পৃষ্ঠা:হেমকোষ.pdf/৭১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যী-বিয়নি বুজ। 7971, free from affection or attacb- ment. বী-বিয়নি, স. শ. {তললৈ চোৱা) টোপনি বা 'অজ্ঞান অৱস্থাত কোৱা অস্পষ্ট কথা, indistinct or incoherent speech or muttering of a person asleep or delirious, বী-বিয়া, অ. . ( বিংবিং, অস্পষ্ট মাত, উচ্চাৰণ অনুসৰি প্ৰথম ঈ দীৰ্ঘ) টোপনিত বা অজ্ঞান অৱস্থাত অস্পষ্ট কথা ক, to speak indistinctly or incoherently during sleep, or whilst in a delirious state. বীভ, বি. (সং. বীভৎস, ঘিণ লগ) কুক্কপ, অশুৱনি,॥gly. বীৰ, স. শ. (সং. বীৰ--ৰী, বলৱন্ত হ) বলন্ত আৰু সাহিয়াল ৰণুৱা, বণত নিপুণ লোক; বামাচাৰী, a lhety, a great warrior, one following the heterodox tenets of the luntras. বীৰত্ব, ও. শ. (স.) বীৰৰ গুণ, শক্তি বা স্বভাব, বল আৰু সাহ, heroism, bravery, valour. বীৰা, স. শ. (সং. ৱীৰভদ্ৰ, এটা ভুত বা ভৈৰৱ ) মানুহৰ ভিৰোতাৰে সহবাস কৰা বুলি খ্যাত এটা ভূত, at evil spirit supposed to cohabit with women. বীৰাই পোৱা তিৰোতা ৰাতি টোপনিত ঘৰৰ পৰা ওলাই যায়; স্বৰূপাত ই ঘুমটি- ঘূৰণ ৰোগ। ৰাতি গোপনে পৰপুৰুযৰ গুৰিলৈ যোৱা তিনোতই ধৰা পৰিলে বীৰাক বাদ দিয়ে। বীৰ্য্য, স, শ, {সং. ৱীৰ্যৱীৰ, ৰণত নিপুণ লোক) বীৰ, বীৰৰ গুণ, বল আৰু সাহ; 6104, heroism, valour, semon virile. বীৰ্য্যহীন, বি. (সং, বীৰ্যহীন-স্বীৰ্য্য, বীৰৰ গুণ+হীন, নথকা) বীৰৰ গুণ বা সাহ পিত নথকা, ভয়াতুৰ, দুৰ্বল, cowardly, weak. বুক, স. শ. (সং. বুক, আমঠু; হিং. বং বুক, হৃদয়। হৃদয়, পেটৰ ওপৰৰ 46 ডিঙ্গিৰ নামৰ ভাগ, the breast, the bosom. বুকুচোনা, স. শ. কঁকাললৈকে নমা আৰু কিলাকুটিলৈকে ঢকা হাতেৰে এবিধ চোলা, a kind of Assanese jacket. বু-ডাঠ, বি. ডাঠ বুকযুক্ত, মন-ডাঠ, সাহি- TT, conrayeous. বুকু-পাতল, বি. পতিল বুকুমুক্ত ভয়াতুৰ, timid. বুকুৰি, স, শ. { অং, বুকু, বুক + আবৰ, ঢাক্‌} চোলাৰ বুকুৰ ওপৰত পৰা ভাগৰ ভিতৰে লগোৱ কাপোৰ; ৰণুৱাৰ বুকু- 5*171, the lining of that part of a coat which covers the breast, a breast-plate. বুকুৰা, বি. বুকুলৈকে উঠা, বুকুৰ সমান দ; যেনে, বুকুৱা পানী, rising up to the breast, breast-leep বুজ, স. ধ (সং. বুধ; হি. বুঝনা; বং. বুঝন, জন) কোনো কথাৰ অৰ্থ বা ভাবৰ ভিতৰলৈ মনেৰে প্ৰবেশ ক, মনেবে ধৰ; যেনে, সি ইংৰাজী বুজে, to understand, to apprehend, to comprehend. সমাজা, বুস্থ, জান ধাতুৱে কোনো বিষয়ৰ আগৰে পৰা সম্পূৰ্ণ জ্ঞান থকা বুজায়, বুঙ্খ বুলিলে উপস্থিত কোনো কখাৰ ভিতৰলৈ মনেৰে সোমোৰা তাৰ্থ হয়; যেনে, সেই কথা সি জানে; সি তাক এতিয়া হে বুজিলে। বু, স. শ. বোধ, জ্ঞান, বুজা শক্তি; যেনে, মূৰ্থৰ হিত অহিতৰ বুজ নাই, under- standing, knowledge. বুজ পা সম্বাদ পা; যেনে, সি ভুমি অহাৰ বুজ পোৱা নাই, to have information of বুজ ল, সম্বাদ ল, অনুসন্ধান কৰ; যেনে, হলী ঘৰত আছে নে নাই বুজ লবা, to ivquire. বুতী, “বুজো” চোৱা। বুজ, কদ, স. বুজা কাৰ্য, the act of understanding. বি. বুজিব পৰা, বোৰ