পৃষ্ঠা:হেমকোষ.pdf/৭০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিন্ধা বিপাছে বিন্ধা, স. শ. ফুটা, বন্ধু, জলঙ্গ, a lot, a bore. বিন্ধা, স. শ. (সং. বিদ্ধক, খেতিৰ বন চাৱা যতন। অহু ধান পাতলোৱা জবকাৰ নিচিন! সঁজুলি,! i2st rule for thinning out whetst. 7. 41. বিন্ধাৰে পাতল কৰ; যেনে, আহু ধান fet365, tu tloin out with the above. বিন্ধা, স. ঘ. অ, বি, ফুটা ক} আনৰ দ্বাৰা ফুটা কৰা বা জোঙ্গা বস্তুৰে খোঁচা, to cause to be bored or pricked. বিন্ধ্য, স. শ. (সং. বিন্ধ্য. এশাৰী পৰ্ব্বত। ভাৰতৰ বেহাৰৰ পৰা গুজৰাটলৈ বিস্তৃত আৰু হিন্দুস্থানৰ পৰা দক্ষিণ দেশক বেলেগোৱ। এশাৰী পৰ্বত, the factly range of mountains, বিন্ধ্যাচল, স. শ. (স. ৱিন্ধ্য + অচল, পৰ্বত) faku, see the aloxe. বিন্যাস, স. শ. ( সৎ, বিন্যাস—ৰি, উপস, + অস্, স্থাপন কৰ। “স্পলব্ধপে কৰা স্থাপন, যাক যত দিব লা:গ, কত স্থাপন কৰা কাৰ্য; সেনে, বাক্য-বিন্যাস, urderly arrangement. বিপত্তি, স. শ. { সং. বিপত্তি --ৰি, বিৰোধে + প প। মানুহ আহিতে উপস্থিত হয়, এতেকে } অপদ, বিপদ, কষ্ট, at- versity, misfortuve, listless. বিপত-সাগৰ, স. শ. (সং. বিপৎ, বিপত্তি + সাগৰ, সমুদ্ৰ। আপদৰ সাগৰ, বৰ Glax wt, heavy misfortune or calamity. বিপথু, স. শ, (সং. ৱিপথ—বি, নোহাৱা +পথ, বাট) অনুচিত পথ, বাট, বেয়া AYU, a wrong or bad way, eril বাটে চলা, বাট হেৰুওৱা; বেয়া মতত চল বা অন্যায় আচৰণ কৰা, এoing by a wrong way, bewildered. বিপদ, ন. শ. (সং. বিপৎ, বিপদ—ৰি, মৰূপ+পদ, গতি কী আপদ, বিপত্তি, 211 verxity, misfortune, distress. বিপগ্ৰস্ত, বি. (সং. ৰিপশু-- বিপদ, আপদ + গ্ৰস্তু, গ্ৰাস কৰা; আপদে গ্ৰাস ক) আদি পবা, involved in nis- fortune. বিপন্ন, কদ, বি. এস. বিপন্ন—ৱি, বিৰোধে +পদ, গতি কৰ আপদত পৰা, বিপগ্ৰস্তু, fallen into adversity, involved in misfortune বিপৰীত, বি. { সং.. বিপৰীত --ৱি + পৰি, বিৰোধে +ই, গতি কৰ বিৰুদ্ধ, ওলোটা, অমিল, অসঙ্গত, ১৫site :httrary, contradictory, or inconsistent. বিপৰ্যয়, বি. (সং, ৰিপৰ্য-ৰি+পৰি, বিৰোধে +ই, গতি কৰ} বিক, বিপৰীত, লোটা, অসঙ্গত, (ontrary, icon- sistent. বিপক্ষ, স. শ. (সং. বিপক্ষ-বি, বিৰুদ্ধ+ ফাল। বিৰোধী লোক, শত্ৰু। শৰ ফলীয়া লোক, un advit'say, all antagonist, an apposite party. fa. অহিত চিন্তা কৰা, শত কৰ, লক্ষন polly, inimical. বিপক্ষতা, ও, শ. সং.) শত্ৰুতা, সহিত f66, hostility. বিপক্ষে, আ- অব্য. বিৰোধে, অহিতে, against. বিপাক, স, শ, ( অং. বি, বিষম+পাক, লেঠা) এৰাৰ বা শীঘ্ৰে নিষ্পত্তি কৰিব নোৰা লেঠ!; উপায়ৰ অভাৱ; কষ্ট, দায়ক বা সঙ্কটযুক্ত ঘটনা, difficulty, embarrassment, a scrape. বিপাকে, } ক্ৰি. বি. নিৰুপায় অৱস্থাত, বিপাঙ্গে, টানত বা সঙ্কটত পৰি; যেনে, "Fastteet 1967," in a helpless state. (পদ্যত ব্যৱহৃত)। course. বিপথে, ক্ৰি. বি. অবাটে, যি বাটে যলৈ যোৱা যায় তাকে অন্য বাটে, by a wrong way বিপথগামী, বি. (সং. বিপথগামিন-বিপথ। +গামিন, যোৱা) অবাটে মোয়া, আও