পৃষ্ঠা:হেমকোষ.pdf/৭২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেজাৰ কৰ, thing, obstruction of the natural excretions, বেঙ্গা, বি. (অৎ- বেং, ভেকোলা, বেঙ্গৰ দৰে কো-কা কৰে, এতেক) ফুটাই কথা কৰ নোৱৰা, আঁকৰা; এতেকে, একো নজনা, মুৰ্থ, স্বাভাৱিক জ্ঞান নথকা, tigrine- tied, idiotic, foolish. 7. *. otel, ফুটাই কথা কব নোৱৰা মুনিহ; মূৰ্খ, স্বাভাৱিক জ্ঞানহীন পুস, a inan unable to articulate distinctly, an idiot. (স্ত্ৰী) বি. স. শ. বেঁঙ্গী। বেঙ্গা, স. শ. (বঙ্গৰ দৰে এটাৰ পৰা আনটো ঠেং গতিৰ হয়, এতেকে এটা ভৰিৰ পৰা আনটো বহুত আঁতৰাই দিয়া খোজ; যেনে, দুবেঙ্গাতে ঘৰ পালে গৈ; এখত থকা বস্তু ধাধিবলৈ ভৰিৰ অঙ্গুলিত ভৰ দি থিয় হওন; যেনে, বেঙ্গা দিও ঢুকি নেপালে; এবিধ মাছ; ২. long stride, standing on tip-toc. বেঙ্গ মেল বা বেঙ্গা দি, এটাৰ পৰা অনিটো ভৰি বহুত আঁতৰাই খোজ কঢ়; গেনে, বেঙ্গা মেলি বা বেঙ্গা দি গৈছে; ভৰিৰ আঙ্গুলিত ভৰ দি পিয় হ; গেলে, বেঙ্গা মেলি চলৰ পৰ: লাটাটা আনিলে, to strile, to walk with lony stops, tos stand upon tip-tre বেঙ্গা মেলি যা, এটাৰ পৰা আনটো ভৰি বহুত আঁতৰাই খোজ দি যা, to talk with long steps. . বেঙ্গটি, স. শ. জন্তুৰ খুৰাৰ পাচ ফালৰ মুৰীয়া নখ; খুৰাৰ পাচ ফালৰ খাল ভাগ, tly homy claws behind the hoof joint sf an animal, the cavity hchind the loof. বেঙ্গতি চোবা, সঁচা কথা লুকাবৰ নিমিত্তে দুই প্ৰকাৰ ভাৰ থকা কথা ক, কোৱা কথা মিছা নহয় অথচ সঁচা কথা নোলায়, এনে 792 Foly *, to equivocate. বেঙ্গেন, স. শ. (সং, ৰঙ্গন; হিং. বৈগন। বং, বেগুন, এবিধ ফল। এবিধ কাঁইটীয়া গছ; তাৰ ফল, ভাৰ অনেক উপজাতি 57475. the egg-plant and its fruit, Solanum melongeun. (Haughton). বেঙ্গেনা-বুলীয়া, বি. (অ. বেঙ্গেনা+ বোল, বৰণ ) কলাৰে মিহলি ৰঙ্গা বৰণীয়া, purple. বে, স. ধা. { হিং, বেনা; বং. বচন, বিক্ৰয় বিক্ৰয় কৰ, মূলা লৈ দি, to sell. স. শ. কিনা বস্তুৰ মূল্য; যেনে, বেচ দি লোৱা বস্তু; কোনো কাম কৰাৰ বাবে দিয়া ধন, বানচ; যেনে, দুখৰ বেচ, prite, wages, reminieration. বেচু খা, কাম কৰাৰ বাবে ৰা কৰিবলৈ ধন to reccive wages: বেচ, কুদ, স, বিক্ৰয়-কৰণ, বেচা কাৰ্য, tite art of selling, বেচা, স, ধা. তানৰ দ্বাৰা বিক্ৰয় কৰা, to cause to be sold. বেচা, স. শ. (সং. বিস্তাৰ, বহল কৰণ ) চালৰ ওপৰত মেলা এপ খেৰ, a layer of thatch upon a roof. বৈচি, বি. {যাং.) অধিক, অতিৰিক্ত; যেনে, এটকাতকৈ নিদিবা, more, soossive. বৈচু, স. শ. (হি. পিচু, এবিধ মা) কঁকালৰ চুৰিয়াৰ বান্ধ পৰা ঠাইত হোৱা ঘ, a kind of skin disease attacking the waist. বেচোৱাই, বি, { অং. বেচ, কামৰ বানচ) বেতনভোৰ্গী, বেচ লৈ কাম কৰা, work- ing for wages, mercenary, mot 696 PYI TÄTey, wine who sortes for wages, a hireling, a mercenary. বে, স. শ. (সং. বৈদ্য, হিং, বেইজ, চিকিৎ- সক) ৰোগৰ প্ৰতিকাৰ কৰোতা, দৰব দিওঁতা; (কামৰূ, নাপিত, a physician, a barber. বেজাৰ, স. শ. { যাৎ, বেজাৰ, অসন্তুষ্ট ) মনৰ সুখ, শোক; আসন্তোষ, sorrow, mental affliction, displeasure. বেজাৰ ক, অসন্তোষ প্ৰকাশ কৰ; যেনে, বিয়ালৈ নমত তেওঁ বেজাৰ কৰিছে,