পৃষ্ঠা:হেমকোষ.pdf/৭২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেদ-ব্যাস্ বেমেলি বেদ-বাস্, স, শ, সৎ, ৱেদাস--ব্ৰেদ + ব্যাস, বাহুল্য) পৰাশৰ ঋষিৰ পুতেক কৃষ্ণদ্বৈপায়ন মুনিৰ উপাধি, তেওঁ নানা ঋষিৰ মুখৰ পৰা বিস্তীৰ্ণ বেদ-শাস্ত্ৰ সংগ্ৰহ কৰি তিনি ভাগে ভগাই লিখিলে, এডেকে th, the title of Krishna draipunut, or 1990, the compiler ]]] বেদাঙ্গ, স. শ. (সং. বেদাঙ্গ-ৱেদ + অঙ্গ, গাৰ এভাগ ) বেদৰ অঙ্গ-ৰূপ শাস্ত্ৰ, তাৰ সংখ্যা ছয়; যেনে, {১। শিক্ষা ( বেদৰ উচ্চাৰণৰ নিয়ম), (২) কল্প ( ধৰ্ম্ম-কাৰ বিবৰণ ), (৩) নিকক্তি (বেদৰ কঠিন শব্দবোৰৰ হৰ্থ ), (৪) ছন্দ (বেদৰ সৰ }, (৫) জ্যোতিষ (গ্ৰহনক্ষত্ৰৰ গতি আদিৰ বিৰৰণ }, { ৬) ব্যাকৰণ বেদৰ ভাষা শুদ্ধৰূপে কৰ বা লিখিবৰ fans), the generic appellation of the sis auxiliary branches of sacred science, ri:., Siksha, Kalpa, Byakuruna, Chanilts, Jyotish, and Virukli. Ilaughton). বৈদী, স. শ. (সং, ৰেদী--বি, জান; তাত দেৱল পাক বুলি জনা যায়, এতেকে ) যজ্ঞৰ ভেটি, হোমৰ নিমিত্তে ওখকৈ বন্ধ। Ho, an altar. বৈদাচাৰ, ৭. শ. ( সং. বেদাচাৰৱেদ, শাম্ব + আচাৰ, বাৱহাৰ) শাস্ত্ৰে বিধান কৰা আচৰণ বা ব্যৱহাৰ, the practive enjoined by the T'mas. বেদাধ্যয়, স. শ. {সং, ৱেদাধ্যয়ন~-দে, শাস্ত্ৰ + অধ্যয়ন, চুন } বেদৰ পাঠ বা শিক্ষা, বেদ পঢ়া কাৰ্য, stauty of the pounded the monotheisticnl tenets of the Terlar, বেদান্তি, স. শ. (সং. বৈদান্তিক শব্দৰ অপভ্ৰংশ) বেদান্ত জন পণ্ডিত; যেনে, বেদান্তিকৰ মতে ঈশ্বৰ এজনা মাথোন, versed in trunta philo- sophy . বেদান্তী, বি. (সং. ৱেদান্তিন-ৱেদান্ত+ ইন্} বেদান্থত নিপুণ, versed in Triantu philosophy. বেপাৰু, স. শ. (বং বেগৰ, বাণিজ্য-- বাৰি, কাম ) বাণিজ্য, বেহ, trade. বেপাৰী, স, শ. বেহেৰুৱা, a trailer. বি. 6771891, trading বেবনি, স. শ. (তললৈ চোঃ}} গৰুৰ, ছাগৰ 71.797 717, the Lollowing or birat- ing of an animal. বো, অ, ধ. { . বে, গকৰ মাতৰ শব্দ) কৰ ছাগৰ বা মেৰৰ দৰে শব্দ কৰ; বৰকৈ কেঁকা বা চিঞৰ; যেনে, জৰত 1994 alists, to bellow or heat, to groan or cry witli pain. বেবু, বি. ( হিং, বে, নথকা+ বুজ, বোধ) নিৰ্বোধ, বুঙ্গ নথকা, নুবুজা; যেনে, 1779 atst, stupiel, willy. বেবুৰ, বি. (অ. ভেকুৱা, ভয়ত বিল) অকস্মাত ভয় পাই বিবুদ্ধি বা বিতত, Insing self-possession, deprived of presence of minil by sudilen fear. . বৈৰুৱা লাগ, ভয়ত বিতত হৈ কি কৰিব লাগে নজন হ; যেনে, বাঘ দেখি বেবুৰা 39, to lose proseule of mind hy sudden fear, বৈবেৰিবাৎ, বি. আউলীয়া, বিশৃঙ্খল (কথা খাটে); মেনে, বেবেৰিবাং কথা বুজিব cottathi, rigmarole, nonsensical. বেমেজালি, স. শ. কামৰ বাহুল্য বা ভৰ; যেনে, কামৰ বেমেজালিত কথা পাহ 513, press of work. বৈমেলি, বি. { হিং. বে, নোহাৱা+অং. বৈদান্ত, স. . ( স. বেদান্ত-ৱেদ, শাস্ত্ৰ + গন্ত, সাৰ ভাগ) বেদৰ মত অনুসৰি এনা পৰমেশ্বৰৰ উপাসনাৰ বিধান কৰা এখান পুথি, কৃষ্ণদ্বৈপায়ন বাস সেই পুথিৰ প্ৰণেতা, a philosophical trea tisu by Tyaset, in which is es.