পৃষ্ঠা:হেমকোষ.pdf/৬৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিচোঁতা। বিজোগ। পীড়াৰ দুখত অস্থিৰ বা বিজ্ঞান; যেনে, অৰৰ তাপত বিচেষ্টা; সঙ্কটত পৰি বিবুদ্ধি; যেনে, ঘৰত জুই লাগিলে মানুহ বিচেষ্ট। হয়; বিভত, উত্ৰাৱল, অসাৱধান, আলাদত মগ্ন, restless or seliseless with pain, at ono's wit's chd, careless, heedless. বিোতা, কদ, স, যি বিয়ে বা বিচনীৰে বা দিয়ে, a fanner. (স্ত্ৰী) বিচঁতী। বিচ্ছেদ, স. শ. (সং. বিচ্ছেদ-ৱি, উপস, +ছি, ছেদন ক) পৃথক হৈ বা সঙ্গ এৰি আঁতৰত থকা অৱস্থা; যেনে, বিচ্ছেদ; বিশ্ৰাম বা ছেদ-ভেদ; যেনে, বিচ্ছেদ নোহোৱা বৰষুণ; দুটা বস্তুৰ মাজৰ শূন্য ঠাই; যেনে, দুটা শব্দৰ মাজত বিচ্ছেদ থাকিব লাগে, separation, cessation, space, interval. বিচুবি, বি. (সং. বিশতিবিংশতি, অনেক কুৰি) অনেক, বহুত, অসংখ্যাত; যেনে, osat fro-f16, very many, count- less. { মৌখিক)। বিছা, স. শ. (সং. বৃশ্চিক, এবিধ শুৎ লগ। পোক। গত শুৎ পকা এৰিধ পোক; Bet atret, a hairy caterpillar, the sign Scorpio. . বিৰ্জতুৱা, বি. (অং. ৱি, হীন + জাতৃ, শ্ৰেণী) নিজ জাতি বা বংশতকৈ নিকৃষ্ট হোৱা, জন্ম- দাৰ গুণকৈ অধম গুণযুক্ত হোৱা (জন্তু আৰু গছত খাটে); যেনে, বিজ- তুৱা গৰু, বিজতুৱা আম, degenerate, deteriorated. বিজয়, স, শ. (সং. ৱিজয়—ৱি, উপস. + জি, জি) জিন, জয়, পৰম্ভ কৰণ; বিষ্ণুৰ এজনা পাৰিষদ, victory, one of Vishnu's attendants. বিজয়া, স. শ, (সং. ব্ৰিজ শব্দৰ স্ত্ৰীলিঙ্গ) দুৰ্গা; তেওঁৰ এজনা দাসী; আহিন মাহৰ শুক্লা দশমী, যি দিনা দুৰ্গাৰ মূৰ্তি উটোৱা যায়; পাচৰ অৰ্থত “বিজয়া দশমী এনেও

    1. , Durga, one of her female at

tendants, the tenth lunar day of the bright half of Aswin when the image of Durga is thrown into the water. . বিজয়ী, বি. (সং, ব্ৰিজয়িন-বিজয় + ইন} জয়লাভ কৰা, জিক, victorious. (স্ত্ৰী) বিজয়িনী। বিৰ্জলিতুলা, স, শ, {সং. ৱি, পৃথক হ) বিজলিংভূলা, ধুনোতে ভেঁৰৰ পৰা বেলেগ হৈ উফাৰি পৰা তুলা, sotton whicla is thown off in scuteling. বিজাতৰীয়া, বি. { অ.. বি, নাই+জাত, কুল) জাতিভ্ৰষ্ট, জাতিহীন হোৱা; নিজ জাতিৰ গুণ এৰি নিকৃষ্ট হোৱা। নিন্দা- ত); যেনে, বিজাতীয় বামুণ, de- graded in caste, degenerato. বিজুতি, স. শ. (অ. বি, নাই+ জুতি, চল ) জুতি বা চলৰ অভাৱ; যেনে, বিজুতিত একো কাম ভাল নহয়, want of con- verience. বি. বিসোৱাদ, জিভাক সন্তোষ- নিদিয়া; যেনে, আঞ্জামান বিজুতি হল; কাৰ্য কৰাত সুখদায়ক নোহোৱা; যেনে, কাপটো বিজুতি হৈছে; কষ্টদায়ক, py 629, not to taste, not toothsome, inconvenient, uncomfortable. বিজাতীয়, বি. (সং. বিজাতীয়-ৱি, আন + জাতি, কুল বা বিধ ) অন্য কুলৰ, আন- কুলীয়া; আন প্ৰকাৰৰ বা বিধৰ; বিদেশী; যেনে, বিজাতীয় ভাষা, of a different caste kind or class, foreign. বিজিতু, বৃদ. বি. (সং. ৱিজিত-ৰি, উপস, + জিত, জিকা) পৰাস্ত, হ, conqttered, defeated. বিজুলী, “বিহুলী” চোৱা। বিজুলী-বাহ, স. শ, এবিধ গা সৰু বনৰীয়া বাঁহ, a kind of thin wild bamboo. বিজো, বি. { অং. বি, নহয়+লোখ, বিজোখা, পৰিমাণ) যি পৰিমাণৰ হব লাগে, তাতকৈ ডাঙ্গৰ বা সৰু, disprojpor- tionate. বিজোগ, স. শ. চিঠিৰ ধামৰ ওপৰত লিখা নাম আদি; ভিতৰত থকা বস্তুৰ বিষয়ে