পৃষ্ঠা:হেমকোষ.pdf/৭২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেঢ়া। বেদ-বিশাৰ 1 এতিয়া বেঢ় ধাতুৰ সলনি প্ৰায়ে “বেৰ ব্যৱহৃত হয়; যেনে, বাৰী বেৰিছে, পদ্যত মাপোন “বেঢ়” ব্যৱহৃত। ববঢ়, স. শ. { কা- বেঢ়, ঐ; কাঁহী বৰি থাকে, এতেকে) এবিধ তিনটা খুৰা লগোৱা ঘূৰণীয়া ভাতৰ কঁহীৰ আধাৰ, a three-legged support for a plate out of which food is taken). বেণি, } . শ. (সং. ব্ৰেণি বা বেণী-ৱী, বেণী,। গতি কৰ; ওসি তললৈ যায়, এতেকে) চেলা বাটি পিঠি সালে ওলাই (171 çfat, baidler hair. বেণি বা কী না, চুলিৰ চেল। বাট, to Loraid, as hair. বেণু, স. শ. (সং. ৰেণু-, শব্দ ক) বাঁহী, মুৰুলী, at tate, বেতন, স. শ. { সং. বেতন-ৰী, গতি কৰ; এজনৰ পৰা আন এজনলৈ নয়, এতেকে ) কামৰ বেচ বা বানচ, res, ay. বৈতাল, স. শ. (সং. ৰতল—বে, অকশিত +তাল, নিন } প্ৰেত, ভুত, ঘাইকৈ sfartfate ye, an evil spirit, a spirit, a ghost. বেতেৰি, ম. শ. (অং. বেত, এবিধ লতা; বেঁন্তেৰে উঠি সজা যায়, এতেকে সেই নাম ) ভেল পেৰা পল, & sinal atta basket eiseil for expressing oil. বেতৰি চোবা, স. বা পুনঃ পুনঃ একেটা কথাকে কৈ থাক্‌, কথাৰ বান্ধ এৰি নিদি, to repeat the same thing again and again, not to yield. বেতেৰি-বন্ধীয়, বি, { অং, বেতেৰি, ঐ+ বান্ধু, গাঁঠি; বেতেৰিৰ দৰে গোঠা। আওপকীয়া, পোন নোহোৱা, গাঁঠি নিছিগা (কথাত খাটে}; যেনে, বেতেৰি- বন্ধীয় কথা; কথাৰ বান্ধ এৰি নিদিয়া, নিজ মততে লাগি থকা (মানুহত খাটে); যেনে, বেতেৰি বন্ধীয়া মানুহক মান্তি

  • f* caufa, tangled, not straight-

forward, as speech, unyielding, as

  1. person, ,

বো, স. শ. (স. পা, দুঃখ; মৰমৰ মানুহে দুখ পালে তুখী হোৱা যায়, ঠেকেমৰম, চেনেহ, love, aflection, বেথা কৰ, মৰম বা চেনেহ কৰ, t) love, to treat with tenderness. বেথা লাগ, চেনেহ লাগ বা উৎপন্ন হ; যেনে, লৰাটিলৈ বেপা লাগে, to have allcction. বৈদ, স. শ. (সং. ৱেদ - - ৱিদ, জান; তাৰ প! জ্ঞান হয় বা ঈশ্বৰ আৰু ধৰ্ম্মক জন। যায়, এতক) হিন্দবিলাকৰ ঘাই আক মূল ধৰ্ম্ম শাস্ত্ৰ। সি আপেকিয়ে, অৰ্থাৎ কে? তাৰ সৃষ্টি কৰা নাই, ঈশ্বৰেও তাক সুজা নাই! বেদ প্ৰথমতে ব্ৰহ্মাৰ পৰা দেৱতা আৰু ঋষি সকলে পায়। পূৰ্বে বেদ ঋষিবিলাকৰ মুখত আছিল, শিষ্য- বোৰ তেওঁলোকৰ মুখৰ পৰা শুনি শিকি- ছিল, এই দেখি বেদৰ আন নাম ক্ষতি (শুনা। পাচে কৃষ্ণদ্বৈপায়ন ব্যাসে তাক ঋক্, যজুঃ, সাম, এই তিনি ভাগ কৰি লিখিলে, অথৰ্ব্ব ভাগ তাৰ পাচত 79 stai (ECG, the Fold, the scripture of the linslus, revealed! by Brahm and afterwarıls relocal to writing by 'yusut. The Telut was diviileil by him into three arts,??., Riy, Mujur, Saint and barrel বৈদজ্ঞ, বি. (স. বেদ--- ব্ৰেদ + কী, জান্। বেদ জনা, বেদত পাৰ্গত, trset in the tailore , বৈদনা, স, শ. (সং. ৱেদনা-ৱিদ, জান, বোধ কৰা যায়, এতেকে বিষ, পীড়া, pain, ache. বৈদপ, বি. (স. ৰেদপাৰগৱেদ + পাগ, পাৰ হোৱা, অৰ্থাৎ ভালকৈ জনা) উত্তমৰূপে বেদ জনা, বেদত নিপুণ, well- versed in the Icelax, বেদ-বিশাৰদ, বি. (সং. ৰেদৱিশাৰদ-দে + ৰিশাদ, ভালৰূপে জন) পাৰগ” চোৱা।