পৃষ্ঠা:হেমকোষ.pdf/৭০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলৈ হা সুগন্ধি দ্ৰব্য, perfume for tlie body, a cosmetic. বিলৈ, বিলাই শব্দৰ অপভ্ৰংশ। বিক্স, স. শ. {সং. ৱি----বিল, দুফাল কৰ; তাক ফলা যায়, এতেকে ) বেল, তাৰ গছ, the bel tree and its fruit. Tyle marmelox. (Gainble). বিশদ, বি. (সং. বিশদ--ৱি, উপস,+শ, নষ্ট হ} স্পষ্ট; বাক্ত, lear, mot oliscuro, wvident. বিশাব, বি. (সং. বিশাৰদ-~বিশাল, বহল + দা, দি) জন, বোধ থকা, পাৰগ; যেনে, বেদ-বিশাৰদ, learned in, ell- chversant with. বিশাল, বি. (সং. বিশাল-ৱিশ, বহল হু) বহল; বৃহৎ, ডাঙ্গৰ, lyroaul, fal:re, great. বিশিষ্ট, বি. (সং. ৱিশিষ্ট-ৰি, উপস.+ শি, শ্ৰেষ্ঠ হ) শ্ৰেষ্ঠ, উত্তম; যেনে, বিশিষ্ট লোক; যুক্ত, থকা; যেনে, মুখবিশিষ্ট, excellent, having, possessing, en- Jowel or inducil with. বিশুদ্ধ, বি. (সং বিশুদ্ধ-বি, উপস.+শুদ্ধ, নিৰ্ম্মল) নিৰ্ম্মল, মিহলি বা ভাজ নথকা; যেনে, বিশুদ্ধ সোণ, বিশুদ্ধ জল; পবিত্ৰ, শুচি; যেনে, বিশুদ্ধ স্থান; নিস্পাপ; যেনে, বিশুদ্ধ আত্মা; pure, free from mixture or alloy, holy, sinless, pious. বিশৃঙ্খ, বি. (সং. বি, গুচা বা ভগা+ শৃঙ্খল, শিকলি, ইয়াত শ্ৰেণী ) শ্ৰেণী ভগা, সৰ্বাতৰ্বাৎ, আউলবাউল, লেটি- cyfe, disordered, scattered about. বিশৃঙ্খলা, স. শ. শ্ৰেণী ভগা বা আউলবাউল হোৱা অৱস্থা, সানমিহলি হোৱা অৱস্থা, disorder, confusion. বিশেষ, বি. (সং. ৱিশেষ—ৰি, উপস.+ শিষ্ণু, শ্ৰেষ্ঠ হ) অসামান্য, সাধাৰণ নোহোৱা, সদায় দেখা বস্তু বা শুনা কথাকৈ বেলেগ; যেনে, বিশেষ সম্বাদ আছে GT? special, uncommon. . *. fax, প্ৰকাৰ ( আন এটা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, জন্তুবিশেষ, sort, kind (used in composition). বিশেষণ, স. শ. (স.) কোনো এক বস্তুক ৰ শ্ৰেণীৰ আন বস্তুৰ পৰা বিশেষকৈ বা পৃথকৰূপে দেখোৱা শব্দ, সংজ্ঞা শব্দৰ গুণ দেখোৱা শব্দ; যেনে, বগা কাপোৰ, ইয়াত “বগা' বিশেষণ, an adjective. বিশেষণীয় বিশেষণ, এটা বিশেণৰ গুণ দেখোৱা বিশেষণ; সেনে, বৰ এলেহুৱা; ইয়াত “বৰ ” বিশেষণীয় বিশেষণ, an avljestive mualifying another al joe- tire. বিশেষ, ক্ৰি. বি. {সং. বিশেষতঃ, ঘাইকৈ) ঘাইকৈ, আন বস্তু, মানুহ বা কথাত বাজেও; যেনে, সকলোকে, বিশেষত, দুখীয়াক দয়া কৰিবা, Iarticularly, especially. বিশেষকৈ, ক্ৰি. বি. বিস্তাৰিতৰূপে, বিশেপে, ভেদ ভাঙ্গি; যেনে, এই কথা পাচে বিশেষকৈ কম; পৃথকৰূপে, বেলেগাই; যেনে, বিশেষণে একে বিধৰ এটাক আনবিলাকৰ পৰা বিশেষকৈ (Eut, particularly, specificalls. বিশেষ্য, স. শ. বিশেষণে গুণ দেখেৰ সংজ্ঞা

  • 77, a nenau ualified by an adjec-

tive. বিশ্ৰাম, স. শ. { সং. বিশ্ৰাম---বি, চা + শ্ৰম, ভাগৰ লাগ) ভাগব গুচোৱা কাৰ্য্য, জিৰণি; বিৰাম, ক্ষান্তি, rest, refos, cossation. বিশ্ৰাম্-বাৰ, স. শ. { সং. বিশ্ৰাম, জিৰণি + বাৰ, সপ্তাহৰ এদিন) খ্ৰীষ্টিয়ানবিলাকে কামৰ পৰা জিবণি লোৰা দিন, দেও বাৰ, sabbath, Sunday: বিশ্লে, স. শ. (সং. বিশ্লেষ, পৃথক কৰণ--- -ৱি, গুচোৱা+শ্লিষ, একত্ৰ ক পৃথক কৰণ, বেলেগাওন; কোনো লোকে কোৱা কথাৰ অন্য প্ৰকাৰে অৰ্থ কৰি কৰা পৰিহাস, disunion, separation, banter, jest. বিশ্ব, স. শ. {সং. বিশ্ব---ৱিশ, বহল হ}