পৃষ্ঠা:হেমকোষ.pdf/৭০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিবেচনা। বিপুল। বিপুল, বি. (সং. ৱিপুল--ৰি, উপস+পুল, ডাঙ্গ হ) বৃহৎ, ডাঙ্গৰ; যেনে, বিপুল শক্তি; বহুত, বিস্তৰ; যেনে, বিপুল সম্পত্তি, great, laurge, much. বিপ্ৰ, স. শ. (সং. বিপ্ৰ ৱপ, খুৰা, ডাঢ়ি গোঁফ খুৰাইছিল, এতেকে ব্ৰাহ্মণ, বামুণ, a Brahman, বিপ্লৱ, স. শ. (সং. বিপ্লৱ---বি, উপস+পু, গতি ক বিভ্ৰাট, ৰপৰ বা শত্ৰুৰ আক্ৰমণৰ দ্বাৰা দেশত হোৱা হুলস্থুল; যেনে, মানৰ বিপ্লৱ, বৰ আপদ; যেনে, বিপ্লৱত পৰি fare, a yrat commotion tansed by the attack on a country by an enemy, a great calamity. বিফ, বি. (সং, ব্ৰিফল-ৰি, নোহোৱ+ ফল, সিদ্ধি ) সিদ্ধ নোহোৱা, নিস্ফল, সফল নোহোৱা, অসাধক, ব্যৰ্থ, fruit- less, vain. বিফলতা, গু. শ, { সং. ৱিফলতা) নিস্ফলতা, ব্যৰ্থতা, fruitlessness, বিফলে, ক্ৰি. বি. ফল নোহোৱাকৈ, অসাৰ্থক , sati, in vain, fruitlesely. বিব, স. শ. (স. বিৱৰ-বি, উপস. +ঞ্জ, ot) 46, Sto, a lawle, a basın. বিবৰণ, বি. (সং. বিবৰ্ণ, বৰণ গুচ। বৰণ $61, aflat catal, male, wait. বিবৰণ, স. শ. (সং, বিৱৰণ-,ি ভালৰূপে +, বাছি ল) বৃত্তান্ত, বিস্তাৰিতৰূপে কথন, ভাঙ্গি পাতি কোৱা কথা, tle scription, detail. বিবৰ্ণ, বি. (সং. ৱিৱৰ্ণ-বি, চj+ৱৰ্ণ, বৰণ) বৰণ গুচ, মলিন হোৱা, বিবৰণ, pale, wan, বিবশ, বি. (সং. ৱিৱশ, বশ লোহোৰ!; বশ হৈ থকা বুদ্ধি অবশ হয়, এতেকে) আপদত পৰি বুদ্ধি হেৰোৱা, বিবুদ্ধি; যেনে, ধৰু ৱাৰ খেচখেচনিত বিবশ, rjlaxel, e- founded, at one's wits' ends. বিবস্ত্ৰ, বি. (সৎ, ৱিৰি, নথকা + ৱ, কাপোৰ গাত কাপোৰ নথক, নাঙ্গ, naked. বিবাদ, স. শ. (সং. বিবাদ-বি, বেয়া + ব, কথা ক) কল, দ; গোৰ, a quarrel, a context, a law snit. বিবাদী, বি. (সং. ৱিদিন--ৱিৱাদ +ইন) বিবাদ কৰা, দন্দুৰা; গোচৰ কৰা, coll- tending', disputing. 4. *. faata কাৰোতা, দন্দ কৰোতা, a mat who quarrels or contends. (31) ff. 7. শ, বিবাদিনী। বিবাহ, স. শ. (সং. ৰিয়াহ-বি, বিশেষৰূপে + ৱ, প্ৰহণ কৰু বিয়া, ভাৰ্য্য স্বামীৰ সম্বন্ধ কৰা কাযা, mauriage. বিবাহিত, কদ. বি. (স.) বিয়া কৰা, ভাৰ্য্য গ্ৰহণ কৰা; কোনে, বিবাহিত পুৰুষ, mat- rix}, {ী) বিবাহিত। বিবিধূ, বি. {স, ৱিৰিধ--বি, অনেক+ বিধ, প্ৰকাৰ) অনেক বিধৰ, নানা প্ৰকাৰৰ, various বিবুদ্ধি, বি. { অ. বি, নাই+ বুদ্ধি, বোধ- শক্তি) টানত পৰি বুদ্ধি হেৰোৱা, বিবশ, Tarptat, perplexed, coufounded, At one's wits' opel বিবেক, স. শ. (ম. বিবেক--ৰি, ভালৰূপে + ৱি, বিচাৰ কৰ। ভাল বেয়াৰ বিচাৰ কৰা ব; ন্যায় অধ্যায় বুজা শক্তি, the faculty of discriminating between right conscience. . “বিবেক শক্তি” এনেও হয়। বিবেকী, বি. (সং. বিবেক-ৱিৱেক+ ইন) ন্যায় অধ্যায় বুজা, কোনটো কাৰ্য্য উচিত কোনটো অনুচিত তাক জনা, conscientious. (স্ত্ৰী) বিৱেকিনী। বিবেচক, বি. (সং. ৰিৱেচক---বি, ভালৰূপে + ৱি, বিচাৰ কৰ} বিচাৰ কৰা, ভাল নে বেয়া বা স্থায় নে অন্যায় নিশ্চয় কৰি- বলৈ যত্ন কৰা, considerate. বিবেচনা, স. শ. (সং.} বিচাৰ, গায় নে অন্যায় বা সঁচা নে মিছা নিশ্চয় কৰিবলৈ কৰা যত্ন; ভলি বেয়াৰ বোধ, considera- tion, doliberation, discrimination, discernment. and wrongs