পৃষ্ঠা:হেমকোষ.pdf/৭০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বকৰ্মা ৩৮৪ জগত, পৃথিৱী, the universe, thic world. বিশ্বকৰ্ম্মা, স. শ. {সং. বিশ্বকৰ্মন,-ৱিশ্ব, গত+কৃ, কৰ) সৃষ্টিকৰ্তা, ঈশ্বৰ; ব্ৰহ্মাৰ পুতেক আৰু দেৱতাবিলাকৰ শিৱকাৰ, ornificent. This name seems to liare Iseun originally an epithet of any powerful god, as of Indra or Saryu, lut in vurse of time it came to designate a personification of the creative power; it is also applied to the architect or artificer of the gods. (Dawson). বিশ্বনাথ, স. শ.। সং. বিশ্বনাশ—বিশ্ব + নাথ, অধিকাৰ জগতৰ প্ৰভু, পৰমেশ্বৰ;। fic, the lord of the universe, Carl, Sicu. বিশ্বৰ, স. শ. (সং, বিশ্বস্তৰ---বিশ্ব + তৃ, পালন কৰ) জগতক পালো'ত, পৰমেশ্বৰ, বিষ্ণু; শিৱ, the Supreme being, Tixhar, Since বিশ্বৰূপ, স. শ. { সং. বিশ্বৰূপ—বিশ্ব, জগত + ৰূপ, আকাৰ) মহাভাৰতৰ যুদ্ধৰ আৰম্ভত কুই, তেওঁৰে পৰা যে এই জগতৰ উৎপত্তি আৰু শেষত সি তেওঁতে লীন হব, এই কথা অৰ্জনক দেখাবৰ কাৰণ ধৰা এটা বৃহৎ আকৃতি, the huge for said to have been assuunal boy Krishurt to show drjunu, at the Commencement of tlic bhunila. বিশ্বব্যাপী, বি. (সং, ৱিাৰ্পিবিশ্ব, +ৰাপি, জুৰি থকা) জগতত ব্যাপি থকা, জগত জোৰ, সকলো ঠাইতে থকা, all-pervading, onnipresent. বিশ্বস্ত, কদ. বি. (সং. বিশ্বম্ভ—ৱি, উপ+ শস, উশাহ ল) বিশ্বাস কৰা, যা বিশ্বাস কৰা যায়, বিশ্বাসী, trsisted, toll- fidel in. বিশ্বাস, স. শ. (সং. বিশ্বাস-বি, উপস.+ শ, উশাহ ল) প্ৰত্যয়, পতিয়ন, জাত; বিশ্বাস-পাত্ৰ প্ৰকাশ নকৰিবৰ নিমিত্তে আমক কোৱা গুপ্ত কথা; যেনে, বিশ্বাস ভাবি নেপায়, contidence, trust, credence, belief, a secret or secrets confirled to an- other. বিশ্বাস্ কৰ, পতিয়া, সঁচা বুলি মাল; যেনে, মিছলীয়াৰ কথাত বিশ্বাস নকৰিবা; গুপ্ত বা মনৰ কথা ক; মেনে, সকলোতে fafaay, to believe, to coulide in, to place faith in. বিশ্বাসী, বি. (স”. বিশ্বাসি—বিশ্বাস + ইন্) বিশ্বস্ত, যাত বিশ্বাস কৰা যায়, সৎ; যেনে, বিশ্বাসী মানুহ; গোপনে ৰাখিব লগ, প্ৰকাশ অযোগ; যেনে, বিশ্বাসী $91trusty, trustworthy, private. confidential বিশ্বাসে, ক্ৰি. বি. অনে নেজানিব এনে বিশ্বাস কৰি, গোপনে; যেনে, তেওঁ fastan 17, privately, confidentially, বিশ্বাঘ, {সং. বিশ্বাসঘাতক--বিশ্বাস, সঁজাত + ঘাতক, নাশ কৰোতা) বিশ্বাস কৰি কোৱা কথা প্ৰকাশ কৰোতা; বিশ্বাস কৰোতাৰ বিশ্বাস ভাঙ্গি অপকাৰ কৰোতা, a traitor, a man who ljetrays confi. tlese. (স্ত্ৰী) বিশ্বাসঘাতিকা। বিশ্বাসঘাতকতা, গু. শ. (স.) বিশ্বাস- ঘাতকৰ গুণ বা স্বভাৱ, বিশ্বাস ভঙ্গ, treacherousness, treachery. বিশ্বাসঘাতকী,। বি. { সং. বিশ্বাসঘাতকি, বিশ্বাসৃঘাতী, } বিশ্বাসঘাতিন-বিশ্বাস, স- জাত+ , নাশ কৰু। বিশ্বাস ভঙ্গ কৰা, অসঞ্জাতী; বিশ্বাস কৰি কোৱা কথা army 791, tranhcrous, perfidious. স, শ. বিশ্বাসঘাতক, অসঙ্গাতী মানুহ, (স্ত্ৰী) বি. স. শ. বিশ্বাসঘাতকিনী, বিশ্বাসঘাতিনী। বিশ্বাস-পাত্ৰ, স. শ. (সং. বিশ্বাসপত্ৰ- বিশ্বাস, সঁজাত+ পাত্ৰ, উপযুক্ত লোক ) বিশ্বাসৰ উপযুক্ত লোক, বিশ্বাসী মানুহ one who is trusted or is trust- worthy, a confidant.