পৃষ্ঠা:হেমকোষ.pdf/৭২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেজাৰ লগ to express displeasure, to be offended. বেজাৰ লাগ, শোক পা; যেনে, মবাৰ কথা শুনিলে বেজাৰ লাগে, to be story. বেজাৰ-মুৰ, বি. { অং. বেজাৰ, অসন্তোষ + মুখ, বদন} মুখত আনন্দৰ চিন নথকা, বিষয়, বিমৰ্ষ, আমনজিমন, sat, chcerless. বোলি, গু. শ. বেজৰ ব্যৱসায়, বৈদ-বৃত্তি; যেনে, সি বেজালি কৰে; বেজৰ গুণ; যেনে, তাৰ গাত বেঙ্গালি নাই, the profession or quality of a physician. বোলি-পুপি, স, শ. বৈদ্য-শা, বেজ- fautta Fat, a trentise ou metlical science. বৈজিনী, স. শ. বেজৰ ভাৰ্য্য; চিকিৎসা কৰা তিৰোত; প্ৰসৱত সাহায্য কৰা fon, the wife of a physician, a. female playsician, a midwife. বৈজী, স. শ. {সং. প্ৰবী, ফুটা কৰে। কাপোৰ সিয়ালে। দিৰ সৰু শলা, a needle for sewing. বৈৰ্জীয়া-ধোঁক, স. শ. (অং. বেৰ্জী, ঐ + ঘো, খো। বেজীৰ দৰে জোঙ্গা ঠোটেৰে মাছ ধৰি খোৱা এৰিৰ চৰাই, a list of trading-hird বেজীয়নৰ, স. শ. বেৰ্জীৰ দৰে গুট। গবে cafe 7915, a kirul of small fishi. বেজেৰা, বি. ( বেজব, অসন্তোষ ) অসবে জুনেৰ, মনত সয় লাগে; যেনে, বেজেৰা মতি; মুখ বেয়া লগোৱা, চোকা, লোণ বা টেঙ্গ। অধিক হোৱা; যেনে, আঞ্জাখানি বেজেৰা হল, ti- monious, irritating, sharp, applied to specch), tart, sharp to the tarte. বেঞ্জেৰাবজৈবি, স. শ. কটু বাকা, বেজব। মাত, কেটে-জেৰে; শোনে, বেজেৰা- বেজেৰি সহিব নোৱাৰি, the at:1. sof using harsh language or acri. monious spech. বেড় কচু, শ, শ, { অ• বেজো, চোকা কচু, এবিধ ক্ষু গছ; বৰকৈ মুখত ধৰাৰ কাৰণে তাক খাব নোৱাৰি, এতেকে সেই নাম ) এবিধ ভাঙ্গৰ পাতেৰে বনৰীয়া 75, a kind of orun plant. বেজ-সৰ,। স. শ. ৰোগীক চিকিৎসা কৰা বা দৰব দিয়া ঘৰ, an ligospital, . বেজবৰুৱা, স. শ. (অং. বেজ, বৈদ্য + বৰুৱা, ঘাই বিষয়াবেজবিলাকৰ মূৰ বা ঘাই বিষয়, ৰাজবৈদ্য, one of the royal physie-ians or chief meiliral officers of Issam. বেজাবেজ, গ, ধ, গা বা মনত দুখ পা; সেনে, ধন ভঙ্গেতে গবেঙ্গবেজায়; সুনাম শুনিলে মন বেজবেজায়, to be 1 painel or distresserede বেক্ষুবজীয়া, বি. চোকা, বোজ, লোণ বা টে। অধিক হাৰা; যেনে, আঞ্জাখান বেবেজীয়া হৈছে বা আঞ্জাত লোণ বা টেঙ্গা বেবেজীয়া হৈছে, excessively salt or ariel, sharp to the taste. বেজবে কৰে, ক্ৰি. বি. বেজেৰা গুণেৰে, বৰ চেক লোণ বা টেঙ্গাৰ দৰে, with a sharp, biting taste. বেটী, স. শ. { সং, চেটী, দাসী) দাসী, বান্দী, a female slave. বেটু, স. শ. (স. পৃশ্য; হিং. ভেটু; বং. বেট!, ফল ও ফুলব ঠাবি) সৰু ফলৰ ঠবি থক ফালৰ মূৰ, চুপহি থকা কাল; সেনে, তামোলৰ বেটু; কোনো বস্তুৰ মূৰ লগোৱা চুপহি, the end of a s sinal fruit to which the foot stalk is attached, a knob at the head of anything বেটু, বি. বেটুযুক্ত, having a knob or kuoluz, knolbeu. বে, স, ধ, {সৎ বেষ্টন; হিং, বেন; বং. বেড়ন, আবৰণ কৰণ) বেষ্টন ক, চাৰিও চাল আবৃত ক; যেনে, “যম- কাল-মায়া-মৃতুৰে বেঢ়িয়া আছে বাঘ- tait #fe". to surround, to enclose,