পৃষ্ঠা:হেমকোষ.pdf/৭১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহুৱা বীতৰাগ। দ্বিতীয়টোক কাতি বিহু, শেহৰ টোক মাঘৰ বিহু বেলা যায়, the lay :) which the sim enters the sign, Libm or Capricornix, The Assamese: keep festival on these days. বিছৱ, বি. বিহুসম্পৰ্কীয়, বিহুৰ বাৰৰ; যেনে, FETY , relating to a hihn. বিহুৱান, স. শ. বিহুৰ ভেটা, বিহুত দিয়া aço pienta, cloth presented at : bihu festival, বিকটি, স. শ. { অং. বিহু, প্ৰাণ মৰা বস্তু •+ কোটি, এশ লাখ; এক কোটি বিহৰ সমান ভিতৰা জিত পীড়া দিয়া বস্তু) বৰ তিতা বস্তু, যাকে তিতা নাই এনে বস্তু; যেনে, কুইনাইন বিহকটি নেন তিতা, something exceedingly hitler', : very bitter sulystante. , বিহূৰ্দেহেৰা, স. শ. {সং. বিস্ফোটক, খহু) এবিধ বৰ বিষল হু, a very painful boil. বিহ্বল, বি. (সং, বিল-ৰি, উপস, +, জোকাৰ } তাতুৰ, বকুল, শোক, বেদন। বা ভয়ৰ দ্বাৰা বিতত; যেনে, পুতেকৰ (*174 fax, overcome or distracted wit's sorrow, pain বিলতা, গু. শ. (স.} বিল হৈ অস্থা, 1990, the state of lying over- come or distractel with Sorrusy, pain or fcar, বিহ-বাহ, স. শ. ( অং বিহ, বিষ + বাহ, এবিধ ডাঙ্গৰ তৃণ) এবিধ পৰ্বতীয়া বিল বাহ; তাৰে পৰ্বতীয়া মানুহে কঁড় কৰে বুলি শুনা যায়, a kind of hill tauniorot), বিমন, স. শ. (অং. বি + মইন, কেঁাটকৰা) এবিধ কেঁাটকৰাৰ নিচিনা কঁাইটীয়া গছ আৰু ভাব গুটি, a kind of thorny plant and its fruit. বিহ-মোনা, স, শ. (অ, বিহ+ মোনা, জোলোঙ্গা) সাপৰ মুখৰ ভিতৰত থকা বিহৰ জোলোঙ্গা; বল আদিৰ বিহুৰ 6a/47, the prison yland of a snaht, the venom-bag of the wasp, &c. বিহলঙ্গনী, স. শ. {সং. ৰিষলঘিনী, বেদনকম কৰা-বিষ, বেদনা + লঘু, নূন ক) এবিধ বেদনা জৰা ক্ষুদ্ৰ তৃণ, it kind of fn. বীজ, স, শ, (সং. ক্লীজ--ৱি, উপস. +জ, ওপজ ) গুটি, সঁচলৈ ৰখা গুটি, কঠীয়া; সে; তাৰ নিচিনা, এতেকে পিছল লেতকেতীয় বস্তু; নেন, ঔৰ বীজ; কণীৰ ভিতৰৰ বগা ভাগ; বসন্তৰ ঠা, seeil, del ririli, any risk-il mat- ter, the white of an eyg, varcine lymph. বীজ মৰ, কশ মণ, সন্তান উৎপত্তিৰ শক্তি 65, to love the power of poerention. বীজ-কোষ, স. শ. (সং.. ৱীজকোষ বীজ, ভাল, গে, a sec vss. বীজ, স. শ. বীজ, লেকতীয়া বস্তু; চেঁচু- কত হোৱা এবিধ ক্ষুদ্ৰ গছ, ডেমডেউকা; any viscid matter, a kind of slimy plant. বজলীয়া, বি. বীজলযুক্ত, বীজলৰ নিচিনা, fürsem, slimy, vimid. বীজা, অ, ধান বীজ উলিয়া, বীজলীয়া হ, to mule a slimy matter, to be viscid. বীজাল, বি. বীজযুক্ত, বীজলীয়া, visitl, slims. বীজ-মন্ত্ৰ, স. শ. (সং. বীজমন্ত্ৰ, মূলমন্ত্ৰ ৱীজ, মূল + মন্ত্ৰ, দেৱতা-উপাসনাৰ বাক্য) মূল- মন্ত্ৰ, কোনো উপাসনাৰ বাক্যৰ বা মন্ত্ৰৰ আৰতে উচ্চাৰিত সাঙ্কেতিক অৰ্থযুক্ত এক বা অধিক আখৰ; যেনে, ওঁ, হ্ৰীং, ৰাংৰি ইত্যাদি, ole (or more mystic kyllables placed at the beginning of a prayer or incantation. বীণ, স. শএবিধ বীণা-যন্ত্ৰ, a kint of stringed musical instrument. বী, স. শ. (সং. বীণাবী, গতি ক; ৰু শব্দ) পাঁচ বা সাত ডাল গুণাযুক্ত এবিধ , the Iudian fute or yuitar, বীত, বি. (স', ৰীতৰাগ--ীত, নথকা+ ৰাগ, আসক্তি। অনুৰাগ-শূন্য, আসক্তি urlear