্ৰ, স. শ. {স ব্যৱস্থাশাল্প- ৱাৱস্থা। শাল, পুধি) স্মৃতি, সামাজিক আচৰণ ৰা ধৰ্ম্মত্যৰ বিধান পকা পুথি, a code of lawy. ব্যৱহাৰ, স. শ( স. বুৱহাৰ-খি, অৱ, উপস. + স্ব, হৰণ কৰ আচাৰ, ৰীতি; যেনে, যাৰ যেনে ব্যৱহাৰ; কাৰ্যত নিয়োগ; যেনে, বাৱহাৰ কৰা পাল, lisage, partice, use. বাৱহাৰ্য্য, বি. { সং. ঐ } বাৱহাৰৰ যোগা, কামত নিয়োগৰ উপযুক্ত; খোৱা লোত সঙ্গ পাবৰ যোগা; যেনে, হীনকুলীয়া মানুহ ব্যৱহাৰ্য্য নহয়, fit for use, fit to be associated with ব্যৱহৃতু, কৃষ্ণ. বি. (সং. ঐ) ব্যবহাৰ কৰা, নিযুক্ত, assed. ব্যস, স. শ. (সং. বাসন--বি, উপস+অস, নিক্ষেপ কৰ) অকৰ্তবা কৰ্ম্ম, নকৰিব লগীয়া বা বেয়া কাম, তাৰ সংখ্যা দহ; যেনে, (১) মৃগয়া, (২। আৰিমাৰি খেল- খেদা, (৩) দিনত শোৱ, (৪) লোকক নিন্দা কৰা, {} বেশ্যাগমন, {৬) নাচল, (৭) গীত গোৱা, (৮) বাদ্য বলোৱা, (৯) নিৰ্থক প্ৰমণ, {১০) সুৰাপান, a fault or vice, frailty.