পৃষ্ঠা:হেমকোষ.pdf/৬৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাজ-ফালে লিখা কথা, the address of a letter, a superscription. বিজ্ঞ, বি. {সং. বিজ্ঞৱি, ভালকৈ + জ্ঞা, জান্জ্ঞানী, জনা, নিপুণ, wise, clever. . বিজ্ঞস, বি. অতিশয় বিজ্ঞ, বৰ জ্ঞানী, wisest, most learned. বিজ্ঞতা, গু. শ. (স.) জ্ঞান; নিপুণতা, wisdom, cleverness, বিজ্ঞান, স. শ. (সং. ৱিজ্ঞান-বি, উত্তম + জ্ঞান, বোধ } জগতৰ বস্তুবিলাকৰ গুণ বা স্বৰূপৰ বোধ, গ্ৰহ-নক্ষত্ৰৰ গতি, প্ৰব্যৰ গুণ ইত্যাদিৰ বিদ্যা, science. বিজ্ঞান, বি. (সং, বি, নখকা + জ্ঞান, বোধ ) ক্লান নথকা, অচেন, চেতনা নথকা, মূচ্ছিত, senseless, insensible, uncon- scious. বিবেত্তা, স. শ. (সং. বিজ্ঞানৱেত্তা- বিজ্ঞান, বিদ্যা+বো, জনা) বিজ্ঞান 4 TR, onu versed in sciences, a seientist. বিঙ্গাপ, কদ, স, (সং. বিজ্ঞাপন-বি, উত্তমৰূপে + জ্ঞাপন, জনোৱা জনোৱা কাৰ্য্য; জাননী, information, an ad- vertisement. বিবিজনি, স. শ. { অং. বিজুবিজা, ছালত অসুখ বোধ জন্মা} গাৰ ছালত খজু তিৰ নিচিন অসুখ বোধ, an itching sensation. বিবিজা, অ, ধা. খজুৱতিৰ নিচিনা অসুখ বোধ কৰ; যেনে, গাটো বিজবিজায়, to have an itching sensation. . বিলিয়া, বি. (সং. ৱিটল, ধূৰ্ত; বণ. বিট লিয়া, দুষ্ট) দুষ্ট, অসৎ, অধম (বামুণক গালি-পৰা মাত), wicked, mean a term used in abusing a Brahman). স, শ, দুষ্ট বা অধম বাযুণ, a wicked Brahman. বিটুলোণ, স. শ. {সং, বিটলৱণ, এবিধ লোশ) কলা লোণ, এবিধ বুৰীয়া মাটি মামলখীৰ ৰসেৰে সিজাইকৰা আৰুৰত বিতুষ্ট। frygte Captai, a kind of medicinal salt commonly called black salt. . বিঠিক, বি. (হি. বেঠিক, অনিশ্চয় নিশ্চয় নথকা, uncertain. বিড়, স. বা. (সং, বিড়ম্বন, বঞ্চনা) বঞ্চ বঞ্চনা কৰ; নিৰাশ কৰ; যেনে, বিধই বিড়শিলে, to deceive disappoint. বিড়ম্বনা, স. শ. (সং. বিড়ম্বনা~-ৱি, উপস, + ডৱ, একত্ৰ কী প্ৰতাৰণা, বঞ্চনা, ছলনা; নিৰাশ কৰণ, deceit, trick, disappointment. . বিড়ম্বি, কদ, বি, {সং.) প্ৰৰিত, বঞ্চিত। Sapatar, cleceived, disappointed. বিড়াল, স. শ. {সং. বিড়াল--বিড়, খণ্ড খণ্ড কৰ; এন্দুৰ খায়, এতেকে) মত মেকুৰী, বোন্দা; মেকুৰী জাতিৰ জন্তু, a tat. (স্ত্ৰী) বিড়ালী, বিড়লী। বিড়িং, “বিৰিং” চো। বিড়িঙ্গ, “বিৰিঙ্গ' চোয়। বিঢ়া, স. শ. (সং, বৃদ্ধা, বুঢ়ী) বুঢ়া ওকণী, a full-grown louse. বিহু, স. শ. (সং. ব্ৰিও, ধন। ধন, টকা; যেনে, “হাতত নাই বিত, মনে কৰে পিত, পিত,” money. বিতণ্ডা, স. শ(সৎ- ৱিতণ্ডা, বাদানুবাদ) গালি, তিৰস্কাৰ, abuse, reproach. বিত, বি, (অং. বি, নথকা+তত, জ্ঞান) পীড়াৰ দুখত অস্থিৰ বা অজ্ঞান, বিচেষ্টা; বিবুদ্ধি; চঞ্চল, অসাৱধান; শোকত বা TYTTU 19, restless or sexelexx with pain, at one's wit's end, leed- less, distracted with pleasure or Horrow , বি, কৃ. স. (সং. ৱিতৰণ—বি, উপস- +, পাৰ হ) দান, দিয়া কাৰ্য, dona tion, gift. বিল, স. শ. (সৎ, বিল-বি, উপস:+ তল, গভীৰ) পাতালৰ সাত খলপাৰ এক, one of the seven regions below. . বিতুষ্ট, বুদবি. (সং.) লিষ্ট-ৱি, ন+