পৃষ্ঠা:হেমকোষ.pdf/৬৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭১ বিদেশ। তুষ্ট, সন্তোষ-পোৱা, অসন্তুষ্ট, সন্তোষ নোপোৱা, বেয়া-পোৰা, displeaseki. বিভুষ্টি, স, শ, {সং.) অসন্তোষ, সন্তোষৰ অভাৱ; যেনে, বন্ধুৰ বিতুষ্টি জন্মোৱা ভাল নহয়, (lispleasure. বিভোপ, বি. অতি সুন্দৰ, উত্তম, শ্ৰেষ্ঠ, বৰ Ya, vory good, excellent. বিও, স. শ. (সং. ৱিও~-ৱি, আৰ্জ; উপ- জন কৰা যায়, এতেকে ধন, টকা; fo, money, property. বিতুৰ্শ, স. শ. {স. দিৱ, সুন্দৰ + অ?. শণ, শ-খোৱ চৰাই) মূৰ আৰু ডিঙ্গিত ৰা ছাল থকা এবিধ ভাঙ্গৰ শগুণ, the king-valtro. বিদগ্ধ, বি. (সং. বিদগ্ধ-ৱি, উপস. + দহ, পোৰ) বব নিপুণ, জ্ঞানী (পণ্ডিত খাটে ); সেনে, বিদগ্ধ পণ্ডিত, tely kared. বিদ, . . (সং. ৱিদাৰণ, কালন} দুফাল ই, ফাটি এভাগৰ পৰা আন ভাগ আতৰি 924, tus he rept asunder. ৰিদৰ, কদ, স. (স.) ফাটন, ফাল হোত কাৰ্য, fission. বিদা, স. ধা, আনৰ দ্বাৰা ফল; উৎনিয়া কৰি অলপকৈ বহল কৰু ৰা মেল { ওঁঠ বা মুপত খাটে); যেনে, হৰি-নাম শুনি নাস্তিকে মুখ বিদায়, to atnse to be cleft, to protrude (as the lower lip by way of shewing contempt). বিদৰ্ভ, স. শ. (সং. বিদৰ্ভ) এখান দেশ, বৰনাগপুৰ বা বিৰাৰ দেশ, Berar proper. বিদায়, স. শ. (সং. বিদায়-ৱি, উপস. + দা, দি; অজুমতি দিয়া যায়, এতেকে) যাবৰ অনুমতি, মেলানি, permission to go, leave of absence. বিদা, স, ধা. (সং. বিদাৰণ, ফলন) কাল, দুই বা বহু কাল কৰু, to tear, to rend asunder. বিদাৰকৃ, স. শ. (সং, বিদাৰক-বি, উপস, + , কাল ) কালোতা, খণ্ড খণ্ড কৰোতা { এটা সংজ্ঞা শব্দৰ পাচত থাকে); যেনে, পৰ্বত-বিদাৰক, he who or that which tcars or renda astuder. বিদাৰ, কৃ. স. ( সং.) ফালন, a pay, the act of rending or splitting. বিদাৰিতু, কদ, বি. (স.} ফলা, খণ্ড খণ্ড কৰা, toT]}, rent. বিদি, কৃদ. বি. (স’.. ৰিদিত--বিদ, বুজ গ) বুজ পোৱা ৰা জন হোৱা, জাত, প্ৰকাশিত; যেনে, সেই কথা বিদিত 2015, known. বিদিশ, স. শ. (সং. বিদিশ–ৰি, উপস.+ দিশ, পূব আদি। দুই দিশৰ মাৰ চুক; যেনে, উত্তৰ পূব ইত্যাদি, an inti-r- meliate point of the compass. বিদীৰ্ণ, কদ, বি. (সং. বিদীৰ্ণ-বি, উপস, + দূ, ফাল) বিধাৰিত, ফলা, tort, 1ent, split. বিলী, স. শ. (সং. ৰিদ্যুত; প্ৰা. বিজুলী; হিং. বং. বিজুলী) আকাশৰ পৰা ওলোৱা চকমকীয়া পোহৰ, lightining. বিদুলী মাৰ, বিপুলীৰে পোৰ কৰ, to lighten, to flash, as lightning. বিদুলী-চম, স. শ. { অং. বিলী+ চমক, ক্ষণিক দীপ্তি) ৰিলীৰ দীপ্তি, a flash of lightning. বিদুলী-চাল, স. শ. { অং. বিলী + সং. চালক, চলাওঁ) বিদুলী চলোৱা বা আক- বণ কৰা বস্তু, ধাতু আদি, alything that conducte electricity, a conductor. বিদুলী-ডাক্, স. শ. (অ. বিহুলী + হি. ডাক, বাৰ্তা নিওঁ} বিদুলীৰে বাৰ্তা 529171 17, electric telegraphe বিদুলী-বাতৰি, স. শ. (অং. ৰিতুলী + বাতৰি, বাৰ্ত) বিলী ডাকত তাহা সমাচাৰ, a telegram, a telegraphic message. বিদুলীয়া, অ, ধা. বিলী মাৰ, বিহুলীৰ দ্বাৰা পোহৰ দি; যেন, মেঘে বিহুলীয়ায়, to lighten, to flash, as lightning. বিদেশ, স. শ. (সং. বিদেশ-বি, উপস,+