পৃষ্ঠা:হেমকোষ.pdf/৭০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিভক্ত বিভক্ত, বি. {সং. ৱিভক্ত-বি, উপস্ + ভজু, ভাগ কৰ } ভাগ কৰা, ভগোৰা, অশ কৰা; যেনে, সম্পত্তি বিভক্ত কৰিছে; পৃথক হোৱা, বেলেগ হৈ যোৱা; যেনে, দুই ভায়েক বিভক্ত হল, divitlet, batti- tioned, separatei, parte. বিভক্তি, স. শ. (সং. বিভক্তি-ৱি, উপস+ ভজ, পৃথক ক) সংজ্ঞা শব্দ আৰু সৰ্ব্বনামৰ কাকবিলাক আৰু জিন্নাৰ কাল-পুৰুষাদিক পৃথককৈ দেখাবৰ কাৰণ লগ লগোৱা এক zy wf 14, t termination of a norm, proun or verh, an allis. বিভগ, বি. (সং. বিভাগ, অংশ} পৃথক, বেলেগ; যেনে, সেই ধন বিভা, rate, clistinct. বিভগ, স, ধা. ভাগ কৰু, বেলেগ, to divide, to separate. বিভগে, ক্ৰি. বি. বেলেগে, sajarately, বিভঙ্গে, ক্ৰি. বি. (সং. ৰিভঙ্গ, ভগ) বণত ভঙ্গ দি, পৰাস্ত হৈ, ছিন্ন ভিন্ন হৈ; যেনে, “পলয় বিভঙ্গে সবে পাচক নেচাই,” being defeated or routed. বিতৰ, স. শ. {সং. ৱিভৱ-- ৱি, উপস. + ভু উৎপন্ন হ} ধন, সম্পত্তি, ঐশ্বৰ্য, ]" }}ty, wealth. “বিভূতি” চোৱ। বিভাগ, স. শ. {সং. বিভাগ—ৱি, উপস.+ ভজ, ভাগ ক) ভাগ কৰণ; { ঘাইকৈ ) পৈতৃক বস্তু ভগোৱা কাৰ্য্য; যেনে, সিহঁতে ৰাপতি-সাহন বিভাগ কৰিছে, partition of inheritance, jartition. বিভিন্ন, বি, (সং. ৱিভিন্ন-বি, উপস. + ভিদ, ভেদন ক) পৃথক, বেলেগ, ভিন্ন, separate, listinct. বিভিন্নতা, গু. শ. (স.) পাৰ্থক্য, প্ৰভেদ, separateness, clifference. বিভীষণ, স. শ. ৰাৱণৰ ভায়েক, tire brotlier of Rarana, বিছু, স. শ. {স ৱিভু-ৱি, উত্তমৰূপে+ভূ, উৎপন্ন হ; আপুনি উৎপন্ন, এতেকে) পৰমেশ্বৰ; শিৱ, tir Srent Being, Siva. বিভ্ৰাট বিভূতি, স. শ. {সং. বিভূতি, শিৱৰ আঠো শক্তি--ৱি, বিশিষ্টৰূপে+ ভূ, উৎপন্ন হ) শিৱৰ আঠা শক্তি; যেনে, অণিমা (অতি সূক্ষ্ম হোৱা , লঘিমা ( বায়ুকৈও লঘু হোৱা),প্ৰাপ্তি (হাত মেলি সকলোকে ঢুকি পোৱা), কাম্য ইচ্ছা বিফল নোহো}, মহিমা (বৰ বৃহৎ হব পৰা), ঈশিতা {সূৰ্জীৱ নিৰ্জীৱ সকলোকে সৃষ্টি কৰা), বশিত। ( সকলোকে বশে ৰখা), কামাব- শায়িতা { ইচ্ছাক দমন কৰা); ঐশ্বৰ্য্য, বিভৱ, বিপুল সম্পত্তি; যেনে, বিভূতি হলেই মানুহ অহাৰী হব নেলাগে; শিৱ আৰু সন্ন্যাসীয়ে.. গতি ঘঁহা দুস্থ, the right super-human lwers of Sira, great wealth, the aslies with which Siri anul ascetics smear their lovlies. সমা.~-ঐশ্বৰ্য, বিভৱ, বৈভৱ, বিভূতি, ধন, সম্পত্তি; আগৰ চাৰিটাই দেৱতাৰ নিচিনা মহিমা বা ডাঙ্গৰ সম্পত্তিক, আৰু পাচৰ দুটাই সাধাৰণ ধন বস্তুক বুজায়। বিভূষণ, ধ্বদ. স. (সং. বিভূষণ-বি, উপস- +ভূষ, শোভিত কৰ) কাপোৰ, অলঙ্কাৰ আদিৰ সজোৱা কাৰ্য; ধন; অলঙ্কাৰ, decoration, alornment, an ment. বিভূষি, কুদ, বি. { সং. } শোভিত, অলঙ্কত, 76513); fa 221, aclornei, decoratel, ornamentert . বিভেদ, স. শ. (সং. বিভেদ-বি, উপস. + ভেদ, বেলেগ। পাৰ্থক্য, প্ৰভেদ,dilf- {\tfia- Once. বিড়োল, বি. { অং বি, বৰকৈ+ভোল, ভ্ৰান্ত বৰকৈ আচৰিত হৈ আপোনাক পাহৰা, মোহিত; যেনে, ৰজাৰ লগৰ ঠাট কটক দেখি বিভোল হল, lost iu amaz ment, sonderstruck. বিভ্ৰম, স. শ. (সং. বিভ্ৰম--বি, উপ.+ ভ্ৰম, মিছা সঁচা বোধ } প্ৰম, ভ্ৰান্তি, illusion, error. বিভ্ৰাট, স. শ. {সং, বিষ্ট, হানি হোৱা)