পৃষ্ঠা:হেমকোষ.pdf/৭২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেয়া বৈলি। বেৰে} মিল, লগ লগ। সিঁচৰতি, গোট গোট হোৱা, এঠাইত এটা আন ঠাইত আন এটা থকা; যেনে, বাঘ দেখি গৰুবোৰ caufa 7, dispersei, scattered about. বেয়া, বি. ( যা. বদ, মন্দ ) মন্দ, বম, অভদ্ৰ, বিষম; সেনে, বেয়া মানুহ, বেয়া

  • 77, bad, vicious, evil, inferior. 7.

শ, মন্দ কাম, কুকৰ্ম্ম; যেনে, বেয়া মানুহৰ বেয়ালৈ মতি হয়; অনিষ্ট, কষ্ট; যেনে, এনে কামৰ পৰা মানুহৰ বেয়ী হয়; মন্দ লোক; যেন, বেৰ সঙ্গত বেয়া হয়; অসন্তোষ, বেজাৰ; যেনে, মন বেয়া atfits, a lud act or find conduct, vice, inisfortune, troulilu, it had or Vicious person, sormi. বেয়া কৰ, মন্দ বা নষ্ট ক; যেনে, কামটো বেষ। কৰিলে; শৌচ ক, ৬; যেনে, লৰাই বয়া কৰিছে, to swil, to void fees, . বেয়া পা, অসন্তোষ পা, বেজাৰ প, to ly displeased. বে, স. বা “বেঢ় চোৱা। স. শ. বাব, ঘৰৰ আবৰণ; পৰিধি, কোনো বস্তুৰ মেব; যেনে, সেইটো খুটাৰ বৰ দুহাত, the wall of a house, circumference. ক. স. বেৰোতা। বেৰি ধৰু, চাৰিও ফালে আবৰি আটক কৰ; যেনে, পহুটো কুকুৰবোৰে বেৰি ধৰিছে, to surround. বেণু, কদ, স. ( তবে, আবৃত কৰ) cea *, to surround. বে, স, ধা, আনৰ দ্বাৰা বেষ্টন কৰা; যেনে, বাৰী বেৰাইছে, to be s?irotuded or enclosel. স. শ. টাটী, বাৰীৰ আবৰণ, a fence around a compound. বেল্পৰৈ, সংখ্যা (সং. দ্বিনৱতি; বং. বৰান্নৈ, বিনব্বই, চাৰি কুৰি বাৰ) দুই sifa 17, ninety-two. বেশ, সখা, {ব, বিশ, চাৰি কুৰি দুই} দুই অধিক আশী, eighty-two, বেৰি, স. শ. (অ. বেৰ, বেষ্টন কৰ; কটাৰী আদিৰ গেঞ্জি আৰু নালৰ মূৰ বেৰি থাকে, এতেকে। অস্ত্ৰৰ নালৰ যি ভাগত গেজি সোমায়, তাক ডাঠ আৰু নকটা কৰিবলৈ লগোৱা লোৰ চেপেটা আঙ্গঠি, a lat irou ring put round the end of a tvol-handle to strengthen and prevent it from splitting, it forrule. বেৰীয়া, বি. (অং বে, ঐ ) এফলীয়া হৈ বা শাৰীৰ বাহিৰে গজা (দাতত খাটে ), irregular, as treil. বেৰে, ক্ৰি. বি. মেৰৰ বা চাৰি ফালৰ জোখত; যেনে, গছজোপা বেৰে দুহাত, in girt). বেৰবেৰীয়া, বি. ( অ. বেৰবে, বোকাত ভৰি দিলে হোৱাৰ নিচিনা শ} পকি বা গেলি নোকাৰ নিচিনা হেৰা, পূজ পানীৰে পূৰ; যেনে, বে- (99171, mud-like, full of pus. বেবেৰ কৰে, ক্ৰি. বি. বাৰে বৈ ( ঘৰ বৰ্ব্বে কাৰে, পূজ ওলোৱাত খাটে); যেনে, চপ মাৰিলত গুৰটোৰ পৰা বৰবেৰ কৰে পূজওলল, in a strean suil uſ the matter of it suit, &c.). বেল, স. শ. (সং. ৰি; হিং. বং, বেল, এবিধ কল ) এবিধ গছ; তাৰ খাদ্য ফল, a kiud of tree, and its fruit. deglo marmelos. (Gaublu). বেলা, স. শ. (সং, বেল, সময়—ৰেল, গতি কৰ; সময় গৈ থাকে, এতেকে কোনো এক বিশেষ সময় বা কাল; যেনে, মৰিবৰ বেলা কেও কাৰে আপোন নহয়; আধা দিন; যেনে, এবেলা খাটিলে, পুৱা বেলা, a time or occasion, one-half of a day. বেলি, স. শ(স’ বৈলা, সময়) সময়, কাল; যেনে, বহুত বেলি হল (তাৰ দ্বাৰা সময়ৰ নিৰূপণ হয়, এতেকে) সূৰ্য; যেনে, বেলি ওলাল; বাৰ, কাৰ্য্য কৰাৰ এটা সময়; যেনে, এবেলি আহিল,